• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 15, 2025
19 °c
Guwahati
19 ° Tue
19 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

কমলপুৰত হৃদয় বিদাৰক ঘটনা; জেচিবিৰে খন্দা পুখুৰীত পৰি সলিল সমাধি তিনি শিশুৰ

Nation NE by Nation NE
August 31, 2024
in BIG BREAKING, অসম
0 0
কমলপুৰত হৃদয় বিদাৰক ঘটনা; জেচিবিৰে খন্দা পুখুৰীত পৰি সলিল সমাধি তিনি শিশুৰ
Share on FacebookShare on TwitterWhatsApp

ৰাজ্যত পুনৰ সংঘটিত হৈছে এক কৰুণ ঘটনা। জে চি বি ৰে খন্দা পুখুৰীত মাছ ধৰিবলৈ গৈ মৃত্যুক সাৱটি ল’লে তিনিজন কিশোৰে। এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে কামৰূপৰ কমলপুৰত।

ঘটনাৰ বিৱৰণী অনুসৰি আজি কামৰূপৰ কমলপুৰৰ নিজমদাৰ তলা গাঁৱৰ এটা পুখুৰীত সমনীয়াৰ সৈতে মাছ মাৰিবলৈ গৈছিল তিনিজন কিশোৰ। কিন্তু মাছ ধৰি থকাৰ সময়তে তিনিওজন কিশোৰে পুখুৰীটোৰ গভীৰ গাঁতত পৰি মৃত্যুক সাৱটি লয়।

এই ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজৰ তৎপৰতাত নিহত শিশুকেইটাৰ মৃতদেহ উদ্ধাৰ কৰি ধৰ্মীয় ৰীতি-নীতিৰে শিশুকেইটাক সৎকাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে।

এই কৰুণ দুৰ্ঘটনাটোত মৃত্যুক সাৱটি লোৱা শিশু কেইজনক ক্ৰমে নিজমদাৰ তলা গাঁৱৰ তৰণী বৈশ্যৰ পুত্ৰ অংকুৰ বৈশ্য (১২), লক্ষ্যধৰ ডেকাৰ দুই পুত্ৰ হিমাংশু ডেকা (১৬) আৰু ৰাজীৱ ডেকা (৯) বুলি চিনাক্ত কৰা হৈছে।

ঘটনাটো সংঘটিত হোৱাৰ পাছতেই অঞ্চলজুৰি গভীৰ শোকে বিৰাজ কৰিছে ।

Tags: BaihataChildDrownedKamrup

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 14, 2025
সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক
Top News

অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি, বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

December 12, 2025
জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!
Top News

জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

December 12, 2025

শীৰ্ষ সংবাদ

ছিডনীত পিতৃ-পুত্ৰৰ সন্ত্ৰাসবাদী আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025