• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, February 4, 2026
21 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ সীমা নিৰ্ধাৰণ সম্পৰ্কে দল-সংগঠনৰ সৈতে বৈঠক মন্ত্ৰী পীযূষ হাজৰিকাৰ

'ভূমি অধিকাৰৰ স্বাৰ্থত ঐক্যবদ্ধ হৈ কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত হোৱাৰ সিদ্ধান্ত আন সম্প্ৰদায়ৰ'

Nation NE by Nation NE
August 11, 2024
in Top News, অসম
0 0
কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ সীমা নিৰ্ধাৰণ সম্পৰ্কে দল-সংগঠনৰ সৈতে বৈঠক মন্ত্ৰী পীযূষ হাজৰিকাৰ
Share on FacebookShare on TwitterWhatsApp

শনিবাৰে বঙাইগাঁৱত কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ সীমা নিৰ্ধাৰণৰ বাবে বিভিন্ন দল-সংগঠন আৰু বিশিষ্ট ব্যক্তিসকলৰ সৈতে এখন সভাত অংশ লয় অসম চৰকাৰৰ সংসদীয় পৰিক্ৰমা, জল সম্পদ, তথ্য আৰু জনসংযোগ, সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মাননীয় মন্ত্ৰী পীযূষ হাজৰিকাই।

আজি পুৱাই ছ’চিয়েল মিডিয়াত এক লাইভযোগে মন্ত্ৰী হাজৰিকাই কালিৰ এই সভাত হোৱা কিছু অনুভৱৰ বিষয়ে ব্যক্ত কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কিছুদিনৰ পূৰ্বে গুৱাহাটীৰ এখন সভাত মন্ত্ৰীগৰাকীক সাক্ষাত কৰি কোচ ৰাজবংশী সংগঠনসমূহে অনুৰোধ জনাইছিল যে যদি ৫০ শতাংশ কোচ ৰাজবংশী লোক থকা গাঁওসমূহহে কমতাপুৰ স্বায়ত্ত পৰিষদ অন্তৰ্ভুক্ত কৰা হয়, তেন্তে যথেষ্টখিনি কোচ ৰাজবংশীলোক ইয়াৰ পৰা বঞ্চিত হ’ব। যাৰ বাবে এই ব্যৱস্থাটোৰ পুনৰ বিবেচনা কৰিব লাগে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত তেওঁলোকক জনোৱা হ’ল যে কমতাপুৰ অঞ্চলৰ আন সম্প্ৰদায়ৰ লোকসকলৰ সৈতে যদি আলোচনাত মিলিত হৈ বুজাব পাৰে যে তেওঁলোকৰ গাঁওসমূহো কমতাপুৰৰ অন্তৰ্গত কৰাত কোনো আপত্তি নাই, তেতিয়া চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

পৰৱৰ্তী সময়ত বঙাইগাঁৱৰ জিলা আয়ুক্তই কমতাপুৰৰ অন্তৰ্গত ২৬ টা সংগঠনৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছত অন্যান্য সংগঠনসমূহৰ প্ৰতিনিধিসকলে জনালে যে খিলঞ্জীয়া লোকসকলৰ সুৰক্ষা নিশ্চিত হৈ থাকিলে আন আন সম্প্ৰদায়ৰ লোকসকল কমতাপুৰ স্বায়ত্ত পৰিষদৰ অন্তৰ্ভুক্ত হোৱাত কোনো আপত্তি নাই।

ইয়াৰ পাছতে সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী হাজৰিকাই কালি পুনৰ সকলো সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হ’বলৈ বঙাইগাঁৱত উপস্থিত হয়। মন্ত্ৰী হাজৰিকাই কালিৰ এই সভাৰ কথা উল্লেখ কৰি কয় যে সাধাৰণতে যদি অসম চৰকাৰে বা ভাৰত চৰকাৰে কোনো এটা সম্প্ৰদায়ক স্বায়ত্ত শাসন দিয়ে, তেতিয়া সেই অঞ্চলত আন সম্প্ৰদায়ৰ লোকসকল সোমাব নিবিচাৰে। কিন্তু নামনি অসমৰ পৰিবেশ সম্পূৰ্ণ বেলেগ। কাৰণ নামনি অসমত খিলঞ্জীয়সকল ঐক্যবদ্ধ হৈছ। কালিৰ এই সভাত সকলোৰে এটাই কথা তেওঁলোকৰ ভূমিৰ অধিকাৰ থাকিব লাগে, খিলঞ্জীয়াসকল যাতে শক্তিশালী হৈ থাকিব পাৰে, তেতিয়া কোনো লোকৰে কমতাপুৰ স্বায়ত্ত পৰিষদৰ অন্তৰ্ভুক্ত হোৱাত আপত্তি নাই।

বিগত ২ টা বছৰ এই বিভাগৰ দায়িত্ব লোৱাৰ পাছত কালি মই আচৰিত হ’লো যে কোনো বাদ-বিবাদ নোহোৱাকৈ আন আন সম্প্ৰদায়ৰ সংগঠনসমূহে সকলোৱে একেমুখে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্ভুক্ত হ’ব বিচাৰিছে। খিলঞ্জীয়সকলৰ ভূমি অধিকাৰৰ স্বাৰ্থত ঐক্যবদ্ধ হৈ আন আন সম্প্ৰদায়ৰ লোকসকলে কমতাপুৰৰ অন্তৰ্গত হোৱাৰ এই সিদ্ধান্তক শলাগ লয় মন্ত্ৰী পীযূষ হাজৰিকাই।

আজিলৈকে এইদৰে কোনোৱে এটা বেলেগ সম্প্ৰদায়ৰ স্বায়ত্ত শাসনৰ অন্তৰ্ভুক্ত হ’ব নিবিচাৰে, কিন্তু নামনি অসমৰ সম্প্ৰদায়ৰ লোকসকলে যি সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে তাক যাতে সকলোৱে উদাহৰণ ৰূপে ল’বলৈ মন্ত্ৰী পীযূষ হাজৰিকাই সকলো অসমবাসীক অনুৰোধ জনায়।

তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এটাই লক্ষ্য, খিলঞ্জীয়াসকল শক্তিশালী হওক, ভূমি সংৰক্ষণ হওক, আমাৰ কৃষ্টি সুৰক্ষিত হৈ থাকক তাৰ বাবে চৰকাৰে কাম কৰি আহিছে। জনসাধাৰণেও এই ক্ষেত্ৰত কৰা সহযোগিতাৰ বাবে মন্ত্ৰীগৰাকীয়ে আনন্দ প্ৰকাশ কৰে।

Tags: BongaigaonIndigenous OrganisationsKamatapur Autonomous CouncilPijush Hazarika

Related Posts

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

ভাৰত-পাকিস্তান T20 Worldcup: ২৩০০ কোটিৰ লোকচান; ক্ষুব্ধ পাকিস্তানীয়ে ক’লে- ‘পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ’

February 4, 2026
‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ
Top News

য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

February 4, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 4, 2026
ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক
Top News

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

February 4, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

February 4, 2026

শীৰ্ষ সংবাদ

ভাৰত-পাকিস্তান T20 Worldcup: ২৩০০ কোটিৰ লোকচান; ক্ষুব্ধ পাকিস্তানীয়ে ক’লে- ‘পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ’

য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025