• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, September 9, 2025
30 °c
Guwahati
30 ° Wed
27 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home ক্ৰীড়া

      বিৰাট কোহলীয়ে দিব চাকৰি, পঞ্জাৱবাসীৰ বাবে ল’লে এই ডাঙৰ পদক্ষেপ

      Nation NE by Nation NE
      August 11, 2024
      in ক্ৰীড়া, ৰাষ্ট্ৰীয়
      0 0
      বিৰাট কোহলীয়ে দিব চাকৰি, পঞ্জাৱবাসীৰ বাবে ল’লে এই ডাঙৰ পদক্ষেপ
      Share on FacebookShare on TwitterWhatsApp

      শ্ৰীলংকা ভ্ৰমণৰ অন্তত ক্ৰিকেটৰ পৰা কিছু দিনৰ বাবে বিৰতি লৈছে টিম ইণ্ডিয়াই। ১৯ ছেপ্টেম্বৰৰ পৰা পৰৱৰ্তী শৃংখলা খেলিব ভাৰতে। এই আজৰি সময়খিনিত সাম্প্ৰতিক সময়ৰ শ্ৰেষ্ঠ বেটাৰ বিৰাট কোহলীয়ে পঞ্জাৱবাসীক দিছে বিশেষ উপহাৰ।

      কোহলীয়ে নিজৰ ৰেষ্টুৰেণ্টৰ ব্যৱসায় এইবাৰ সম্প্ৰসাৰণ কৰিছে পঞ্জাৱৰ মোহালীত। বিৰাটৰ এই পদক্ষেপৰ পিছতে বহু নিবনুৱা যুৱক-যুৱতীৰ বাবে নতুন নতুন চাকৰিৰ সুযোগ মুকলি হ’ব। ছ’চিয়েল মিডিয়াৰ জৰিয়তে বিৰাটে নিজৰ নতুন আউটলেট One8 Commune সম্পৰ্কে বিতং তথ্য প্ৰদান কৰিছে।

      বিৰাট কোহলীয়ে মোহালীত মুকলি হোৱা One8 Commune ৰ নতুন আউটলেটৰ ভিডিঅ’ ইনষ্টাগ্ৰামৰ জৰিয়তে শ্বেয়াৰ কৰিছে। পোষ্টটোৰ কেপশ্যনত লিখিছে- মোহালী কোহলিং। তেওঁ পঞ্জাৱৰ জনসাধাৰণক ইয়াৰ বাবে সাজু নেকি বুলিও প্ৰশ্ন কৰিছে।

      বিৰাট কোহলীৰ One8 Commune ৰ এইটো দশম আউটলেট। ইয়াৰ পূৰ্বে বিৰাট কোহলীৰ One8 Commune ৰ আউটলেট গুৰগাঁও, পুনে, দিল্লী, কলকাতা, বেংগালুৰু আদি চহৰত আছিল। অৰ্থাৎ ভাৰতৰ প্ৰায় প্ৰতিখন বৃহৎ চহৰতে তেওঁৰ আউটলেট আছে।

      জানিব পৰা অনুসৰি, জ্যেষ্ঠ ভাতৃ বিকাশ কোহলীৰ সৈতে বিৰাটে এই ৰেষ্টুৰেণ্টৰ ব্যৱসায় চলাই আছে।

      অভিনৱ ৰুচিৰ বাবে পৰিচিত ৮ ৰেষ্টুৰেণ্টৰ শেহতীয়া সংযোজন মোহালী। এই সন্দৰ্ভত বিৰাট কোহলীয়ে কয় যে তেওঁৰ হৃদয়ত মোহলীৰ বাবে এক বিশেষ স্থান আছে। তেওঁ কয় যে তেওঁৰ বাবে one8 Commune কেৱল খোৱা-বোৱাৰ ঠাই নহয় বৰঞ্চ মানুহে ইয়াত নিজৰ অনুভৱ ভাগ-বতৰা কৰাৰ লগতে নতুন বন্ধুত্বও গঢ়িব পাৰে।

      মোহালীত বিৰাটৰ নতুন ৰেষ্টুৰেণ্টখন মুকলি হোৱাৰ পিছত স্পষ্ট হৈ পৰিছে যে এই ৰেষ্টুৰেণ্টৰ জৰিয়তে বহু লোক সংস্থাপিত হ’ব।

      Tags: MohaliOne8 CommunePunjabVirat Kohli

      Related Posts

      লাডাখত ভয়ংকৰ হিমস্খলন; তিনিজন সেনা জোৱানৰ মৃত্যু
      Top News

      September 9, 2025
      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা
      Top News

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা

      September 9, 2025
      ষড়যন্ত্ৰ! হিন্দুৰ ঘৰত মুছলমান ভোটাৰৰ নাম দেখি ক্ষুব্ধ গাঁওবাসী, নিৰ্বাচন বৰ্জনৰ ভাবুকি…

      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য

      September 8, 2025
      অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ

      মুম্বাইৰ এখন হাস্পতাল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

      September 7, 2025

      শীৰ্ষ সংবাদ

      লাডাখত ভয়ংকৰ হিমস্খলন; তিনিজন সেনা জোৱানৰ মৃত্যু

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা

      ভয়াৱহ হৈ পৰিছে নেপালৰ পৰিস্থিতি, ৰাজপথত টকাৰ বৰষুণ

      দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ

      এপষ্টেইনলৈ ‘অশ্লীল সংকেত’ থকা পত্ৰ লিখিছিল নেকি ড’নাল্ড ট্ৰাম্পে? ডেম’ক্ৰেটে প্ৰকাশ কৰিলে পত্ৰ…

      ভাৰতৰ প্ৰধানমন্ত্ৰীক প্ৰশংসা ইজৰাইলৰ প্ৰতিৰক্ষা নীতি বিশেষজ্ঞৰ, ক’লে- “ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদীৰ পৰা শিকিব লাগে”

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist