• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 30, 2026
28 °c
Guwahati
29 ° Sun
30 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
May 30, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • চৰকাৰী কৰ্মচাৰীৰ বদলিত নিষেধাজ্ঞা। ২০২৭ চনৰ ৩১ মাৰ্চ পৰ্যন্ত ৰাজ্যিক কৰ্মচাৰীৰ বদলি বন্ধ ৰখাৰ নিৰ্দেশ।অসম চৰকাৰৰ কৰ্মচাৰীকলৈ গুৰুত্বপূৰ্ণ খবৰ। লোকপিয়লৰ সৈতে জড়িত সকলো ৰাজ্যিক কৰ্মচাৰীৰ বদলি বন্ধ ৰখাৰ নিৰ্দেশ। সকলো জিলা আয়ুক্তলৈ এই নিৰ্দেশনা প্ৰেৰণ কৰিছে সংশ্লিষ্ট বিভাগে। দেশত ২ আগষ্টৰ পৰা আৰম্ভ হ’ব লোকপিয়ল। ১৭ আগষ্টৰ পৰা প্ৰতিঘৰলৈ যাব গণনাকাৰী বিষয়া।
  • পাৰ্প’ল চিটী হ’ব গুৱাহাটী মহানগৰী। গুৱাহাটী মহানগৰীক কপৌফুলৰ ৰঙেৰে সজোৱাৰ পৰিকল্পনা GMCৰ। পিংক চিটী জয়পুৰ, অৰেঞ্জ চিটী নাগপুৰৰ দৰেই গুৱাহাটী হ’ব পাৰ্পল চিটী। গুৱাহাটীক ‘পাৰ্পল চিটী’ হিচাপে গঢ়ি তোলা আজি আয়োজন কৰা হৈছে সংবাদমেলৰ। সকলো দোকান, দেৱাল, উপপথৰ ঘৰসমূহৰ গে’ট আদিৰ ৰং হ’ব কপৌফুলৰ ৰঙৰ লেখীয়া।
  • চাকৰি কৰি থকা শিক্ষকসকলেও বাধ্যতামূলকভাৱে উত্তীৰ্ণ হ’ব লাগিব টেট পৰীক্ষা। টেট পৰীক্ষা উত্তীৰ্ণ নহ’লে হেৰুৱাব লাগিব চাকৰি। কৰ্মৰত শিক্ষকসকলৰ TET উত্তীৰ্ণ হোৱাৰ সময়সীমা বৃদ্ধি কৰিলে উচ্চতম ন্যায়ালয়ে। TET উত্তীৰ্ণ হোৱাৰ সময়সীমা ২০২৮ বৰ্ষৰ ৩১ আগষ্টলৈ বৃদ্ধি যাতে শিক্ষকসকলে নিজৰ চাকৰি অব্যাহত ৰাখিব পাৰে।দেশৰ ৰাজ্য চৰকাৰসমূহক আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক সময়ে সময়ে TET অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ SCৰ। প্ৰায় ছমাহৰ ব্যৱধানত এই পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিলে ভাল বুলি মন্তব্য বিচাৰপীঠৰ।
  • ৯ এপ্ৰিলত আমেৰিকা-ইৰাণৰ যুদ্ধবিৰতিৰ পিছতো হৰমুজ জলদ্বীপ বন্ধ হৈ আছে, যাৰ ফলত সামুদ্ৰিক যাতায়াতত ব্যাঘাত জন্মে। আনকি এই পৰিবেশতো ভাৰতীয় জাহাজ পৰিবহণে এই প্ৰতাৰণামূলক পথটো পাৰ হৈ গৈ আছে, যাৰ ফলত ভাৰতে যথেষ্ট ব্যাঘাতৰ মাজতো শক্তি যোগান বজাই ৰখাত সহায় কৰিছে।
Tags: Latest newsmorning newsnews update

Related Posts

প্ৰথমে প্ৰেছাৰ কুকাৰৰ সৈতে বিয়া, ৪দিন পিছত বিবাহ বিচ্ছেদ! ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰিছে এই ঘটনাই
Top News

প্ৰথমে প্ৰেছাৰ কুকাৰৰ সৈতে বিয়া, ৪দিন পিছত বিবাহ বিচ্ছেদ! ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰিছে এই ঘটনাই

May 30, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজৰ অৱৰোধ প্ৰত্যাহাৰ কৰাৰ পিছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দূৰ হ’ব নেকি তেলৰ নাটনি?

