• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ফুটবলত নহয়, সামাজিক মাধ্যমত বিশ্ব অভিলেখ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

ইউটিউব চেনেলত প্ৰথম ২ঘণ্টাত ২ মিলিয়নৰো অধিক ছাবস্ক্ৰাইবাৰ

Nation NE by Nation NE
August 22, 2024
in Top News, ক্ৰীড়া
0 0
ফুটবলত নহয়, সামাজিক মাধ্যমত বিশ্ব অভিলেখ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ
Share on FacebookShare on TwitterWhatsApp

বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে ফুটবল কেৰিয়াৰৰ মাজতে সামাজিক মাধ্যমৰ প্লেটফৰ্মটো জনপ্ৰিয়তাৰ শীৰ্ষত। ফুটবল খেলত দুটা দশক ধৰি সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা তাৰকাগৰাকীয়ে এইবাৰ সামাজিক মাধ্যমত জোকাৰণিৰ সৃষ্টি কৰিছে।

ৰোনাল্ডোৱে ‘ইউআৰ ক্রিষ্টিয়ানো’ নামৰ এটা ইউটিউব চেনেল  মুকলি কৰে। ইউটিউব চেনেলটো মুকলি কৰাৰ কথা ঘোষণাৰ পিছতে প্ৰথম দুঘণ্টাৰ ভিতৰতে ৰোনাল্ডোৱে ইউটিউবৰ নামত থকা ‘বিশ্ব অভিলেখ’ ভংগ কৰিবলৈ সক্ষম হয়।

ফুটবল তাৰকাগৰাকীয়ে ইউটিউব প্লেটফৰ্মৰ ইতিহাসত ২৪ ঘণ্টাৰ ভিতৰতে ১কোটি গ্ৰাহকক আকৃষ্ট কৰিবলৈ সক্ষম হয়। ৰোনাল্ডোৰ ইউটিউব একাউণ্টৰ চাবস্ক্ৰাইবাৰৰ সংখ্যাই এক কোটি অতিক্ৰম কৰা পিছতে তেওঁৰ নামত সংযোজন হয় এই বিশ্ব অভিলেখ।

ইতিমধ্যে সমগ্ৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত সৰ্বাধিক অনুৰাগীয়ে অনুসৰণ কৰা ব্যক্তিৰ ভিতৰত আছে ৰোনাল্ডো। এক্স (পূৰ্বৰ টুইটাৰ)ত তেওঁৰ ১১২.৫ মিলিয়ন, ফেচবুকত ১৭ কোটি আৰু ইনষ্টাগ্ৰামত ৬৩.৬ কোটি অনুৰাগী আছে।

বুধবাৰে নিজৰ নতুন যাত্ৰা আৰম্ভ কৰাৰ কথা ঘোষণা কৰি ৰোনাল্ডোৱে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত পোষ্ট কৰি কয় যে, “অৱশেষত মোৰ @YouTube চেনেলটো আহিল! Subscribe কৰক আৰু মোৰ সৈতে এই নতুন যাত্ৰাত যোগদান কৰক।”

ৰোনাল্ডোৱে চেনেলটোৰ মুকলি দিনটো ভিডিঅ’ৰে উদযাপন কৰে, য’ত আছিল টিজাৰ ট্ৰেইলাৰ, তেওঁৰ সংগী জৰ্জিনা ৰড্ৰিগেজৰ সৈতে এটা কুইজ গেম। চেনেলটোত পৰ্তুগীজ ফুটবলাৰগৰাকীয়ে মেডাম টুছ’ডছত নিজৰ মোমৰ ফিগাৰ লগ পোৱাৰ এটা ক্লিপও প্ৰকাশ পাইছিল।

উল্লেখ্য যে ইউটিউব একাউণ্ট খোলাৰ পিছত এক কোটিৰ সীমা অতিক্ৰম কৰাৰ অভিলেখ পূৰ্বে হামষ্টাৰ কম্বেটৰ হাতত আছিল, চেনেলটোৱে এই মাইলৰ খুঁটিত উপনীত হ’বলৈ ৭ দিন সময় লৈছিল। ইতিমধ্যে ৰোনাল্ডোৰ চেনেলটোৱে ২ঘণ্টাৰ ভিতৰতে ২ বিলিয়ন ছাবস্ক্ৰাইবাৰৰ সীমা অতিক্ৰম কৰে, যিটো পূৰ্বতে কোনো চেনেলে এই কৃতিত্ব অৰ্জন কৰিব পৰা নাছিল।

বৰ্তমান ছৌদি আৰৱৰ ক্লাব আল-নাছৰৰ হৈ খেলা এই প্ৰবীণ ষ্ট্ৰাইকাৰগৰাকীয়ে আগন্তুক দিনত ইউটিউবত আৰু কেইবাটাও অভিলেখ ভংগ কৰা সম্ভাৱনা আছে।

Tags: Cristiano RonaldoFootballSocial MediaSubscribersYoutube

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025