• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, December 9, 2025
19 °c
Guwahati
19 ° Wed
19 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

টি-২০ বিশ্বকাপৰ বাবে ১৫ জনীয়া ভাৰতীয় দল ঘোষণা; দলৰ সৈতে যাব উমা ছেত্ৰীও

Nation NE by Nation NE
August 27, 2024
in BIG BREAKING, Top News, ক্ৰীড়া
0 0
টি-২০ বিশ্বকাপৰ বাবে ১৫ জনীয়া ভাৰতীয় দল ঘোষণা; দলৰ সৈতে যাব উমা ছেত্ৰীও
Share on FacebookShare on TwitterWhatsApp

ইউ এ ইত অনুষ্ঠিত হ’বলগীয়া মহিলা টি-২০ বিশ্বকাপৰ বাবে ঘোষণা কৰা হ’ল ভাৰতীয় দল। বিশ্বকাপত দলক নেতৃত্ব প্ৰদান কৰিব হৰমনপ্ৰীত কৌৰে। স্মৃতি মান্ধানাক প্ৰদান কৰা হৈছে উপ-অধিনায়কৰ দায়িত্ব।

আই চি চিৰ আগশাৰীৰ এই প্ৰতিযোগিতাখনৰ বাবে ভাৰতীয় দলত দুগৰাকী উইকেটৰক্ষক বেটাৰক স্থান দিয়া হৈছে। উইকেটৰক্ষক ক্ৰিকেটাৰ দুগৰাকী হৈছে ৰিচা ঘোষ আৰু য়াস্তিকা ভাটিয়া।

৩ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতানত ভাৰতে নিজৰ অভিযান আৰম্ভ কৰিব নিউজিলেণ্ডৰ বিৰুদ্ধে। ডুবাইত ৪ অক্টোবৰৰ সন্ধিয়া ৭ বজাত দুয়োটা দল মুখামুখি হ’ব।

আইচিচি মহিলা টি-২০ বিশ্বকাপৰ বাবে ভাৰতৰ দল:

হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধানা (উপ-অধিনায়ক), শ্বেফালী বাৰ্মা, দীপ্তি শৰ্মা, জেমিমা ৰড্ৰিগেছ, ৰিচা ঘোষ, য়াস্তিকা ভাটিয়া, পূজা বস্ত্ৰাকৰ, অৰুন্ধতী ৰেড্ডী, ৰেনুকা সিং ঠাকুৰ, দয়ালন হেমলতা, আশা শোভানা, ৰাধা যাদৱ, শ্ৰেয়ংকা পাটিল আৰু সজনা সজীৱন।

ট্ৰেভেলিং ৰিজাৰ্ভঃ উমা ছেত্ৰী (উইকেটকীপাৰ), তনুজা কানৱাৰ আৰু ছাইমা ঠাকুৰ।

নন ট্ৰেভেলিং ৰিজাৰ্ভঃ ৰাঘৱী বিষ্ট আৰু প্ৰিয়া মিশ্ৰা।

বিশ্বকাপৰ বাবে ভাৰতৰ সূচী

৪ অক্টোবৰঃ ভাৰত বনাম নিউজিলেণ্ড, ডুবাই, সন্ধিয়া ৭:৩০ বজাত

৬ অক্টোবৰঃ ভাৰত বনাম পাকিস্তান, ডুবাই, বিয়লি ৩:৩০ বজাত

৯ অক্টোবৰঃ ভাৰত বনাম শ্ৰীলংকা, ডুবাই, সন্ধিয়া ৭:৩০ বজাত

১৩ অক্টোবৰঃ ভাৰত বনাম অষ্ট্ৰেলিয়া, শ্বাৰজাহ, সন্ধিয়া ৭:৩০ বজাত

Tags: IndiaT20 World CupUAEWomen's T20

Related Posts

‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Top News

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

December 9, 2025
থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ,  শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…
Top News

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

December 9, 2025
সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

December 9, 2025
ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন;  ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে
Top News

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

December 9, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 9, 2025
৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

December 8, 2025

শীৰ্ষ সংবাদ

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025