• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 2, 2026
21 °c
Guwahati
23 ° Sun
24 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১৫ আগষ্টৰ পূৰ্বে নতুন দিল্লীত গ্ৰেপ্তাৰ মষ্ট ৱানটেড আইছিছ সন্ত্ৰাসবাদী

Nation NE by Nation NE
August 9, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
১৫ আগষ্টৰ পূৰ্বে নতুন দিল্লীত গ্ৰেপ্তাৰ মষ্ট ৱানটেড আইছিছ সন্ত্ৰাসবাদী
Share on FacebookShare on TwitterWhatsApp

দিল্লী আৰক্ষীৰ বৃহৎ সফলতা।  স্বাধীনতা দিৱসৰ পূৰ্বে মষ্ট ৱানটেড আইছিছ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ।

গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদীজন আইছিছ মডিউলৰ ৰিজৱান আলী বুলি চিনাক্ত কৰিছে।

উল্লেখ্য যে, তদন্তকাৰী সংস্থা NIA ই তেওঁৰ নামত ৩ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। ৰিজৱান আলী নতুন দিল্লীৰ দৰয়াগঞ্জ জিলাৰ বাসিন্দা আছিল।

বৰ্তমান দিল্লী আৰক্ষীৰ স্পেচিয়েল শাখাই তদন্ত অব্যাহত ৰাখিছে। ২০১৮ চনতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰিজৱানক। অৱশ্যে, সোধাপোচাৰ পাছতেই আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিছিল অপৰাধীটোৱে।

জানিব পৰা তথ্য অনুসৰি, ৰিজৱান মহাৰাষ্ট্ৰৰ পুনেৰ আইছিছৰ মণ্ডলৰ সৈতে জড়িত আছিল। পুনে পুলিচৰ হাতৰ পৰা পলায়ন কৰাৰ পাছতেই বহু সময় ধৰি আত্মগোপন কৰি আছিল সন্ত্ৰাসবাদীটোৱে।

অৱশ্যে, তেওঁক গ্ৰেপ্তাৰৰ সময়ত বহুতো অস্ত্ৰ-শস্ত্ৰৰ আৰু লগতে আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে দিয়া তথ্য অনুসৰি, সন্ত্ৰাসবাদীটোৱে দিল্লী আৰু মুম্বাইত কেইবাটাও বৃহৎ কূটাঘাটৰ পৰিকল্পনা কৰিছিল।

NIA ই পূৰ্ৱেই ৰিজৱান আলী সহ ১১ জন লোকৰ ওপৰত চাৰ্জশ্বীট দাখিল কৰিছিল। এই চাৰ্জশ্বীটত মহাৰাষ্ট্ৰৰ পুনে জিলাত আইছিছৰ অবৈধ মাৰণাষ্ট্ৰ, বিস্ফোৰক আৰু ৰাসায়নিক সামগ্ৰী সৰবৰাহৰ আৰোপৰ বিষয়ে উল্লেখ কৰা হৈছিল।

Tags: #AssamDelhi PoliceIndiaMost Wanted

Related Posts

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026
পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ
Top News

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

May 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 2, 2026
যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026

শীৰ্ষ সংবাদ

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025