• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 31, 2026
30 °c
Guwahati
30 ° Tue
29 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

Nation NE by Nation NE
May 31, 2026
in Top News, অসম
0 0
৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা
Share on FacebookShare on TwitterWhatsApp

৫ জুনত হ’ব অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কাম। খোদ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰি কেবিনেট সম্প্ৰসাৰণক লৈ সুখ প্ৰকাশ কৰে।

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে, অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ২০২৬ চনৰ ৫ জুনত হ’ব বুলি আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছো।”

শেহতীয়াকৈ সমাপ্ত হোৱা অসম বিধানসভাৰ নিৰ্বাচনত বৃহৎ জয়ৰে পুনৰ ক্ষমতালৈ আহিছে বিজেপি। এই নিৰ্বাচনত ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিয়ে জয়লাভ কৰে। ১২৬ জনীয়া অসম বিধানসভাত এন ডি এয়ে একেৰাহে তৃতীয়বাৰৰ বাবে আসন দখল কৰিবলৈ সক্ষম হয়। বিজেপিয়ে ৮২খন আসন লাভ কৰাৰ বিপৰীতে ইয়াৰ মিত্ৰ দল অসম গণ পৰিষদ আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্টে ১০খনকৈ আসন লাভ কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৮৯ হাজাৰ ভোটত জয়লাভ কৰে। ইয়াৰ পিছত ২০২৬ চনৰ ১২ মে’ত একেৰাহে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে ২০২১ চনত মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।

Tags: #AssamAssam electionCM

Related Posts

এসময়ৰ চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী বৰ্তমান পথৰ ভিক্ষাৰী, ধৰা পৰিল চুৰি কৰি
Top News

এসময়ৰ চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী বৰ্তমান পথৰ ভিক্ষাৰী, ধৰা পৰিল চুৰি কৰি

May 31, 2026
অভিষেক বেনাৰ্জীৰ পিছত এইবাৰ লক্ষ্য মমতা বেনাৰ্জীৰ আন এগৰাকী ঘনিষ্ঠ সহায়ক; আক্ৰমণৰ ভিডিঅ’ পোহৰলৈ

আমেৰিকাক ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে আক্ৰমণ ইৰাণৰ, আমেৰিকাৰ সামৰিক ঘাটিক লক্ষ্য

ৰাজস্থানত বালিৰ ধুমুহাৰ ভয়ংকৰ ৰূপ ধাৰণ, দিনতেই অন্ধকাৰময় পৰিস্থিতিৰ সৃষ্টি

মন্দিৰত থকা ‘VIP সংস্কৃতি’ৰ বাবে আদালতো অস্বস্তিত! ভগৱানৰ সমুখত সাধাৰণ আৰু বিশেষৰ মাজত পাৰ্থক্য কিয়?

আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ
Top News

ইৰাণৰ সৈতে চুক্তি সন্দৰ্ভত হোৱাইট হাউছত দুঘণ্টীয়া বৈঠক, ট্ৰাম্পৰ চৰ্ত প্ৰকাশ

May 31, 2026

শীৰ্ষ সংবাদ

এসময়ৰ চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী বৰ্তমান পথৰ ভিক্ষাৰী, ধৰা পৰিল চুৰি কৰি

অভিষেক বেনাৰ্জীৰ পিছত এইবাৰ লক্ষ্য মমতা বেনাৰ্জীৰ আন এগৰাকী ঘনিষ্ঠ সহায়ক; আক্ৰমণৰ ভিডিঅ’ পোহৰলৈ

৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

আমেৰিকাক ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে আক্ৰমণ ইৰাণৰ, আমেৰিকাৰ সামৰিক ঘাটিক লক্ষ্য

ৰাজস্থানত বালিৰ ধুমুহাৰ ভয়ংকৰ ৰূপ ধাৰণ, দিনতেই অন্ধকাৰময় পৰিস্থিতিৰ সৃষ্টি

মন্দিৰত থকা ‘VIP সংস্কৃতি’ৰ বাবে আদালতো অস্বস্তিত! ভগৱানৰ সমুখত সাধাৰণ আৰু বিশেষৰ মাজত পাৰ্থক্য কিয়?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025