• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কোনে মাৰিব শেষ হাঁহি? অ’পিনিয়ন প’ল অনুসৰি হাৰিয়ানাত কোন দলে কিমান পাব আসন

Nation NE by Nation NE
August 22, 2024
in Top News, BIG BREAKING, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
কোনে মাৰিব শেষ হাঁহি? অ’পিনিয়ন প’ল অনুসৰি হাৰিয়ানাত কোন দলে কিমান পাব আসন

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে ৰাজ্যখনত ৰাজনৈতিক দলসমূহে যুদ্ধ গতিত আৰম্ভ কৰিছে প্ৰস্তুতি। দলসমূহে নিৰ্বাচনী ৰণ জিনাৰ বাবে পৰিকল্পনা যুগুত কৰি থকাৰ সমান্তৰালকৈ নিৰ্বাচনী সমীক্ষাৰ ফলাফলো আহিবলৈ আৰম্ভ কৰিছে।

এটা ৰাষ্ট্ৰীয় টেলিভিচনত প্ৰকাশ পোৱা অ’পিনিয়ন প’লৰ সমীক্ষাত হাৰিয়ানাৰ সকলো ৰাজনৈতিক দলেই যেন সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত। ৰাজ্যখনত বিজেপি পুনৰ সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিছে। আম আদমি পাৰ্টিয়েও নিজৰ খোপনি পুতিবলৈ সক্ষম হৈছে।

আনহাতে বিজয়ৰ দাবী কৰা কংগ্ৰেছৰ পৰিস্থিতি ৰাজ্যখনত খুউব এটা সন্তোষজনক নহয়।

অ’পিনিয়ন প’লৰ সমীক্ষা অনুসৰি, হাৰিয়ানা বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এ-ই ৩৪ৰ পৰা ৩৯খন আসন লাভ কৰিব। ইফালে কংগ্ৰেছক দিছে ২৯ৰ পৰা ৩৪ খন আসন।

আনহাতে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টিক প্ৰদান কৰা হৈছে ৮ৰ পৰা ১৩খন আসন। ইয়াৰ উপৰি ইণ্ডিয়ান নেচনেল লোকদল আৰু বহুজন সমাজ পাৰ্টিকো কিছু আসন প্ৰদান কৰিছে।

উল্লেখ্যে যে, ৯০ খন আসন বিশিষ্ট হাৰিয়ানাত ২০১৯ চনত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৪০ খন আসন আৰু কংগ্ৰেছ দলে ৩১ খন আসনত জয়লাভ কৰিছিল।

চৰকাৰ বনাবলৈ মেজিক নম্বৰ লাভ নকৰাত বিজেপিয়ে ১০ খন আসনত জয় লাভ কৰা জেজেপিৰ সৈতে মিত্ৰতা কৰি চৰকাৰ গঠন কৰিছিল।

২০১৯ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত বিজেপিয়ে ৩৬.৪৯ শতাংশ আৰু কংগ্ৰেছ দলে ২৮.০৬ শতাংশ ভোট লাভ কৰিছিল।

Tags: #CongressAssembly ElectionBJPHariyanaOpinion Poll

Related Posts

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?
Top News

March 13, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026
‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

শীৰ্ষ সংবাদ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025