May 30, 2026
পাকিস্তানলৈ বৈ যোৱা পানী নিয়ন্ত্ৰণৰ বাবে বৃহৎ সুৰংগ প্ৰকল্পৰ পৰিকল্পনা ভাৰতৰ,  জানক কিমান কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ ৰাখিছে ভাৰতে?
Top News

পাকিস্তানলৈ বৈ যোৱা পানী নিয়ন্ত্ৰণৰ বাবে বৃহৎ সুৰংগ প্ৰকল্পৰ পৰিকল্পনা ভাৰতৰ, জানক কিমান কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ ৰাখিছে ভাৰতে?

May 30, 2026
ধ্বংসৰ দিশলৈ মগজুৰ কাৰ্যক্ষমতা; টোপনি আৰু ক্লান্তিৰ বিষয়ে ভয়ংকৰ সত্য উদঙালে বিশেষজ্ঞই
Top News

ধ্বংসৰ দিশলৈ মগজুৰ কাৰ্যক্ষমতা; টোপনি আৰু ক্লান্তিৰ বিষয়ে ভয়ংকৰ সত্য উদঙালে বিশেষজ্ঞই

May 30, 2026
সৃষ্টিকৰ্তাক প্ৰত্যাহ্বান! বৃদ্ধাৱস্থাৰ পৰা ৰক্ষা পাবলৈ এইগৰাকী বিশ্বনেতাৰ আটাইতকৈ বিপজ্জনক অভিযান, ‘বৰাহৰ অংগ, গোপন জিনেৰে চিকিৎসা…’
Top News

সৃষ্টিকৰ্তাক প্ৰত্যাহ্বান! বৃদ্ধাৱস্থাৰ পৰা ৰক্ষা পাবলৈ এইগৰাকী বিশ্বনেতাৰ আটাইতকৈ বিপজ্জনক অভিযান, ‘বৰাহৰ অংগ, গোপন জিনেৰে চিকিৎসা…’

May 30, 2026
হাণ্টাভাইৰাছৰ এলাৰ্টৰ মাজতে ডাঙৰ খবৰ, ক্ৰুজত আৱদ্ধ ২ ভাৰতীয়ৰ স্বাস্থ্য সন্দৰ্ভত আপডেট…
Top News

আমেৰিকা-ইৰাণৰ মাজত যুদ্ধবিৰতিৰ প্ৰস্তাৱনাঃ ৩০০ বিলিয়ন ডলাৰৰ বিনিয়োগ আৰু হৰমুজ জলদ্বীপত বিনামূলীয়াকৈ পৰিবহণ…

May 30, 2026

শীৰ্ষ সংবাদ

প্ৰথমে প্ৰেছাৰ কুকাৰৰ সৈতে বিয়া, ৪দিন পিছত বিবাহ বিচ্ছেদ! ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰিছে এই ঘটনাই

হৰমুজৰ অৱৰোধ প্ৰত্যাহাৰ কৰাৰ পিছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দূৰ হ’ব নেকি তেলৰ নাটনি?

পাকিস্তানলৈ বৈ যোৱা পানী নিয়ন্ত্ৰণৰ বাবে বৃহৎ সুৰংগ প্ৰকল্পৰ পৰিকল্পনা ভাৰতৰ, জানক কিমান কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ ৰাখিছে ভাৰতে?

ধ্বংসৰ দিশলৈ মগজুৰ কাৰ্যক্ষমতা; টোপনি আৰু ক্লান্তিৰ বিষয়ে ভয়ংকৰ সত্য উদঙালে বিশেষজ্ঞই

সৃষ্টিকৰ্তাক প্ৰত্যাহ্বান! বৃদ্ধাৱস্থাৰ পৰা ৰক্ষা পাবলৈ এইগৰাকী বিশ্বনেতাৰ আটাইতকৈ বিপজ্জনক অভিযান, ‘বৰাহৰ অংগ, গোপন জিনেৰে চিকিৎসা…’

আমেৰিকা-ইৰাণৰ মাজত যুদ্ধবিৰতিৰ প্ৰস্তাৱনাঃ ৩০০ বিলিয়ন ডলাৰৰ বিনিয়োগ আৰু হৰমুজ জলদ্বীপত বিনামূলীয়াকৈ পৰিবহণ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025