• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰাজ্যৰ শিক্ষানুষ্ঠানত বাধ্যতামূলক হ’ব অসম সংগীত

Nation NE by Nation NE
August 28, 2024
in Top News, অসম, বিনোদন
0 0
ৰাজ্যৰ শিক্ষানুষ্ঠানত বাধ্যতামূলক হ’ব অসম সংগীত
Share on FacebookShare on TwitterWhatsApp

অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি অসম যুৱ পৰিষদে ৰাজ্যখনৰ সকলো ছবিগৃহ আৰু শিক্ষানুষ্ঠানতে অসম সংগীত পৰিবেশন বাধ্যতামূলক কৰাটোৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই ক্ষেত্ৰত অসম যুৱ পৰিষদৰ তৰফৰ পৰা ৰাজ্যখনৰ ছবিগৃহ সমূহৰ লগতে বিদ্যালয়সমূহত যাতে বাধ্যতামূলক ভাৱে অসম সংগীত পৰিবেশন হয় তাৰ বাবে পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

সেই উদ্দেশ্য বুধবাৰে গুৱাহাটীৰ কেইবাটাও ছবিগৃহ আৰু বিদ্যালয়ত অসম সংগীত পৰিবেশন কৰিবলৈ ছবিগৃহৰ স্বত্বাধিকাৰী আৰু বিদ্যালয়সমূহৰ অধ্যক্ষ সকলক সাক্ষাৎ কৰাৰ লগতে পত্ৰ প্ৰদান কৰে অসম যুৱ পৰিষদে।

এই পত্ৰ প্ৰদান কৰি অসম যুৱ পৰিষদে কয় যে, চৰকাৰী নিৰ্দেশনা অনুসৰি যদিহে অসম সংগীত পৰিবেশন নকৰে তেন্তে জাতীয় স্বাৰ্থৰ পৰিপন্থী হিচাপে বিবেচনা কৰা হ’ব।

আনহাতে, ৰাজ্যৰ শেহতীয়া পৰিস্থিতি পৰ্য্যবেক্ষণ কৰি অসম যুৱ পৰিষদে নিবনুৱা যুৱক-যুৱতী সকলক স্বাৱলম্বী কৰাৰ বাবে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ ব্যৱস্থা কৰাৰ লগতে চৰকাৰৰ আচঁনি সমূহৰ পৰা উপকৃত হোৱাৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ যুৱ পৰিষদৰ তৰফৰ পৰা ইতিমধ্যে গ্ৰহণ কৰি আহিছে আৰু কৰি যাব বুলি মন্তব্য কৰে।

ইফালে শেহতীয়া পৰিস্থিতিত উদ্বেগ প্ৰকাশ কৰি অসম যুৱ পৰিষদে কয় যে, অসম গণ পৰিষদ দল ধৰ্মনিৰপেক্ষতাত বিশ্বাসী এটা দল।

এই ক্ষেত্ৰত এটা জাতি বা ধৰ্মৰ মানুহে কেতিয়াও অপৰাধমূলক প্ৰৱনতা লৈ জীয়াই নাথাকে। সেয়েহে কোনো নিৰ্দিষ্ট জাতি বা ধৰ্মৰ লোকক অপৰাধী সজোৱা পৰিৱৰ্তে চৰকাৰখনে অপৰাধীক উচিত শিক্ষা প্ৰদানৰ বাবে সঠিক ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে অসম যুৱ পৰিষদে।

ইয়াৰেপৰিও সাম্প্ৰতিক পৰিস্থিতিত অসম আন্দোলনৰ নায্যতা পুনৰ প্ৰতিপন্ন হোৱাৰ লগতে অসম চুক্তিৰ প্ৰাসংগিকতা প্ৰমানিত হৈছে বুলি মতপোষণ কৰি শেহতীয়া বাংলাদেশৰ অস্থিৰ পৰিস্থিতিৰ গইনা লৈ যাতে কোনো অবৈধ বাংলাদেশী নাগৰিকে অসমত প্ৰৱেশ কৰিব নোৱাৰে এই বিষয়ত চৰকাৰ কঠোৰ হ’ব লাগে বুলিও মতপোষণ কৰে অসম যুৱ পৰিষদে।

লগতে, অবৈধ বাংলাদেশীৰ লগতে অসমত বসবাস কৰা সকলো সন্দেহযুক্ত নাগৰিকক অসম চুক্তিৰ আধাৰত চিনাক্তকৰন কৰি বহিস্কাৰ কৰাৰ বাবে সংবাদমেলত চৰকাৰক আহ্বান জনাই অৰ্থনৈতিক স্বাৱলম্বীতা আৰু ৰাজনৈতিক নিৰাপত্তা খিলঞ্জীয়া জনসাধাৰণৰ বাবে নিশ্চিত কৰিবলৈ চৰকাৰক আহ্বান জনায় যুৱ পৰিষদে।

Tags: #AssamAssam SchoolCinema HallIndian

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025