• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভয়ংকৰ ভূমিস্খলনত খহি গ’ল ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ; মৃত্যু ৬ জন লোকৰ

Nation NE by Nation NE
September 4, 2024
in Top News, উত্তৰ পূৱ, নাগালেণ্ড
0 0
ভয়ংকৰ ভূমিস্খলনত খহি গ’ল ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ; মৃত্যু ৬ জন লোকৰ
Share on FacebookShare on TwitterWhatsApp

মঙলবাৰৰ নিশাৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলশ্ৰুতিত বুধবাৰে নাগালেণ্ডৰ চুমৌকেদিমা জিলাৰ ডিমাপুৰ-কহিমা ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ফেৰিমাত সংঘটিত ভয়ংকৰ ভূমিস্খলনৰ ফলত ৬ জন লোকে প্ৰাণ হেৰুওৱাৰ খবৰ আহিছে।

লাভ কৰা তথ্য অনুসৰি, ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকসকলৰ ভিতৰত আছে ৫ জন পুৰুষ আৰু এগৰাকী মহিলা।

এই ঘটনাত আৰু কোনো লোক নিৰুদ্দেশ হৈ আছে নেকি তাৰ সবিশেষ জানিব পৰা হোৱা নাই যদিও চৰকাৰ-প্ৰশাসনৰ লোকৰ লগতে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছ ডি আৰ এফ)য়ে অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

ফেৰিমাত হোৱা ভূমিস্খলনৰ উপৰিও পিফেমাৰ অন্তৰ্গত ছেইপামাত আৰু নিউ চুমৌকেদিমাৰ অন্তৰ্গত পাগালা পাহাৰত চাথে নদীৰ বাঢ়নী পানীৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে। নাগালেণ্ড-মণিপুৰক সংযোগ কৰা এই পথছোৱা বন্ধ হৈ পৰাৰ ফলত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে সাধাৰণ জনতা।

ইফালে এই কৰুণ ঘটনাত শোক প্ৰকাশ কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৱে মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক এককালীন আৰ্থিক সাহায্য প্ৰদান কৰিব বুলিও ঘোষণা কৰে।

Tags: #Landslide#ManipurNagaland

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

March 12, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026
ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

March 11, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

March 11, 2026

শীৰ্ষ সংবাদ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025