• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, October 21, 2025
25 °c
Guwahati
26 ° Wed
26 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    আজি কাতি বিহু: ঘৰে-ঘৰে তুলসীৰ তলত জ্বলিব চাকি, শস্যৰ শ্ৰীবৃদ্ধি কামনা প্ৰতিজন চহাৰ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জন্মাষ্টমীৰ এই পৱিত্ৰ ক্ষণত জানক কোনকেইটা ৰাশিৰ খুলিব ভাগ্যৰ দুৱাৰ

Nation NE by Nation NE
August 26, 2024
in Top News, অসম
0 0
আজিৰ দিনটোৰ ৰাশিফল: মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মেষ- সমাজহিতৈষী চিন্তা বৃদ্ধি পাব। ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদত আজি আপুনি শক্তিশালী স্থিতিত উপনীত হ’ব পাৰিব। ব্যৱসায়ত শুভ। অপ্ৰত্যাশিতভাৱে ধন লাভ কৰিব। শুভ ৰং-মটিয়া, শুভ নম্বৰ-৪

বৃষ- ব্যক্তিত্ব আৰু সাহস প্ৰকাশ পাব। সৎ লোকৰ সান্নিধ্য লাভ কৰিব। কৰ্মস্থিতি উন্নত। যদি আপুনি কাৰোবাৰ পৰা ঋণ লৈ থৈছে তেন্তে, অনতিপলমে ঘুৰাই দিয়াৰ ব্যৱস্থা কৰক, নহলে আপোনাৰ ওপৰত আইনী ব্যৱস্থা লব পাৰে। পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক।শুভ ৰং-বগা, শুভ নম্বৰ-৩

মিথুন- কৰ্মস্থানত সকলোৰে সহযোগিতা লাভ কৰিব। ব্যৱসায়ত ধৈৰ্যৰ প্ৰয়োজন হ’ব। মনৰ ভাৰসাম্য ৰক্ষা কৰাত গুৰুৱে সহায় কৰিব। ঘৰুৱা বিষয় সমূহত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। শুভ ৰং-সোণালী, শুভ নম্বৰ-২

কৰ্কট- ভগৱান শ্ৰাকৃষ্ণৰ আশীৰ্বাদত আজি আপোনাৰ মনৰ উদ্যমতা অব্যাহত থাকিব।প্ৰশাসনিক দক্ষতা বৃদ্ধি পাব। অৰ্থপ্ৰাপ্তিৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হব পাৰে। শুভ ৰং-সেউজীয়া, শুভ নম্বৰ-১

সিংহ- প্ৰতিভা বিকাশৰ সুযোগ পাব, যিয়ে আপোনাক কোনো প্ৰভাৱশালী ব্যক্তিৰ লগত সংস্পৰ্শলৈ আনিব। সহকৰ্মীৰ পৰা বহুত সহায় সহযোগ লাভ কৰিব। শুভ ৰং-হালধীয়া, শুভ নম্বৰ-৮

কন্যা- আপোনাৰ সাহসী আৰু স্পষ্ট চিন্তাধাৰাই আপোনাৰ বন্ধুক দুখ দিব পাৰে। তীৰ্থভ্ৰমণৰ যোগ। কৰ্মক্ষেত্ৰত উন্নতিৰ মুখ দেখিব। শুভ ৰং-ৰঙা, শুভ নম্বৰ-৫

তুলা- শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিক ভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগাৰ আশ্ৰয় লওক। দিনযোৰা ব্যস্ততাৰ পিছত যদি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিছে, তেন্তে এই সময়ৰ সদ্ব্যৱহাৰ কৰক। শুভ ৰং-বগা, শুভ নম্বৰ-৯

বৃশ্চিক- ভগৱান শ্ৰাকৃষ্ণৰ আশীৰ্বাদত আজি আপুনি প্ৰবল আত্ম বিশ্বাসেৰে দিনটোৰ কাম-কাজবোৰ সহজভাৱে সমাপ্ত কৰিবলৈ সক্ষম হ’ব। বিদ্যাত যত্নৰ ফল লাভ কৰিব।বন্ধুৰ সহায় লাভ কৰিব শুভ ৰং-নীলা, শুভ নম্বৰ-৬

ধনু- ভগৱান শ্ৰাকৃষ্ণৰ আশীৰ্বাদত আজিৰ দিনটো আৰ্থিক ভাৱে আপোনাৰ বাবে ভাল বুলি পৰিগণিত হ’ব। ব্যৱসায়ত উন্নতি দেখা যায়। প্ৰিয়জনৰ পৰা মানসিকভাৱে সহায়-সহযোগিতা লাভ কৰিব। শুভ ৰং-বেঙুনীয়া, শুভ নম্বৰ-৭

মকৰ- আপোনাৰ কলাত্মক আৰু সৃজনাত্মক ক্ষমতাৰ বাবে সকলোৰে পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হব। পৰিয়ালৰ লোকৰ সৈতে ভ্ৰমণৰ যোগ দেখা যায়। শুভ ৰং-গুলপীয়া, শুভ নম্বৰ-২

কুম্ভ- কৰ্মস্থানত সকলোৰে সহযোগিতা লাভ কৰিব। নিজৰ বৈবাহিক জীৱন অধিক সুখী কৰাৰ সুযোগ লাভ কৰিব। বিদ্যাৰ্থীৰ শুভ। শুভ ৰং-সেউজীয়া, শুভ নম্বৰ-৮

মীন- ব্যৱসায়ত আশানুৰূপ ফল লাভ কৰিব। অৰ্থপ্ৰাপ্তিৰ যোগ দেখা যায়। বিদ্যাত যত্নৰ ফল লাভ কৰিব। শুভ ৰং-হালধীয়া, শুভ নম্বৰ-৫

Tags: #AssamDaily HoroscopeToday Astrology

Related Posts

বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?
Top News

October 21, 2025
আমেৰিকাত বুলডজাৰৰ একচন! ড’নাল্ড ট্ৰাম্পে কিয় হোৱাইট হাউছত ইয়াৰ নিৰ্দেশ দিলে?

গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

কাৰ্যকৰী হ’ল ট্ৰাম্পৰ ৮৮ লাখ ভিছাৰ নিয়ম, কোনে ৰেহাই পাব? জানক সবিশেষ…

October 21, 2025
শ্বাসৰুদ্ধ হৈ পৰিছে দীপাৱলীত দিল্লীৰ বতাহ! বিষাক্ত কুঁৱলীলে আগুৰি ধৰিলে দিল্লীৰ আকাশ…
Top News

শ্বাসৰুদ্ধ হৈ পৰিছে দীপাৱলীত দিল্লীৰ বতাহ! বিষাক্ত কুঁৱলীলে আগুৰি ধৰিলে দিল্লীৰ আকাশ…

October 21, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

October 21, 2025
হঠাৎ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা এইগৰাকী ভাৰতীয় তাৰকাৰ
Top News

হঠাৎ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা এইগৰাকী ভাৰতীয় তাৰকাৰ

October 20, 2025

শীৰ্ষ সংবাদ

বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

আমেৰিকাত বুলডজাৰৰ একচন! ড’নাল্ড ট্ৰাম্পে কিয় হোৱাইট হাউছত ইয়াৰ নিৰ্দেশ দিলে?

কাৰ্যকৰী হ’ল ট্ৰাম্পৰ ৮৮ লাখ ভিছাৰ নিয়ম, কোনে ৰেহাই পাব? জানক সবিশেষ…

শ্বাসৰুদ্ধ হৈ পৰিছে দীপাৱলীত দিল্লীৰ বতাহ! বিষাক্ত কুঁৱলীলে আগুৰি ধৰিলে দিল্লীৰ আকাশ…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

হঠাৎ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা এইগৰাকী ভাৰতীয় তাৰকাৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025