• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 2, 2026
23 °c
Guwahati
25 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতত স্থাপন কৰা হ’ব প্ৰথম ডিজিটেল আদালত, কেনেকৈ কাম কৰিব এই আদালতে

Nation NE by Nation NE
August 18, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
ভাৰতত স্থাপন কৰা হ’ব প্ৰথম ডিজিটেল আদালত, কেনেকৈ কাম কৰিব এই আদালতে
Share on FacebookShare on TwitterWhatsApp

দেশত স্থাপন কৰা হয় প্ৰথমখন ডিজিটেল আদালত।যাৰ বাবে গোচৰ নিষ্পত্তিৰ প্ৰক্ৰিয়া হৈ উঠিব অতি সহজ। জানো আহক এই ডিজিটেল আদালতৰ সবিশেষ।

শুকুৰবাৰে কেৰালাৰ কোল্লামত দেশৰ প্ৰথমখন ডিজিটেল আদালত উদ্বোধন কৰা হয়। ইয়াক নেগোচিয়েবল ইনষ্ট্ৰুমেণ্ট এক্ট (এনআই এক্ট)ৰ গোচৰ নিষ্পত্তিকৰণৰ বাবে প্ৰস্তুত কৰা হৈছে। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাই  এই আদালতখন উদ্বোধন কৰে।

প্ৰাৰম্ভিক দাখিলৰ পৰা চূড়ান্ত সিদ্ধান্তলৈকে এই ডিজিটেল আদালতত সকলো কাম ডিজিটেল ভাৱেই কৰা হ’ব বিষয়াসকলে জানিবলৈ দিয়ে। এনে পৰিস্থিতিত, ডিজিটেল আদালতে কেনেদৰে কাম কৰিব জানো আহক।

কেৰালাত আৰম্ভ হোৱা দেশৰ এই প্ৰথমখন ডিজিটেল আদালতৰ নাম দিয়া হৈছে ‘২৪/৭ অন ক’ৰ্ট’। এই আদালতত গোচৰৰ শুনানি ছেপ্টেম্বৰ ২০২৪ৰ পৰা আৰম্ভ হ’ব। যদি এই পদক্ষেপ সফল হয়, তেন্তে ৰাজ্যখনত অধিক অন-ক’ৰ্ট স্থাপন কৰা হ’ব জানিবলৈ দিয়ে।

আৰম্ভণিতে এই ডিজিটেল আদালত , ‘২৪/৭ অন ক’ৰ্টে’ নিয়ন্ত্ৰণ কৰিব নেগোচিয়েবল ইনষ্ট্ৰুমেণ্ট আইনৰ অধীনত থকা গোচৰবোৰ। নেগোচিয়েবল ইনষ্ট্ৰুমেণ্ট এক্ট হৈছে প্ৰমিছৰী নোট, বিল অফ এক্সচেঞ্জ আৰু চেকৰ সৈতে সম্পৰ্কিত এক আইন।

উদ্বোধনি অনুষ্ঠানত উচ্চ ন্যায়ালয়ৰ বিষয়াসকলে কয় যে, চেক বাউন্সৰ গোচৰবোৰ এনআই আইনৰ গোচৰৰ মুঠ প্ৰায় দহ শতাংশ। নতুন পদক্ষেপটোৱে চেক বাউন্সৰ এই গোচৰবোৰ হ্ৰাস কৰাত ত্বৰান্বিত কৰিব।

ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাই য়ে কয় যে, এনআই আইনৰ গোচৰৰ বাবে ডিজিটেল আদালতে আৰক্ষী থানা আৰু বেংকসমূহক এটা ব্যৱস্থাৰ জৰিয়তে সংযোগ কৰি চেক বাউন্সৰ গোচৰৰ ওপৰত সিদ্ধান্ত ল’ব।

এনআই আইনৰ ধাৰা ১৩৮ ৰ অধীনত চেকৰ বাউন্স হৈছে এটা অপৰাধ। অৰ্থাৎ, যদি আপুনি কাৰোবাক ২০,০০০ টকাৰ চেক দিয়ে, কিন্তু যেতিয়া সন্মুখৰ ব্যক্তিজনে ইয়াক বেঙ্কত জমা কৰে, দেখা যায় যে আপোনাৰ বেঙ্ক একাউণ্টত ইমান পৰিমাণ নাই। তেতিয়া ইয়াক চেক বাউন্স বুলি কোৱা হ’ব। এনে কৰাটো এনআই আইন ১৮৮১ৰ এটা শাস্তিযোগ্য অপৰাধ। যদি দোষী সাব্যস্ত হয়, ইয়াৰ শাস্তি চেকৰ দুগুণ পৰিমাণৰ জৰিমনা হ’ব পাৰে বা সৰ্বাধিক দুই বছৰৰ বাবে কাৰাবাস হ’ব পাৰে।

কেৰালা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজা বিজয়ৰাঘৱন পঞ্চমে কয় যে, আদালতত প্ৰযুক্তি যোগ কৰিলে আইন প্ৰক্ৰিয়াসমূহ সহজ হ’ব। ডিজিটেল আদালতত এক স্মাৰ্ট অনুসূচী প্ৰণালী থাকিব, যাতে শুনানি সময়মতে হয়। ই অভিযোগকাৰীসকলক তেওঁলোকৰ গোচৰৰ বাস্তৱ-সময়ৰ স্থিতি প্ৰদৰ্শন কৰাত সহায় কৰিব। লগতে, আদালতক বেংক আৰু আৰক্ষীৰ দৰে গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানৰ সৈতে সংযুক্ত কৰা হ’ব, যাতে তথ্যৰ আদান-প্ৰদান সহজ হয়।

প্ৰতিবেদন অনুসৰি, ডিজিটেল আদালতত চাৰিটা এপিআই (এপ্লিকেচন প্ৰ’গ্ৰামিং ইণ্টাৰফেচ) থাকিব যি গোচৰ স্থিতি, ইয়াৰ মেটাডাটা, আদেশ আৰু ৰায় সামৰি ল’ব। এই প্ৰণালীবোৰ অহা মাহত অনলাইনত আদালতৰ আৰম্ভণিৰ সৈতে কাৰ্যকৰী হ’ব।

Tags: Digital CourtHigh CourtKerala

Related Posts

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026
পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ
Top News

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

May 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 2, 2026
যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026

শীৰ্ষ সংবাদ

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025