• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

১৩ আগষ্টত ভাগ্য ফলাফল হ’ব বিনেশ ফ’গাটৰ, ৰায়দান আগবঢ়াব CASয়ে

ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফ’গাটে ৰূপৰ পদক লাভ কৰিব নে নাই, সেই সন্দৰ্ভত সিদ্ধান্ত পুনৰ এবাৰ পিছুৱাই দিয়া হৈছে

Nation NE by Nation NE
August 11, 2024
in আন্তঃ ৰাষ্ট্ৰীয়, Top News
0 0
স্বৰ্ণ জয়ৰ লক্ষ্যৰে নিশা ১১ বাজি ২৩ মিনিটত ফাইনেল খেলিব বিনেশ ফোগাটে
Share on FacebookShare on TwitterWhatsApp

বৃহস্পতিবাৰে পেৰিছ অলিম্পিকৰ ফাইনেলত অযোগ্য বুলি ঘোষণা কৰাৰ পাছত মহিলা মল্লযুঁজাৰু বিনেশ ফ’গাটে ইয়াৰ উচিত বিচাৰৰ বাবে ক’ৰ্ট অৱ অৰ্বিট্ৰেচন ফ’ৰ স্প’টৰ্ছ (CAS)ৰ ওচৰত জনাই আবেদন। শেহতীয়া তথ্য অনুসৰি, এই বিষয় সন্দৰ্ভত অহা ১৩ আগষ্টৰ সন্ধিয়া ৬ বজাৰ ভিতৰত সিদ্ধান্ত ল’ব CAS য়ে।

উল্লেখ্য যে, ৭ আগষ্ট বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া ফাইনেলৰ পুৱা ওজন জোখাৰ সময়ত নিৰ্ধাৰিত সীমাতকৈ ১০০ গ্ৰাম ওজন বেছি হোৱা বাবে বিনেশ ফ’গাটক মহিলাৰ ৫০ কেজি ওজন শাখাৰ ফাইনেলৰ পূৰ্বে অযোগ্য বুলি ঘোষণা কৰা হৈছিল। অলিম্পিকত মল্লযুঁজ নিয়ন্ত্ৰণ কৰা সংস্থা ইউনাইটেড ৱ’ৰ্ল্ড ৰেছলিং (UWW) ৰ নিয়ম অনুসৰি ওজনৰ মাত্ৰা অতিৰিক্ত হোৱা বাবে যিকোনো মল্লযুঁজাৰুক সমগ্ৰ প্ৰতিযোগিতাখনৰ পৰাই অযোগ্য বুলি ঘোষণা কৰা হয়। খেলুৱৈ গৰাকীয়ে পদক অৰ্জন কৰাৰ অৱস্থাত থাকিলেও তেওঁ পদক লাভ কৰিব নোৱাৰে।

বিনেশৰ ক্ষেত্ৰতো ঠিক একে কথাই হৈছে। মাত্ৰ ১০০ গ্ৰাম অতিৰিক্ত ওজনৰ বাবেই তেওঁক ফাইনেল খেলৰ পৰা বিৰত ৰখা হয়। যিহেতু তেওঁ ইতিমধ্যে ফাইনেলত প্ৰৱেশ কৰিছিল, গতিকে তেওঁ ৰূপৰ পদক লাভ কৰাৰ বাবে যোগ্য আছিল। কিন্তু সেই পদকটোও তেওঁৰ পৰা কাঢ়ি লোৱা হৈছে আৰু সকলো মল্লযুঁজাৰুৰ শেষত তেওঁক স্থান দিয়া হৈছে।

ইয়াৰ পাছতেই বিনেশে ৭ আগষ্টৰ সন্ধিয়া CASত আবেদন জনায়, য’ত প্ৰথমে তেওঁ ফাইনেল স্থগিত ৰাখি আৰু এটা সুযোগ দিয়াৰ বাবে দাবী উত্থাপন কৰে। লগে লগে CASয়ে এই দাবী নাকচ কৰি কয় যে, তেওঁলোকে  ফাইনেল স্থগিত ৰাখিব নোৱাৰে। পাছত বিনেশে আবেদন সলনি কৰি যৌথভাৱে ৰূপৰ পদক প্ৰদানৰ দাবী উত্থাপন কৰে।

এই আবেদনৰ ঠিক পাছতেই ২৯ বছৰীয়া বিনেশে মল্লযুঁজৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰি কয় যে, তেওঁৰ আৰু অধিক যুঁজিবলৈ শক্তি নাই। এনে পৰিস্থিতিত সমগ্ৰ দেশতেই হতাশা, দুখ আৰু ক্ষোভৰ পৰিবেশৰ সৃষ্টি হয়। আনকি সংসদতো এই বিষয়টো উত্থাপন কৰা হৈছিল। বিৰোধীয়েও এই বিষয়ত চৰকাৰৰ হস্তক্ষেপৰ দাবী জনাইছিল। ইফালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছত উপস্থিত থকা ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি উষাৰ সৈতে এই বিষয় সন্দৰ্ভত আলোচনা কৰে।

Tags: Paris Olympics 2024SportsWrestler

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025