• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 30, 2026
28 °c
Guwahati
29 ° Sun
30 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

হৰমুজৰ অৱৰোধ প্ৰত্যাহাৰ কৰাৰ পিছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দূৰ হ’ব নেকি তেলৰ নাটনি?

Nation NE by Nation NE
May 30, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Share on FacebookShare on TwitterWhatsApp

ইৰাণৰ, আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে তেহৰানে হৰমুজ জলদ্বীপ অৱৰোধ কৰাৰ কথা ঘোষণা কৰে। ১৩ এপ্ৰিলত পাকিস্তানৰ মধ্যস্থতাত দুয়োখন দেশৰ মাজত শান্তি আলোচনা ব্যৰ্থ হোৱাৰ পিছত আমেৰিকাই প্ৰতিশোধ হিচাপে ইৰাণৰ বিৰুদ্ধে আক্ৰমণ অব্যাহত ৰাখে।

এই কাৰ্যৰ আঁৰত আমেৰিকাৰ লক্ষ্য হৈছে ইৰাণৰ অৰ্থনীতিৰ ক্ষতি কৰা। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে, ইৰাণে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ বন্ধ কৰিবলৈ আৰু হৰমুজ জলদ্বীপ সম্পূৰ্ণৰূপে টোলমুক্তভাৱে মুকলি কৰিবলৈ সন্মত নোহোৱালৈকে আমেৰিকাৰ সশস্ত্ৰ বাহিনী আৰু তেওঁলোকৰ কেন্দ্ৰীয় কমাণ্ডে হৰমুজ অৱৰোধ কৰি থাকিব।

বৰ্তমান আমেৰিকা আৰু ইৰাণৰ মাজত ৬০ দিনীয়া যুদ্ধবিৰতি আছে, যাৰ ম্যাদ ২০২৬ চনৰ জুলাই মাহৰ মাজভাগত শেষ হোৱাৰ সম্ভাৱনা আছে।ইয়াৰ মাজত যদি দুয়োখন দেশৰ মাজত শান্তি আলোচনা হয় তেন্তে হৰমুজ জলদ্বীপও মুকলি হোৱাৰ সম্ভাৱনা আছে। হৰমুজ জলদ্বীপত অৱৰোধ প্ৰত্যাহাৰ কৰাৰ লগে লগে ভাৰতৰ গেছৰ নাটনি সম্পূৰ্ণৰূপে সমাধান হ’ব। যোগান স্বাভাৱিক কৰিলে বিশ্বৰ বজাৰত এল পি জিৰ মূল্য হ্ৰাস পাব। ইয়াৰ প্ৰভাৱ ভাৰততো পৰিব।

ভাৰতে ইয়াৰ প্ৰয়োজনীয় এল পি জিৰ ৬০% তকৈ অধিক উপসাগৰীয় দেশ যেনে কাটাৰ, চৌদি আৰব, আৰু ইউ এ ইৰ পৰা আমদানি কৰে, যিবোৰ হৰমুজ জলদ্বীপৰ মাজেৰে ভাৰতলৈ আহে। অৱৰোধ উঠাই লোৱাৰ লগে লগে ভাৰতীয় শোধনাগাৰ আৰু বটলিং প্লাণ্টসমূহে সময়মতে প্ৰপেন আৰু বিউটেনৰ দৰে কেঁচামাল লাভ কৰিব।

অৱৰোধ উঠাই দিয়াৰ পিছত আন্তঃৰাষ্ট্ৰীয় গেছৰ মূল্য কিছু হ্ৰাস পালেও তেল কোম্পানী (OMC) সমূহে তৎক্ষণাত মূল্য হ্ৰাস নকৰে কাৰণ আমেৰিকা আৰু ইৰাণৰ যুদ্ধৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ ব্যয় যথেষ্ট বৃদ্ধি পাইছে। সাধাৰণ জনতাক মুদ্ৰাস্ফীতিৰ পৰা ৰক্ষা কৰিবলৈ তেল কোম্পানীসমূহে এই বৰ্ধিত ব্যয়ৰ বোজা বহন কৰিছে।

Tags: hormuzIranWar

Related Posts

প্ৰথমে প্ৰেছাৰ কুকাৰৰ সৈতে বিয়া, ৪দিন পিছত বিবাহ বিচ্ছেদ! ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰিছে এই ঘটনাই
Top News

