• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষঃ জম্মু-কাশ্মীৰত শ্বহীদ ২ ভাৰতীয় সেনা জোৱান

Nation NE by Nation NE
August 11, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষঃ জম্মু-কাশ্মীৰত শ্বহীদ ২ ভাৰতীয় সেনা জোৱান
Share on FacebookShare on TwitterWhatsApp

জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ এটা দুৰ্গম অঞ্চলৰ এখন বনাঞ্চলত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত ভাৰতীয় সেনাৰ দুজন জোৱান থিতাতে নিহত হয়। লগতে, তিনিজন সাধাৰণ লোক আহত হয়। ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান অঞ্চলটোত উত্তেজনা অব্যাহত আছে।

উল্লেখ্য যে, কোকেৰনাগৰ ঘন জংঘলৰ ভিতৰত প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বত সংঘটিত এনকাউণ্টাৰত কনিষ্টবল দীপক কুমাৰ যাদৱ আৰু লেন্স নাইক প্ৰবীণ শৰ্মাই কৰ্তব্যৰত অৱস্থাতেই প্ৰাণ আহুতি দিয়ে।আনহাতে. শনিবাৰে সংঘটিত হোৱা এই গুলীচালনাৰ ঘটনাত আহত হোৱা এজন সাধাৰণ নাগৰিকে চিকিৎসালয়তে মৃত্যুবৰণ কৰে।এই সমগ্ৰ ঘটনা সন্দৰ্ভত ভাৰতীয় সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে এক বিবৃতিৰ জৰিয়তে কয় যে,  “ভাৰতীয় সেনাৰ আটাইকেইটা ৰেংকে দুয়োজন সাহসী জোৱানৰ পৰম ত্যাগক সশ্ৰদ্ধ প্ৰণাম জনাইছো। এই ঘটনাক লৈ সেনাই গভীৰ শোক প্ৰকাশ কৰিছে আৰু লগতে শোকসন্তপ্ত পৰিয়ালসমূহৰ সৈতে দৃঢ়তাৰে থিয় দিয়াৰ কথা স্পষ্টভাৱে উল্লেখ কৰিছে।”

ইফালে, জোৱানৰ মৃত্যুত শোক প্ৰকাশ কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, “অনন্তনাগৰ কোকেৰনাগত সন্ত্ৰাসবাদ বিৰোধী অভিযানত আমাৰ সাহসী আৰু নিৰ্ভীক ভাৰতীয় সেনা জোৱানক হেৰুৱাই গভীৰভাৱে দুখী। নিহত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক সমবেদনা। সমগ্ৰ দেশে এই দুখৰ সময়ত তেওঁলোকৰ পৰিয়ালবৰ্গৰ লগত দৃঢ়ভাৱে থিয় দিছে।”

সূত্ৰই নিশ্চিত কৰা অনুসৰি, জৈইছ উগ্ৰপন্থীৰ এটা দলে পাহাৰৰ উচ্চতাত থকা এটা জুপুৰীত আশ্ৰয় লৈ আছিল । অনুসন্ধানকাৰী আৰক্ষীৰ গতিবিধিৰ প্ৰতি লক্ষ্য ৰাখি উগ্ৰপন্থীয়ে প্ৰথমে অনুসন্ধানকাৰী আৰক্ষীক উদ্দেশ্যি গুলী নিক্ষেপ কৰে। বৰ্তমান উগ্ৰপন্থীৰ পলায়নৰ পথ বিচ্ছিন্ন কৰিবলৈ এতিয়া একাধিক দিশৰ পৰা ভাৰতীয় সেনাই অভিযান আৰম্ভ কৰিছে। এই সংঘৰ্ষত দুজন জোৱান কৰ্মীত নিহত আৰু আন ৩ জন স্থানীয় বাসিন্দা আহত হৈছে। অভিযানত আহত দুজন সাধাৰণ নাগৰিকৰ ভিতৰত এজন আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে।

Tags: #AssamArmy deadIndiaIndia armyJammu Kashmirsolders

Related Posts

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025

শীৰ্ষ সংবাদ

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025