• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আম্বানী পৰিয়ালৰ মহালক্ষ্মী কোন? কাক গুৰু বুলি গণ্য কৰে আম্বানী পৰিয়ালে…

Nation NE by Nation NE
August 11, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
আম্বানী পৰিয়ালৰ মহালক্ষ্মী কোন? কাক গুৰু বুলি গণ্য কৰে আম্বানী পৰিয়ালে…

ফটোত আম্বানী পৰিয়াল।

Share on FacebookShare on TwitterWhatsApp

বিশ্বৰ ভিতৰতে অন্যতম ধনাঢ্য পৰিয়াল আম্বানী কেৱল ব্যৱসায় ক্ষেত্ৰতে নহয় পৰিয়ালৰ সম্পৰ্কৰ ক্ষেত্ৰতো অতি মজবুত। সমগ্ৰ পৰিয়ালটোৰ মাজত আছে এটা মধুৰ সম্পৰ্ক। শেহতীয়াকৈ নীতা আম্বানী আৰু টিনা আম্বানীৰ পৰিয়াল সন্দৰ্ভত পোহৰলৈ আহিছে এক আমোদজনক ঘটনা।

পৃথিৱীৰ ভিতৰতে ধনী ব্যক্তিৰ তালিকাত আম্বানী পৰিয়ালে নাম সন্নিবিষ্ট কৰি সমগ্ৰ ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। যিটো পৰিয়ালৰ কথা কোৱাৰ আগত আমি ধীৰুভাই আৰু মুকেশ আম্বানীৰ কথা নোকোৱাকৈ থাকিব নোৱাৰো।

ধীৰুভাই আম্বানী, মুকেশ আম্বানী আৰু সমগ্ৰ পৰিয়ালে অতিজৰে পৰা এক ঐতিহ্য লালন-পালন কৰি আহিছে। পৰিয়ালটোৱে মানি আহিছে ঘৰখনৰ গুৰু আৰু মহালক্ষ্মী হিচাপে এগৰাকী পূৰ্বজনক। যিগৰাকীক সকলোৱে গণ্য কৰাটো বাধ্যতামূলক। যাৰ বাবে আজি পৰ্য্যন্ত পৰিয়ালৰ সকলোৱে আন্তৰিকতাৰে মানি আহিছে গুৰু আৰু মহালক্ষ্মী হিচাপে।

আপুনি নিশ্চয় চিনি পায় অনিল আম্বানী আৰু মুকেশ আম্বানীৰ মাতৃ কোকিলাবেন ধীৰুভাই আম্বানী। যিগৰাকী মহিলাৰ বয়স বৰ্তমানে ৯০ বছৰ। কোকিলাবেন ধীৰুভাই আম্বানী পৰিয়ালৰ সকলোৰে পূজনীয়। বোৱাৰীয়েকেই হওক বা ঘৰৰ নাতি-নাতিনী হওক, সকলোৱে আন্তৰিকতাৰে সন্মান কৰে।আৰু ঘৰখনৰ বোৱাৰীয়েকেও ঘৰৰ মহালক্ষ্মী বুলি গণ্য কৰি আহিছে প্ৰতিটো মূহুৰ্ত্তত।

শাহুৱেক তথা কোকিলাবেন ধীৰুভাই আম্বানীৰ জন্মদিনত টিনা আম্বানীয়ে সামাজিক মাধ্যমত কেইবাখনো ফটো শ্বেয়াৰ কৰি বহু কথা আন্তৰিকতাৰে ব্যক্ত কৰে। পূৰ্বেই টিনা আম্বানীয়ে লিখিছে, ‘কোমল, উদাৰ আৰু মৰমেৰে ভৰা। প্ৰথম লগ পোৱাৰ পিছত আৰু ৩৩ বছৰৰ পিছতো তেওঁৰ লগত মোৰো একেই সম্পৰ্ক আছে। তেওঁ মোক সদায় মুকলি আকাশৰ তলত আদৰি লৈছিল আৰু বছৰ বছৰ ধৰি আমাৰ সম্পৰ্ক অধিক শক্তিশালী হৈ আহিছে। পৰম্পৰা আৰু আধ্যাত্মিকতাৰ সমান্তৰালকৈ আজিৰ ভাৱধাৰা থকা এগৰাকী নাৰী, যিগৰাকীৰ সদায় মুকলি চিন্তা-চৰ্চা।’

টিনা আম্বানীয়ে শাহুৱেক কোকিলাবেন আম্বানীক ‘মমি’ বুলি কয়। লগতে পোষ্টটোত কয় যে কোকিলাবেন হৈছে আম্বানী পৰিয়ালৰ শক্তি। ইয়াৰ উপৰি তেওঁ সমগ্ৰ পৰিয়ালৰ মহালক্ষ্মী। ঘৰৰ সৰু বোৱাৰী টিনাই কয় যে তেওঁলোকৰ বিষয়ে যিমানেই কম সিমানেই যেন কম হয়। সেইবোৰ শব্দৰে বৰ্ণনা কৰাটো অতি কঠিন। তেওঁ কোকিলাবেন ধীৰুভাই আম্বানীক মাক বুলি কয়, পৰিয়ালৰ শিল আৰু পোহৰ।

ধীৰুভাই আম্বানীক পৰিয়ালৰ গুৰু বুলি অভিহিত কৰে। যি গৰাকী পৰিয়ালৰ ঢাল। ২০২৩ চনৰ ডিচেম্বৰ মাহত টিনা আম্বানীয়ে শহুৰেকৰ বিষয়ে কৈছিল যে তেওঁ তেওঁৰ গুৰু। তেওঁ কেৱল এজন ভাল পিতৃ, ভাল ব্যৱসায়ী, ভাল মানুহ নাছিল বৰঞ্চ তেওঁ আছিল সকলোৰে বাবে এজন ভাল শিক্ষক। তেওঁৰ শিক্ষাই আজিও সকলোকে শক্তিশালী কৰে আৰু পথ দেখুৱাই আহিছে। অৱশ্যে ধীৰুভাই আম্বানী আৰু এই পৃথিৱীত নাই। তেওঁ ২০০২ চনত ৬৮ বছৰ বয়সত এই পৃথিৱীৰ মায়ামোহ এৰি গুছি যায় অজান দেশলৈ।

Tags: Ambani FamilyBusinessMukesh AmbaniMumbai

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025