• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, July 25, 2025
32 °c
Guwahati
29 ° Sat
28 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

    ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

    কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

    নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

    নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      হকীৰ ১৬ নম্বৰ জাৰ্চীক দিয়া হ’ল বিশেষ সন্মান; শচীন তেণ্ডুলকাৰৰ সম-মৰ্যাদা প্ৰদান শ্ৰীজেশক

      Nation NE by Nation NE
      August 15, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      হকীৰ ১৬ নম্বৰ জাৰ্চীক দিয়া হ’ল বিশেষ সন্মান; শচীন তেণ্ডুলকাৰৰ সম-মৰ্যাদা প্ৰদান শ্ৰীজেশক
      Share on FacebookShare on TwitterWhatsApp

      হকী খেলুৱৈ পি আৰ শ্ৰীজেশলৈ বিশেষ সন্মান। হকী খেলৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতে খেলুৱৈ গৰাকীক ক্ৰিকেট খেলুৱৈ শচীন তেণ্ডুলকাৰৰ সম মৰ্যদা প্ৰদান কৰিছে।

      উল্লেখ্য যে, ভাৰতীয় হকী দলৰ হৈ দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা গ’লকিপাৰ পি আৰ শ্ৰীজেশ সন্দৰ্ভত ইতিমধ্যে হকী ইণ্ডিয়াই লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। দুটা দশক ধৰি নিজৰ বলিষ্ঠ পদৰ্শনেৰে হাজাৰ-হাজাৰ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল প্ৰবীণ খেলুৱৈ গৰাকীয়ে।

      ইয়াৰ মাজতে আকৌ দুটাকৈ অলিম্পিকত অংশগ্ৰহণ কৰি দুয়োবাৰতে বঞ্জৰ পদক লাভ কৰা ক্ষেত্ৰত বিশেষ ভুমিকা গ্ৰহণ কৰিছিল শ্ৰীজেশে। এনে এজন তাৰকা অৱসৰ ঘোষণাৰ মাজতে ১৬ নম্বৰ জাৰ্চিটোৰ সন্দৰ্ভত ক্ৰীকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ সমপৰ্য্যায়ৰ সন্মান দিয়া হৈছে বুলি স্বীকাৰ কৰিছে খেলুৱৈ গৰাকীয়ে ।

      বুধবাৰে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি হকী ইণ্ডিয়াৰ সাধাৰণ সম্পাদক ভোলা নাথ সিঙে কয়, “শ্ৰীজেশে প্ৰায় দুটা দশক ধৰি ভাৰতীয় হকী দলৰ বাবে ১৬ নম্বৰৰ জাৰ্চি পিন্ধি দেশক প্ৰতিনিধিত্ব কৰি আহিছে। ভাৰতীয় হকীৰ বাবে তেওঁ কৰা সকলো কামৰ বাবে আমি তেওঁৰ প্ৰতি কৃতজ্ঞ। গতিকে আমি সিদ্ধান্ত লৈছো যে, ১৬ নম্বৰৰ জাৰ্চিটো এতিয়া অৱসৰ লোৱা উচিত। শ্ৰীজেশে এতিয়া জুনিয়ৰ ৰাষ্ট্ৰীয় হকী দলৰ প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিব। আমি আশা কৰিছো যে, তেওঁ নিজৰ অভিজ্ঞতা আৰু জ্ঞানেৰে যুৱ খেলুৱৈসকলক গ্ৰুম কৰিব।

      শ্ৰীজেশৰ সন্মানত আয়োজন কৰা বিশেষ অনুষ্ঠানত এই ঘোষণাৰ পিছতে শ্ৰীজেশে কয়, “হকী ইণ্ডিয়াই মোৰ ১৬ নম্বৰ জাৰ্চি অৱসৰ লোৱাটো মোৰ বাবে এক বৃহৎ সন্মান। ভাৰতীয় হকী দলৰ অংশ হোৱাৰ বাবে মই অতি গৌৰৱ অনুভৱ কৰিছো।

      অৱশ্যে, শ্ৰীজেশে কেৱল ছিনিয়ৰ দলৰ বাবেহে ১৬ নম্বৰৰ জাৰ্চি অৱসৰ লৈছে।’ জুনিয়ৰ দলৰ বাবে বৰ্তমানেো অৱসৰ লোৱা নাই ১৬ নম্বৰ জাৰ্চি। ভাৰতীয় হকী জুনিয়ৰ দলত আন এজন শ্ৰীজেশক সাজু কৰি ১৬ নম্বৰৰ জাৰ্চি আন এজনক দিয়া হ’ব বুলি হকী ইণ্ডিয়াৰ সাধাৰণ সম্পাদক ভোলা নাথ সিঙে সদৰি কৰিছে।

      ইয়াৰ মাজতে অলিম্পিকৰ সন্দৰ্ভত আৱেঘবৰা ভাষাৰে প্ৰবীণ খেলুৱৈ গৰাকীয়ে কয় যে, টকিঅ’ অলিম্পিকত লাভ কৰা ব্ৰঞ্জৰ পদক তেওঁৰ হৃদয়ৰ ওচৰত। “তেতিয়া এনে লাগিছিল যে, দশক দশক পুৰণি কাহিনী এটা সঁচা হৈছিল।” অৱশ্যে পেৰিছ অলিম্পিকত দলটোৰ প্ৰদৰ্শনত অলপ হতাশ হৈছিলো।

      লগতে তেওঁ কয় যে, আমি আশা কৰিছিলোঁ তেওঁৰ কেৰিয়াৰ সন্দৰ্ভত মই সদায় যিমান পাৰো দেশখনৰ বাবে দিবলৈ চেষ্টা কৰিলো আৰু এতিয়া আগবাঢ়ি যোৱাৰ সময় আহি পৰিছে।

      Tags: Indian HockeySportsTeam India

      Related Posts

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত
      Top News

      July 25, 2025
      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ
      Top News

      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

      July 25, 2025
      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত
      Top News

      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

      July 25, 2025
      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক
      Top News

      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

      July 25, 2025
      বিদ্যালয়ৰ দেৱাল ভাঙি ভয়ংকৰ দুৰ্ঘটনা, ৪ শিশুৰ প্ৰাণহানি
      Top News

      বিদ্যালয়ৰ দেৱাল ভাঙি ভয়ংকৰ দুৰ্ঘটনা, ৪ শিশুৰ প্ৰাণহানি

      July 25, 2025
      নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…
      Top News

      নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

      July 25, 2025

      শীৰ্ষ সংবাদ

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত

      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

      RCBৰ এগৰাকী খেলুৱৈৰ বিৰুদ্ধে ২টাকৈ ভয়ংকৰ অভিযোগ, নাবালিকাৰ সৈতে অপকৰ্ম সংঘটিত…

      বিদ্যালয়ৰ দেৱাল ভাঙি ভয়ংকৰ দুৰ্ঘটনা, ৪ শিশুৰ প্ৰাণহানি

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist