• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাজনীতি

খেলা হ’ব মহাৰাষ্ট্ৰত! উদ্ধৱ থাকৰেৰ সম্পৰ্কত একনাথ বাহিনীৰ কেইবাগৰাকীও সাংসদ

Nation NE by Nation NE
June 14, 2024
in ৰাজনীতি
0 0
খেলা হ’ব মহাৰাষ্ট্ৰত! উদ্ধৱ থাকৰেৰ সম্পৰ্কত একনাথ বাহিনীৰ কেইবাগৰাকীও সাংসদ
Share on FacebookShare on TwitterWhatsApp

লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে মহাৰাষ্ট্ৰৰ ৰাজনীতিত কম্পিত হৈছে তীব্ৰ জোকাৰণি। নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে বাহিনীৰ কেইবাগৰাকীও সাংসদ উদ্ধৱ থাকৰেৰ সম্পৰ্কত আছে।

মহাৰাষ্ট্ৰত একনাথ সিন্দে বাহিনী শিৱসেনাই ৭ গৰাকী সাংসদ নিৰ্বাচিত হৈছে। ইয়াৰে অধিকাংশ সাংসদ উদ্ধৱ থাকৰেৰ সৈতে সম্পৰ্কত আছে বুলি এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

উল্লেখ্য যে, ৰাজনৈতিক মহলৰ খবৰ অনুসৰি উদ্ধৱ থাকৰেই সিন্দে বাহিনীৰ সাংসদক নিজৰ পক্ষত আনি এন ডি এ বাহিনীক মোক্ষম আঘাত দিয়াৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।

ইয়াৰ পূৰ্বে, নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনটোত অৰ্থাত মঙলবাৰে ইণ্ডিয়া মিত্ৰজোঁটৰ অন্যতম শীৰ্ষ নেতা শাৰদ পাৱাৰে বিহাৰৰ মুখ্যমন্ত্ৰী তথা জে ডি ইউ প্ৰধান নীতিশ কুমাৰ আৰু টিডিপি প্ৰধান চন্দ্ৰবাবু নায়ডুৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ কৰিছে।

উল্লেখ্য যে, মঙলবাৰে ঘোষিত লোকসভা নিৰ্বাচনৰ ফলাফল অনুসৰি বিজেপি নেতৃত্বাধীন এনডিএ লাভ কৰিছে সংখ্যাগৰিষ্ঠতা। কিন্তু এইবাৰ এনে বহু ৰাজ্য আছিল য’ত এন ডি এ আৰু বিজেপিৰ প্ৰদৰ্শন বৰ ভাল নাছিল। সেই ৰাজ্যসমূহৰ ভিতৰত এখন হৈছে মহাৰাষ্ট্ৰ। ইয়াত বিজেপি-শিৱসেনা-এনচিপিকো সামৰি লোৱা ৰাজ্যিক পৰ্যায়ত গঠন হোৱা মহাযুতি মিত্ৰজোঁটে মাত্ৰ ১৭খন আসনহে লাভ কৰিছে। ইয়াত বিজেপিয়ে ৯খন, শিৱসেনাই ৭খন আৰু এনচিপিয়ে ১খন আসন লাভ কৰিছে। সূত্ৰ অনুসৰি সাতজন সাংসদৰ আধাতকৈ অধিক সাংসদ উদ্ধৱ থাকৰেৰ সৈতে যোগাযোগত আছে।

এমভিএই ৩০খন আসন লাভ কৰিছে

আনহাতে, এমভিএই ৩০খন আসন লাভ কৰিছে। দেশত অনুষ্ঠিত লোকসভা নিৰ্বাচনত এন ডি এয়ে মুঠ ২৯৩ খন আসন লাভ কৰিছে। আনহাতে ইণ্ডিয়া এলায়েন্সে ২৩৪খন আসন লাভ কৰিছে। ইয়াৰ পাছতো ইণ্ডিয়া এলায়েন্সৰ নেতাসকলেও দাবী কৰি আছে যে তেওঁলোকৰ চৰকাৰ গঠনৰ সম্ভাৱনা এতিয়াও আছে। এই কাৰণেই সূত্ৰ অনুসৰি ইণ্ডিয়া এলায়েন্সৰ নেতাসকলে আন দলৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা চলাইছে। অৱশ্যে ইণ্ডিয়া এলায়েন্সৰ সংখ্যাগৰিষ্ঠতাৰ বাবে ২৭২ৰ সংখ্যা সংগ্ৰহ কৰাটো ইমান সহজ নহ’ব।

Related Posts

মুখ্যমন্ত্ৰীক বাদ দি গুজৰাটৰ আটাইকেইগৰাকী মন্ত্ৰীৰ সমূহীয়া পদত্যাগ
Top News

মুখ্যমন্ত্ৰীক বাদ দি গুজৰাটৰ আটাইকেইগৰাকী মন্ত্ৰীৰ সমূহীয়া পদত্যাগ

October 16, 2025
বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰকাশ পালে বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা; পিছপৰা শ্ৰেণীৰ লোকক প্ৰাধান্য
Top News

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰকাশ পালে বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা; পিছপৰা শ্ৰেণীৰ লোকক প্ৰাধান্য

October 14, 2025
চূড়ান্ত হ’ল NDAৰ আসন ভাগ বটোৱাৰা; জানক কোন দলে কিমান আসনত কৰিব প্ৰতিদ্বন্দ্বিতা…
Top News

চূড়ান্ত হ’ল NDAৰ আসন ভাগ বটোৱাৰা; জানক কোন দলে কিমান আসনত কৰিব প্ৰতিদ্বন্দ্বিতা…

October 12, 2025
আপৰ অন্তিমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ; কোন সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব কেজৰিৱালে… জানক
Top News

কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰাৰ স্পষ্ট ঘোষণা অৰবিন্দ কেজৰিৱালৰ

October 5, 2025
গৌৰৱৰ পাকিস্তান লিংক! সামাজিক মাধ্যমত বিশেষ প’ষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

গৌৰৱৰ পাকিস্তান লিংক! সামাজিক মাধ্যমত বিশেষ প’ষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

September 11, 2025
অতুল বৰাক দোষাৰোপ কৰি দল ত্যাগ প্ৰাক্তন অগপ বিধায়ক সত্যব্ৰত কলিতাৰ
Top News

অতুল বৰাক দোষাৰোপ কৰি দল ত্যাগ প্ৰাক্তন অগপ বিধায়ক সত্যব্ৰত কলিতাৰ

September 3, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025