• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, July 25, 2025
29 °c
Guwahati
28 ° Sun
27 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ

    বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

    ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

    কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

    নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

    নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      দেশজুৰি অচল চিকিৎসাসেৱা, ৰোগীৰ মাজত হাহাকাৰ অৱস্থা

      Nation NE by Nation NE
      August 17, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      দেশজুৰি অচল চিকিৎসাসেৱা, ৰোগীৰ মাজত হাহাকাৰ অৱস্থা

      প্ৰতিনিধিত্বমূলক চিত্ৰ

      Share on FacebookShare on TwitterWhatsApp

      কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ এণ্ড হাস্পতাল কাণ্ডই জোকাৰিছে সমগ্ৰ দেশ। তৰুণী চিকিৎসকৰ সৈতে সংঘটিত নাৰকীয় ঘটনাই উত্তাল কৰিছে পশ্চিমবংগ।ন্যায় বিচাৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে চিকিৎসক সমাজে।

      ৮ আগষ্টৰ মাজনিশা কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী কনিষ্ঠ মহিলা চিকিৎসকক ঘৃণনীয়ভাৱে অপদস্থ কৰি তেওঁক নিৰ্মমভাৱে হত্যা কৰা হয়। মৃত চিকিৎসকগৰাকী মহাবিদ্যালয়খনৰ চেষ্ট মেডিচিন বিভাগৰ দ্বিতীয় বৰ্ষৰ স্নাতকোত্তৰ শিক্ষাৰ্থী আৰু এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসক আছিল।

      এই ঘটনাৰ পিছতেই, দেশজুৰি প্ৰতিবাদৰ শিখা বিয়পি পৰিছে। এনে পৰিস্থিতিত চিকিৎসকৰ সৰ্ববৃহৎ সংগঠন ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে শনিবাৰে সমগ্ৰ দেশতে ২৪ ঘণ্টীয়া ধৰ্মঘটৰ আহ্বান জনায়। শনিবাৰে পুৱা ৬ বজাৰ পৰা দেওবাৰে পুৱা ৬ বজালৈ জৰুৰীকালীনৰ বাহিৰে বন্ধ থাকিব আন সকলো চিকিৎসা সেৱা।

      বুধবাৰে নিশা আৰ জি কৰ হাস্পতালত সংঘটিত হোৱা আক্ৰমণৰ প্ৰতিবাদত বৃহস্পতিবাৰে জৰুৰী বৈঠকত ভাৰতীয় চিকিৎসা সংস্থাই এই সিদ্ধান্ত গ্ৰহণ কৰে। আন মেডিকেল কলেজৰ চিকিৎসালয়ৰ চিকিৎসকেও এই ধৰ্মঘটত যোগদান কৰে।

      এই সিদ্ধান্তৰ পিছতেই দেশৰ বিভিন্ন প্ৰান্তত অস্ত্ৰোপচাৰ, OPD সেৱা বন্ধ কৰ ৰখা হয়। যাৰ ফলত ৰোগীসকলৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।

      অসমতো এই কৰ্মবিৰতিৰ প্ৰভাৱ পৰিলক্ষিত হয়। উক্ত ঘটনাৰ ন্যায় বিচাৰি অসমৰো প্ৰায়কেইখন মুখ্য চিকিৎসালয়ত চিকিৎসকসকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰে। অসমত ঠায়ে ঠায়ে শুকুৰবাৰে সন্ধিয়া দোষীৰ উচিত শাস্তি বিচৰি একাংশ চিকিৎসকে সমদল উলিয়ায়।

      Tags: IndiaJUSTICEKOLKATA

      Related Posts

      উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ
      Top News

      July 25, 2025
      আন এক মাইলষ্টন! পন্টিং-কালিছৰ অভিলেখ ভংগ জো ৰুটৰ

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত
      Top News

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত

      July 25, 2025
      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ
      Top News

      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

      July 25, 2025
      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত
      Top News

      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

      July 25, 2025
      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক
      Top News

      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

      July 25, 2025

      শীৰ্ষ সংবাদ

      উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ

      আন এক মাইলষ্টন! পন্টিং-কালিছৰ অভিলেখ ভংগ জো ৰুটৰ

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত

      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist