• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এটি সুন্দৰ কেৰিয়াৰৰ পৰিসমাপ্তি! জানক বিদায় ক্ষণত কি ক’লে শিখৰ ধাৱানে

Nation NE by Nation NE
August 24, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
এটি সুন্দৰ কেৰিয়াৰৰ পৰিসমাপ্তি! জানক বিদায় ক্ষণত কি ক’লে শিখৰ ধাৱানে
Share on FacebookShare on TwitterWhatsApp

ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে ক্ৰিকেটাৰ শিখৰ ধাৱানে।সামাজিক মাধ্যমৰ জৰিয়তে এই বাতৰি আগবঢ়ায় খেলুৱৈগৰাকীয়ে। ২৪ আগষ্ট শনিবাৰে পুৱা তেওঁ এটা ভিডিঅ’ শ্বেয়াৰ কৰে, য’ত তেওঁ অৱসৰ ঘোষণা কৰে লগতে তেওঁ নিজৰ সকলো অনুৰাগীকে ধন্যবাদ জনায়।

ক্ৰিকেটক বিদায় জনাই ধাৱানে বিশেষকৈ তেওঁৰ পৰিয়াল, শৈশৱৰ প্ৰশিক্ষক, টীম ইণ্ডিয়া আৰু বিচিচিআইক ধন্যবাদ জ্ঞাপন কৰে। ধাৱানে ২০২২ চনৰ ১০ ডিচেম্বৰত চিটাগঙত বাংলাদেশৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁ অন্তিমখন খেল খেলিছিল। এই খেলখনত, তেওঁ মাত্ৰ ৩ ৰাণ হে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।

২০১০ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া খেলত পঞ্চম স্থানত আত্মপ্ৰকাশ কৰিছিল ক্ৰিকেটাৰ শিখৰ ধাৱানে। বিশাখাপত্তনমত খেলা তেওঁৰ অভিষেক খেলখনৰ আৰম্ভণি ভাল নাছিল। এই খেলত তেওঁ ৰাণ নকৰাকৈ ইনিংছৰ দ্বিতীয় বলত আউট হয়।

ইয়াৰ পিছত, ২০১১ চনত, তেওঁ টি-২০ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আত্মপ্ৰকাশ কৰে। একে সময়তে, তেওঁ ২০১৩ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট মেচত অভিষেক কৰে। এই টেষ্ট অভিষেকত, ধাৱানে ১৮৭ ৰাণৰ এক উজ্জ্বল ইনিংছ খেলে।

সুদীৰ্ঘ ১৪ বছৰৰ পিছত, তেওঁ বৰ্তমান এই ক্ৰিকেটৰ যাত্ৰাৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। অৱসৰ লোৱাৰ সময়ত কয় যে, নিজৰ সিদ্ধান্তক লৈ তেওঁ সুখী, দেশৰ কাৰণে তেওঁ ইতিমধ্যে যথেষ্ট খেলিছে, গতিকে ইয়াক লৈ তেওঁ কোনো অনুশোচনা নকৰে।

ভাৰতৰ হৈ খেলি থাকোতে ধাৱানৰ কেৰিয়াৰ অতি দৰ্শনীয় আছিল। তেওঁ টীম ইণ্ডিয়াৰ হৈ একাধিক ইনিংছ খেলিছিল। ২০১৩ চনৰ চেম্পিয়নছ ট্ৰফী বিজয়ত তেওঁ অতি গুৰুত্বপূৰ্ণ অৱদানকাৰী আছিল। তেওঁ প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট নিৰ্বাচিত হৈছিল। ধাৱানে ভাৰতৰ হৈ মুঠ ২৬৯ খন মেচ খেলিছিল, য’ত তেওঁ ১০৮৬৭ ৰাণ সংগ্ৰহ কৰিছিল।

ধাৱানে টেষ্টত ৩৪ খন মেচ খেলিছিল, ৫৮ টা ইনিংছত ৪০.৬১ গড়ত সৰ্বমুঠ ২৩১৫ ৰাণ সংগ্ৰহ কৰে। একে সময়তে, তেওঁ ১৬৭ খন এদিনীয়াত ৪৪.১১ গড়ে ৬৭৯৩ ৰাণ আৰু ৬৮ খন টি-২০ মেচত ১৭৫৯ ৰাণ সংগ্ৰহ কৰে।

ধাৱানে তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ২৪ টা শতক আৰু ৫৫ টা অৰ্ধ-শতক অৰ্জন কৰে। এদিনীয়াত, তেওঁৰ ১৭ টা শতক আৰু ৩৯ টা অৰ্ধ-শতক অৰ্জন কৰে। একে সময়তে, তেওঁ টেষ্টত ৭ টা শতক আৰু ৫ টা অৰ্ধ-শতক অৰ্জন কৰে। ধাৱানে টি-২০ত ১১ টা অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

Tags: Indian CricketShikhar DhawanSports

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025