• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
22 °c
Guwahati
24 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পেইনকিলাৰৰ পৰা মাল্টিভিটামিনলৈ… চৰকাৰে নিষিদ্ধ কৰিছে ১৫৬ বিধ ঔষধ, জানো আহক কি এই ঔষধ

Nation NE by Nation NE
August 29, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
পেইনকিলাৰৰ পৰা মাল্টিভিটামিনলৈ… চৰকাৰে নিষিদ্ধ কৰিছে ১৫৬ বিধ ঔষধ, জানো আহক কি এই ঔষধ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

কেন্দ্ৰীয় চৰকাৰে Fixed-Dose Combination (এফডিচি) ঔষধ নিষিদ্ধ কৰিছে। নিষিদ্ধ কৰা ঔষধবোৰৰ ভিতৰত আছে মাল্টিভিটামিন আৰু পেইনকিলাৰ। কেন্দ্ৰই পেৰাচিটামল, ট্ৰামাডল, টাউৰিন আৰু কেফেইনৰ সংমিশ্ৰণো নিষিদ্ধ কৰিছে। মন্ত্ৰালয়ে কৈছে যে, ঔষধবোৰ স্বাস্থ্যৰ বাবে উপযোগী নহয়। এইবোৰ ঔষধ গ্ৰহণ কৰিলে স্বাস্থ্যৰ যথেষ্ট অৱনতি হ’ব পাৰে।

কেন্দ্ৰীয় চৰকাৰে জ্বৰ, চৰ্দি, এলাৰ্জি আৰু বিষৰ বাবে ব্যৱহৃত এণ্টিবেক্টেৰিয়েল ঔষধকে ধৰি বহুলভাৱে বিক্ৰী হোৱা ১৫৬ বিধ Fixed-Dose Combination (FDC) ঔষধ নিষিদ্ধ কৰিছে। স্বাস্থ্য মন্ত্ৰালয়ে কৈছে যে, এই ঔষধবোৰ গ্ৰহণ কৰিলে মানুহৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে।

এই এফডিচি ঔষধবোৰক ককটেল ঔষধ বুলিও কোৱা হয়। সেইবোৰত একাধিক ঔষধৰ মিশ্ৰণ থাকে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ১২ আগষ্টত জাৰি কৰা অধিসূচনা অনুসৰি, চৰকাৰে পেইনকিলাৰ হিচাপে ব্যৱহৃত শীৰ্ষ ফাৰ্মা কোম্পানীবোৰে নিৰ্মাণ কৰা জনপ্ৰিয় সংমিশ্ৰণসমূহৰ ভিতৰত এটা ‘এচিক্লোফেনাক ৫০ মিগ্ৰা পেৰাচিটামল ১২৫ মিগ্ৰা টেবলেট’ নিষিদ্ধ ঘোষণা কৰিছে।

ঔষধৰ নিষিদ্ধ তালিকাখনত, মেফেনামিক এচিড পেৰাচিটামল ইঞ্জেকচন, চেটিৰিজিন এইচচিএল পেৰাচিটামল ফেনাইলেফ্ৰাইন এইচচিএল, লেভোচেটিৰিজিন ফেনাইলেফ্ৰাইন এইচচিএল পেৰাচিটামল, পেৰাচিটামল ক্ল’ৰফেনিৰামাইন মালেটে, ফেনাইল প্ৰপানোলামাইন আৰু কেমিলোফিন ডিহাইড্ৰক্লৰাইড আদি অন্তৰ্ভুক্ত হৈ আছে। এইবোৰ অতি জনপ্ৰিয় ঔষধ, যিবোৰ ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়।

উল্লেখ্য যে,  যিবোৰ ঔষধ নিষিদ্ধ কৰা হৈছে, সেইবোৰ চুলিৰ বৃদ্ধি, ছালৰ যতন, জ্বৰ আৰু বিষ উপশমৰ বাবে ব্যৱহাৰ কৰা হয়। এই ঔষধবোৰ মাল্টিভিটামিন আৰু এণ্টিএলাৰজেন হিচাপেও ব্যৱহাৰ কৰা হয়। মানুহে শৰীৰত ভিটামিনৰ অভাৱ পূৰণ কৰিবলৈ এই ঔষধবোৰ গ্ৰহণ কৰে। বিগত বৰ্ষতো কেন্দ্ৰীয় চৰকাৰে বহুতো ঔষধ নিষিদ্ধ কৰিছিল। সেই সময়ছোৱাত কোৱা হৈছিল যে, এই ঔষধবোৰৰ ব্যৱহাৰে স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটাব পাৰে।

কেন্দ্ৰই পেৰাচিটামল, ট্ৰামাডল, টাউৰিন আৰু কেফেইনৰ সংমিশ্ৰণো নিষিদ্ধ কৰিছিল। ইয়াৰ উপৰিও,  অপিঅইড-আধাৰিত পেইনকিলাৰ ট্ৰামাডলো নিষিদ্ধ ঘোষণা কৰিছিল। চৰকাৰে কৈছে যে, মানুহে এই ঔষধবোৰ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে অন্য বিকল্প ব্যৱহাৰ কৰিব লাগে।

Tags: Health NewsHealthy lifeMedical Science

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025