• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 12, 2025
30 °c
Guwahati
28 ° Tue
26 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    যুদ্ধবিৰতি ঘোষণাৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত হাইভ’ল্টেজ বৈঠক

    ভোটগণনাৰ মাজতেই ঠায়ে ঠায়ে অপ্ৰীতিকৰ ঘটনা…

    পঞ্চায়ত নিৰ্বাচন ২০২৫: কোন জিলাত কাৰ অগ্ৰগতি, সকলো আপডেট….

    আজি ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা, নিৰ্ধাৰণ হ’ব প্ৰাৰ্থীৰ ভাগ্য

    আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল…

    ব্যৱসায়-আৰ্থিক ক্ষেত্ৰত এইসকল জাতক-জাতিকাৰ বাবে আজি ভাল দিন; পঢ়ক ৰাশিফল

    ৰঙিয়াত আৱতৰীয়া দিপাৱলী; ‘অপাৰেশ্যন সেন্দূৰ’ক লৈ উৎফুল্লিত হিন্দু দল-সংগঠন

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    আজি আপোনাৰ ভাগ্যই কি কয়? জানো আহক দিনটোৰ ৰাশিফল…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      জেললৈ যোৱাৰ শংকাৰ মাজতে ডাঙৰ শাস্তিৰ সন্মুখীন ছাকিব আল হাছান

      Nation NE by Nation NE
      August 26, 2024
      in Top News, ক্ৰীড়া
      0 0
      জেললৈ যোৱাৰ শংকাৰ মাজতে ডাঙৰ শাস্তিৰ সন্মুখীন ছাকিব আল হাছান
      Share on FacebookShare on TwitterWhatsApp

      পাকিস্তানৰ বিৰুদ্ধে ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পিছত বাংলাদেশ দলটোৱে দুটাকৈ মোক্ষম আঘাতৰ সন্মুখীন হ’বলগীয়া হৈছে। ৰাৱালপিণ্ডিত খেলা প্ৰথমখন টেষ্টত লেহেমীয়া অভাৰৰেটৰ বাবে পাকিস্তানৰ ৬ পইণ্ট আৰু বাংলাদেশৰ ৩ পইণ্ট কৰ্তন কৰা হয়।

      পইণ্ট কৰ্তনৰ সমান্তৰালকৈ এইবাৰ আইচিচিৰ ৰোষত পৰিছে বাংলাদেশৰ অলৰাউণ্ডাৰ ছাকিব আল হাছান। পাকিস্তানৰ বিৰুদ্ধে ৰাৱালপিণ্ডি টেষ্টৰ সময়ত আইচিচিৰ আচৰণ বিধি লেভেল ১ ভংগ কৰাৰ বাবে ছাকিব আল হাছানক মেচ মাচুলৰ ১০% জৰিমনা আৰু এটা ডেমেৰিট পইণ্ট দিয়া হৈছে।

      মেচ ৰেফাৰী ৰঞ্জন মাডুগালে ৰায় দিয়ে যে ছাকিবে আইচিচিৰ আচৰণ বিধিৰ ২.৯ অনুচ্ছেদ উলংঘা কৰিছে, য’ত ‘আন্তঃৰাষ্ট্ৰীয় মেচৰ সময়ত খেলুৱৈ, খেলুৱৈৰ সহায়ক কৰ্মচাৰী, আম্পায়াৰ, মেচ ৰেফাৰী বা আন কোনো তৃতীয় ব্যক্তিৰ ওচৰত বা তেওঁৰ ওচৰত অনুপযুক্ত আচৰণ’ /বা ইয়াৰ সৈতে জড়িত বিপদজনকভাৱে বল নিক্ষেপ কৰালৈকে।

      ছাকিবে নিজৰ ভুল মানি লোৱাৰ লগতে মাডুগালে দিয়া শাস্তিও মানি লৈছে। সেয়ে আনুষ্ঠানিক শুনানিৰ প্ৰয়োজন নাছিল।

      উল্লেখ্য যে, পাকিস্তানৰ বেটাৰ মহম্মদ ৰিজৱানে বেটিং কৰি থকাৰ সময়ত ছাকিবে তেওঁলৈ বল নিক্ষেপ কৰা কাৰ্যৰ বিৰুদ্ধে অন-ফিল্ড আম্পায়াৰ কেটলব’ৰ’ আৰু এড্ৰিয়ান হোল্ডষ্টক, তৃতীয় আম্পায়াৰ মাইকেল গফ আৰু চতুৰ্থ আম্পায়াৰ ৰছিদ ৰিয়াজে ছাকিবৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে।

      ইফালে শেহতীয়াকৈ হাছানৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে এই সম্বন্ধত ঢাকাত এফআইআৰ ৰুজু হৈছে। স্মৰ্তব্য যে, বাংলাদেশত সংৰক্ষণৰ বিৰোধিতাৰে আৰম্ভ হোৱা ছাত্ৰ আন্দোলনৰ সময়ত এজন ছাত্ৰই প্ৰাণ হেৰুৱাইছিল আৰু সেই ছাত্ৰজনৰ মৃত্যুত ছাকিব আল হাছান জড়িত থকাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰা হৈছে। কেৱল ক্ৰিকেটাৰগৰাকীয়ে নহয় এই মৃত্যুৰ গোচৰত আন কেইবাজনো লোকৰ বিৰুদ্ধে এজাহাৰত নাম উল্লেখ আছে।

      Tags: BangladeshICCPakistanRizwanShakib Al HasanTest Cricket

      Related Posts

      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      May 12, 2025
      পিৰিয়ড ক্ৰেম্পৰ পৰা সকাহ পাবলৈ সেৱন কৰক এই পানীয়
      Top News

      পিৰিয়ড ক্ৰেম্পৰ পৰা সকাহ পাবলৈ সেৱন কৰক এই পানীয়

      May 11, 2025
      এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰা ভাৰতীয় মহিলা বেটছমেন…
      Top News

      এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰা ভাৰতীয় মহিলা বেটছমেন…

      May 11, 2025
      যুদ্ধবিৰতি ঘোষণাৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত হাইভ’ল্টেজ বৈঠক
      Top News

      যুদ্ধবিৰতি ঘোষণাৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত হাইভ’ল্টেজ বৈঠক

      May 11, 2025
      ভোটগণনাৰ মাজতেই ঠায়ে ঠায়ে অপ্ৰীতিকৰ ঘটনা…
      Top News

      ভোটগণনাৰ মাজতেই ঠায়ে ঠায়ে অপ্ৰীতিকৰ ঘটনা…

      May 11, 2025
      পঞ্চায়ত নিৰ্বাচন ২০২৫: কোন জিলাত কাৰ অগ্ৰগতি, সকলো আপডেট….
      Top News

      পঞ্চায়ত নিৰ্বাচন ২০২৫: কোন জিলাত কাৰ অগ্ৰগতি, সকলো আপডেট….

      May 11, 2025

      শীৰ্ষ সংবাদ

      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

      পিৰিয়ড ক্ৰেম্পৰ পৰা সকাহ পাবলৈ সেৱন কৰক এই পানীয়

      এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰা ভাৰতীয় মহিলা বেটছমেন…

      যুদ্ধবিৰতি ঘোষণাৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত হাইভ’ল্টেজ বৈঠক

      ভোটগণনাৰ মাজতেই ঠায়ে ঠায়ে অপ্ৰীতিকৰ ঘটনা…

      পঞ্চায়ত নিৰ্বাচন ২০২৫: কোন জিলাত কাৰ অগ্ৰগতি, সকলো আপডেট….

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      - Select Visibility -