• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 28, 2026
26 °c
Guwahati
28 ° Fri
27 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
May 28, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • আজি মুছলমান লোকসকলৰ ঈদ-উল-আজহা। মছজিদ, ঈদগাহত সমূহীয়া নামাজ অংশগ্ৰহণ মুছলমানৰ।বিশ্ব শান্তিৰ বাবে আজি দোৱা আদায় মুছলমানৰ। শান্তিপূৰ্ণভাৱে ঈদ উদযাপনৰ বাবে প্ৰস্তুতি চলাইছে মুছলমান সমাজে। আকৌ প্ৰথমবাৰৰ বাবে মুছলমান সমাজৰ গো কোৰবাণী নিদিয়াৰ সিদ্ধান্ত। জিলাই জিলাই গো ধনৰ কোৰবাণী নকৰাৰ সিদ্ধান্ত মুছলমান সমাজৰ। হিন্দু সমাজৰ প্ৰতি সন্মান জনাই মুছলমান সমাজৰ ঐতিহাসিক সিদ্ধান্ত।
  • ৰাজ্যত গৃহীত হ’ল UCC বিধেয়ক। এই বিধায়ক গৃহীত হ’লে বিবাহ, লিভ ইন ৰিলেশ্বনশ্বীপৰ বাবে ৰাজ্যত প্ৰযোজ্য হ’ব কঠোৰ আইন। এই নিয়ম নামানিলেই বিহা হ’ব কাৰাদণ্ডৰ লগতে জৰিমনা। লিভ-ইন-ৰিলেশ্যনশ্বীপত থাকিলে এমাহৰ ভিতৰত পঞ্জীয়ন কৰাটো হ’ব বাধ্যতামূলক। লিভ-ইনত থাকিলে উপ-পঞ্জীয়কক অৱগত কৰিব লাগিব। উপ-পঞ্জীয়কক লিভ-ইন-ৰিলেশ্যনশ্বীপৰ তথ্য নিদিলে বিপদ নিশ্চিত।
  • এতিয়াৰে পৰা পৰকীয়া প্ৰেমত লিপ্ত হ’লেই যাব লাগিব জেললৈ। কেৱল পুৰুষেই নহয়, মহিলাকো বিহা হ’ব কঠোৰ শাস্তি। এজন স্বামী থকাৰ পিছত অন্য যুৱকৰ সৈতে প্ৰেম কৰিব নোৱাৰিব। বিবাহিতা মহিলাই অন্য যুৱকৰ সৈতে লিভ-ইনত থাকিব নোৱাৰিব। পৰপুৰুষৰ সৈতে চলি থকা বিবাহিতা মহিলাৰ প্ৰেম সম্পূৰ্ণ অবৈধ। UCCৰ অধীনত ঘৰত স্বামী,বাহিৰত প্ৰেমিক এইবোৰ নচলিব। কেৱল মুছলমানৰেই নহয় হিন্দুৰো আছে বহুগামিতা। UCCৰ আওঁতাত আহিব হিন্দু পুৰুষ-মহিলাও। বিধানসভাত এই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
  • ইৰানৰ শক্তি দেখি পিছুৱালে আমেৰিকা। আমেৰিকাৰ জাহাজত ইৰানৰ ভয়ংকৰ গুলীবৰ্ষণ। উপায়হীন হৈ অৱশেষত পলাল আমেৰিকাৰ জাহাজ। ষ্ট্ৰেইট অৱ হৰমুজত সমুখ-সমৰত আমেৰিকা-ইৰান। হৰমুজত আমেৰিকাৰ টেংকাৰক খেদি পঠিয়ালে IRGC-এ। ৰাডাৰ ছিষ্টেম বন্ধ কৰি হৰমুজ অতিক্ৰম কৰাৰ চেষ্টা চলাইছিল আমেৰিকাৰ টেংকাৰখনে। সেইসময়তে ইৰানী সেনাই আক্ৰমণ কৰিলে আমেৰিকাৰ টেংকাৰত।
Tags: Latest newsmorning newsnews update

Related Posts

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী
Top News

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

May 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 28, 2026
নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…
Top News

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ভাইৰেল ওড়িশাৰ ‘দেশী জুগাড’; ইন্ধনবিহীন বাহনে কৰিছে দৃষ্টি আকৰ্ষণ

May 27, 2026
বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
Top News

বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

May 27, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 27, 2026

শীৰ্ষ সংবাদ

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ভাইৰেল ওড়িশাৰ ‘দেশী জুগাড’; ইন্ধনবিহীন বাহনে কৰিছে দৃষ্টি আকৰ্ষণ

বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025