• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ব্যক্তিগতখণ্ডৰ কৰ্মচাৰীৰ খোল খালে ভাগ্যৰ দুৱাৰ, অন্তিম দৰমহাতকৈ লাভ কৰিব কেইবাগুণ পেঞ্চন

Nation NE by Nation NE
August 31, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
ব্যক্তিগতখণ্ডৰ কৰ্মচাৰীৰ খোল খালে ভাগ্যৰ দুৱাৰ, অন্তিম দৰমহাতকৈ লাভ কৰিব কেইবাগুণ পেঞ্চন

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ পুৰণি পেঞ্চন নীতি অৰ্থাৎ ইউপিএছক অনুমোদন জনাইছে। ইউপিএছে প্ৰায় ২৩ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক লাভান্বিত কৰিব।

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ সংখ্যা যদি যোগ দিও তেতিয়াহলে এই সংখ্যা ৯০ লাখলৈ বৃদ্ধি হ’ব। ইউপিএছৰ অধীনত চৰকাৰে কৰ্মচাৰীসকলক পেঞ্চনৰ গেৰাণ্টি দি আছে। য’ত ২৫ বছৰ কাম কৰাৰ পিছত মূল দৰমহাৰ ৫০ শতাংশ পেঞ্চন হিচাপে দিয়া হ’ব।

পেঞ্চনৰ পৰিমান বিগত ১২ মাহৰ গড় মৌলিক দৰমহাৰ ৫০ শতাংশ হ’ব। একে সময়তে প্ৰায় ১০ বছৰ কাম কৰা কৰ্মচাৰীসকলেও ১০,০০০ টকাৰ মাহিলী পেঞ্চনপ্ৰাপ্ত হ’ব। পেঞ্চনাৰ কৰ্মচাৰীজনৰ মৃত্যুৰ পিছত তেওঁৰ পেঞ্চনৰ ৬০% তেওঁৰ পৰিয়ালক দিয়া হ’ব।

চৰকাৰীখণ্ডৰ সমান্তৰালভাৱে দেশত প্ৰায় ৫ কোটি ব্যক্তিগতখণ্ডৰ কৰ্মচাৰী আছে। দেশৰ ব্যক্তিগত কৰ্মচাৰীৰ বাবে চৰকাৰৰ এনে বহুতো আঁচনি আছে য’ত ব্যক্তিগত কৰ্মচাৰীসকলে নিজৰ অন্তিম দৰমহাতকৈ অধিক পেঞ্চন লাভ কৰিব পাৰে।

ব্যক্তিগত কৰ্মচাৰীসকলে পেঞ্চনৰ বাবে ইপিএছত বিনিয়োগ কৰিব পাৰে

ব্যক্তিগত চাকৰি কৰা সকলৰ বাবে, কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাৰ (ইপিএফঅ’) অধীনত পেঞ্চন সুবিধা উপলব্ধ হ’ব। পিএফ একাউণ্ট ধাৰকসকলক ইপিএছ ৯৫ৰ অধীনত পেঞ্চনৰ সুবিধা প্ৰদান কৰা হয়।

ইপিএফৰ নিয়ম অনুসৰি, যিকোনো কৰ্মচাৰীয়ে ১০ বছৰ কাম কৰাৰ পিছত পেঞ্চন প্ৰাপ্ত কৰাৰ অধিকাৰ প্ৰাপ্ত কৰে। আঁচনিখনে ৫৮ বছৰ বয়সত উপনীত হোৱা যোগ্য কৰ্মচাৰীসকলক পেঞ্চন সুবিধাৰ নিশ্চয়তা দিয়ে।

আপুনি পিএফৰ বাবে দৰমহাৰ পৰা অৰিহণা যোগাব পাৰে

ব্যক্তিগত খণ্ডত কাম কৰা লোকসকলৰ দৰমহাৰ এক বৃহৎ অংশ পিএফ হিচাপে কৰ্তন কৰা হয়। যাক প্ৰতি মাহে কৰ্মচাৰীৰ পিএফ একাউণ্টত জমা কৰা হয়। যদি আপুনি ১০ বছৰৰ বাবে ব্যক্তিগতখণ্ডত কাম কৰে, তেন্তে আপুনি পেঞ্চনৰ অধিকাৰী হোৱাৰ যোগ্য হ’ব। নিয়ম অনুসৰি, কৰ্মচাৰীৰ মৌলিক দৰমহা + ডিএৰ ১২ শতাংশ প্ৰতি মাহে পিএফ একাউণ্টত জমা কৰা হয়। যাৰ ভিতৰত কৰ্মচাৰীৰ সম্পূৰ্ণ অংশ ইপিএফলৈ যায়। আনহাতে, নিয়োগকৰ্তাৰ ৮.৩৩% কৰ্মচাৰী পেঞ্চন আঁচনিলৈ যায় আৰু ৩.৬৭% প্ৰতি মাহে ইপিএফ অৱদানলৈ যায়।

ব্যক্তিগত কৰ্মচাৰীসকলে দৰমহাতকৈ অধিক পেঞ্চন পাব পাৰে

ইকনমিক টাইমছৰ মতে, যদি আপুনি ব্যক্তিগত খণ্ডত চাকৰি কৰিছে আৰু আপোনাৰ মূল দৰমহা হৈছে ১৪,০০০ টকা আৰু বাৰ্ষিক ১০% দৰমহা বৃদ্ধি পায় তেন্তে আপুনি ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি (এনপিএছ) আৰু কৰ্মচাৰী ভৱিষ্যত নিধি (ইপিএছ)ৰ দৰে আঁচনিৰ যোগেৰে মাহিলী ২.৯ লাখ টকাৰ পেঞ্চন লাভ কৰিব পাৰে। এই পৰিমাণটো ৩০ বছৰৰ চাকৰিৰ পিছত অন্তিম মৌলিক দৰমহাতকৈ অধিক হ’ব।

Tags: PensionPension SchemePrivate Sector

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025