• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 28, 2026
26 °c
Guwahati
28 ° Fri
27 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE by Nation NE
May 28, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Share on FacebookShare on TwitterWhatsApp
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-

১৮৮৩- হিন্দুত্ববাদী নেতা তথা কবি বিনায়ক দামোদৰ সাৱৰকাৰৰ জন্ম হয়।

১৯০৮- জেমছ বণ্ডৰ চোৰাংচোৱা উপন্যাসৰ লেখক ইয়ান ফ্লেমিংৰ জন্ম হয়।

১৯২৩- দক্ষিণ ভাৰতৰ অন্যতম জনপ্ৰিয় নাম নন্দমুৰি তাৰকা ৰামা ৰাওৰ জন্ম হয়। চলচ্চিত্ৰত অপৰিসীম সফলতা অৰ্জন কৰাৰ পিছত এনটিআৰে ৰাজনীতিত প্ৰৱেশ কৰি তিনিবাৰ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।

১৯৩৪- কানাডাৰ অন্টাৰিঅ’ত অলিভা আৰু এলজিৰ ডিয়নৰ ঘৰত পাঁচটা সন্তান জন্ম হয়। ইতিহাসত প্ৰথমবাৰৰ বাবে একে সময়তে জন্ম হোৱা পাঁচোটা সন্তানেই বাচি থাকিল।

১৯৫৯- দুটা আমেৰিকান বান্দৰে মহাকাশলৈ সফলতাৰে যাত্ৰা কৰে।

১৯৬১- লণ্ডনত মানৱ অধিকাৰ সুৰক্ষা আৰু ইয়াৰ বিষয়ে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে এম্নেষ্টী ইণ্টাৰনেশ্যনেল প্ৰতিষ্ঠা কৰা হয়। ১৯৭৭ চনত ইয়াক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হয়।

১৯৬৭- ব্ৰিটিছ নাৱিক ছাৰ ফ্ৰান্সিছ চিচেষ্টাৰে এককভাৱে বিশ্ব প্ৰদক্ষিণ কৰি ৬৫ বছৰ বয়সত ঘৰলৈ উভতি আহে।

১৯৭০- সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ আনুষ্ঠানিক বিভাজন।

১৯৮৯- মাৰ্থাকাৱলী ডেভিদ ভাৰতৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয় মহিলা খ্ৰীষ্টান পুৰোহিত হিচাপে পৰিগণিত হয়।

১৯৯৬- প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে পদত্যাগ কৰে।

১৯৯৬- ৰাছিয়াই চেচেনিয়াক সৰ্বোচ্চ স্বায়ত্তশাসন প্ৰদান কৰিবলৈ সন্মত হয়।

১৯৯৮- পাকিস্তানে ৫টা ভূগৰ্ভস্থ পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰে। মাত্ৰ এসপ্তাহ আগতে ভাৰতে একেধৰণৰ পাৰমাণৱিক পৰীক্ষা কৰিছিল।

২০০২- নেপালত পুনৰ জৰুৰীকালীন অৱস্থা জাৰি কৰা হয়।

২০০৮- নেপালৰ ২৪০ বছৰীয়া ৰাজতন্ত্ৰৰ অন্ত পৰে।

২০০৮- আমেৰিকাই পাকিস্তান সমৰ্থক সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-টাইবাৰ চাৰিজন নেতাৰ ওপৰত আৰ্থিক নিষেধাজ্ঞা আৰোপ কৰে।

Tags: global updateHistory EventsWorld news

Related Posts

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী
Top News

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

May 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 28, 2026
নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…
Top News

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ভাইৰেল ওড়িশাৰ ‘দেশী জুগাড’; ইন্ধনবিহীন বাহনে কৰিছে দৃষ্টি আকৰ্ষণ

May 27, 2026
বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
Top News

বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

May 27, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 27, 2026

শীৰ্ষ সংবাদ

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ভাইৰেল ওড়িশাৰ ‘দেশী জুগাড’; ইন্ধনবিহীন বাহনে কৰিছে দৃষ্টি আকৰ্ষণ

বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025