প্ৰথমে প্ৰেছাৰ কুকাৰৰ সৈতে বিয়া, ৪দিন পিছত বিবাহ বিচ্ছেদ! ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰিছে এই ঘটনাই

May 30, 2026
পাকিস্তানলৈ বৈ যোৱা পানী নিয়ন্ত্ৰণৰ বাবে বৃহৎ সুৰংগ প্ৰকল্পৰ পৰিকল্পনা ভাৰতৰ,  জানক কিমান কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ ৰাখিছে ভাৰতে?
Top News

পাকিস্তানলৈ বৈ যোৱা পানী নিয়ন্ত্ৰণৰ বাবে বৃহৎ সুৰংগ প্ৰকল্পৰ পৰিকল্পনা ভাৰতৰ, জানক কিমান কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ ৰাখিছে ভাৰতে?

May 30, 2026
ধ্বংসৰ দিশলৈ মগজুৰ কাৰ্যক্ষমতা; টোপনি আৰু ক্লান্তিৰ বিষয়ে ভয়ংকৰ সত্য উদঙালে বিশেষজ্ঞই
Top News

ধ্বংসৰ দিশলৈ মগজুৰ কাৰ্যক্ষমতা; টোপনি আৰু ক্লান্তিৰ বিষয়ে ভয়ংকৰ সত্য উদঙালে বিশেষজ্ঞই

May 30, 2026
সৃষ্টিকৰ্তাক প্ৰত্যাহ্বান! বৃদ্ধাৱস্থাৰ পৰা ৰক্ষা পাবলৈ এইগৰাকী বিশ্বনেতাৰ আটাইতকৈ বিপজ্জনক অভিযান, ‘বৰাহৰ অংগ, গোপন জিনেৰে চিকিৎসা…’
Top News

সৃষ্টিকৰ্তাক প্ৰত্যাহ্বান! বৃদ্ধাৱস্থাৰ পৰা ৰক্ষা পাবলৈ এইগৰাকী বিশ্বনেতাৰ আটাইতকৈ বিপজ্জনক অভিযান, ‘বৰাহৰ অংগ, গোপন জিনেৰে চিকিৎসা…’

May 30, 2026
হাণ্টাভাইৰাছৰ এলাৰ্টৰ মাজতে ডাঙৰ খবৰ, ক্ৰুজত আৱদ্ধ ২ ভাৰতীয়ৰ স্বাস্থ্য সন্দৰ্ভত আপডেট…
Top News

আমেৰিকা-ইৰাণৰ মাজত যুদ্ধবিৰতিৰ প্ৰস্তাৱনাঃ ৩০০ বিলিয়ন ডলাৰৰ বিনিয়োগ আৰু হৰমুজ জলদ্বীপত বিনামূলীয়াকৈ পৰিবহণ…

May 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 30, 2026

শীৰ্ষ সংবাদ

প্ৰথমে প্ৰেছাৰ কুকাৰৰ সৈতে বিয়া, ৪দিন পিছত বিবাহ বিচ্ছেদ! ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰিছে এই ঘটনাই

হৰমুজৰ অৱৰোধ প্ৰত্যাহাৰ কৰাৰ পিছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দূৰ হ’ব নেকি তেলৰ নাটনি?

পাকিস্তানলৈ বৈ যোৱা পানী নিয়ন্ত্ৰণৰ বাবে বৃহৎ সুৰংগ প্ৰকল্পৰ পৰিকল্পনা ভাৰতৰ, জানক কিমান কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ ৰাখিছে ভাৰতে?

ধ্বংসৰ দিশলৈ মগজুৰ কাৰ্যক্ষমতা; টোপনি আৰু ক্লান্তিৰ বিষয়ে ভয়ংকৰ সত্য উদঙালে বিশেষজ্ঞই

সৃষ্টিকৰ্তাক প্ৰত্যাহ্বান! বৃদ্ধাৱস্থাৰ পৰা ৰক্ষা পাবলৈ এইগৰাকী বিশ্বনেতাৰ আটাইতকৈ বিপজ্জনক অভিযান, ‘বৰাহৰ অংগ, গোপন জিনেৰে চিকিৎসা…’

আমেৰিকা-ইৰাণৰ মাজত যুদ্ধবিৰতিৰ প্ৰস্তাৱনাঃ ৩০০ বিলিয়ন ডলাৰৰ বিনিয়োগ আৰু হৰমুজ জলদ্বীপত বিনামূলীয়াকৈ পৰিবহণ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025