• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কেতিয়া আৰম্ভ হ’ব শাৰদীয় নৱৰাত্ৰি; কলহ স্থাপন কৰাৰ শুভ মুহূৰ্ত জানক?

Nation NE by Nation NE
September 5, 2024
in Top News, অসম, উত্তৰ পূৱ, বিনোদন, ৰাষ্ট্ৰীয়, সম্পাদকীয়
0 0
কেতিয়া আৰম্ভ হ’ব শাৰদীয় নৱৰাত্ৰি; কলহ স্থাপন কৰাৰ শুভ মুহূৰ্ত জানক?
Share on FacebookShare on TwitterWhatsApp

হিন্দু ধৰ্মত নৱৰাত্ৰীৰ এক বিশেষ মহত্ব আছে। নৱৰাত্ৰীক অতি পবিত্ৰ বুলি গণ্য কৰা হয়। এটা বছৰত চাৰিবাৰ নৱৰাত্ৰি উৎসৱ উদযাপন কৰা হয়। ইয়াৰ ভিতৰত দুটা নৱৰাত্ৰি ৰাইজে পালন নকৰে।

পালন কৰা নৱৰাত্ৰিৰ ভিতৰত এটা চ’ত মাহত উদযাপন কৰা হয় আৰু আনটো শাৰদীয় মাহত উদযাপন কৰা হয়। নৱৰাত্ৰিত মা দুৰ্গাৰ ৯টা প্ৰকাৰক ৰীতি-নীতিৰে উপাসনা কৰা হয়। এই বৰ্ষত নৱৰাত্ৰি উৎসৱ কেতিয়া পালন কৰা হ’ব আৰু ইয়াৰ বাবে শুভ সময় কি এই বিষয়ে জানিবলৈ পঢ়ক এই প্ৰতিবদেন

নৱৰাত্ৰি সন্দৰ্ভত দেওঘৰৰ এজন বিখ্যাত জ্যোতিষী পণ্ডিত নন্দ কিশোৰ মুদগলে কয় যে, শাৰদীয় নৱৰাত্ৰি অশ্বিন মাহৰ শুক্লা পক্ষৰ প্ৰতিপদা তাৰিখত আৰম্ভ হয়। এই বছৰ শাৰদীয় নৱৰাত্ৰি ৩ অক্টোবৰৰ পৰা আৰম্ভ হ’ব।

৩ অক্টোবৰৰ পৰাই দেৱী দুৰ্গাৰ ৯ টা প্ৰকাৰৰ উপাসনা আৰম্ভ হ’ব। ভক্তসকলে গোটেই ৯ দিন ধৰি মা দুৰ্গাৰ বিভিন্ন ৰূপৰ উপাসনা কৰিব।

প্ৰতিপদাৰ কেতিয়া আৰম্ভ হ’ব?

অশ্বিন মাহৰ শুক্লা পক্ষৰ প্ৰতিপদা তিথি ৩ অক্টোবৰৰ পৰা ব্ৰহ্মমুহুৰ্তত অৰ্থাৎ আবেলি ৩.১২ বজাত আৰম্ভ হ’ব। পিছদিনা ৪ অক্টোবৰত পুৱা ২:৪৩ বজাত, উদয়তিথিৰ মতে, প্ৰতিপদা তিথি ৩ অক্টোবৰত আছে।

কলহ স্থাপন কৰাৰ শুভ মুহূৰ্ত

জ্যোতিচাৰ্য পণ্ডিত নন্দ কিশোৰ মুদগলে জনাই যে, পতিপদা তিথিৰ দিনা কিছুলোকে ঘৰত নাইবা কিছুলোকে দুৰ্গা মন্দিৰত কলহ স্থাপন কৰে। কলহ স্থাপন কৰাৰ শুভ মুহূৰ্ত ব্ৰহ্মমুহূৰ্ত বুলি মনা হয়। ৩ অক্টোবৰৰ দিনা পুৱা ৫ বজাৰ পৰা ৭ বজাৰ ভিতৰত কলহ স্থাপন কৰিব লাগিব। যদিহে আপুনি কিবা কাৰণত ব্ৰহ্মমুহূৰ্তত কলহ স্থাপন কৰিব নোৱাৰে তেতিয়াহলে অভিজিত মুহূৰ্তত কলহ স্থাপন কৰিব পাৰে। অভিজিত মুহূৰ্ত দিনৰ ১১ বাজি ৫২ মিনিটৰ পৰা ১২ বাজি ৪০ মিনিটৰ ভিতৰত থাকিব।

জানক কোন দিনা হ’ব কোন দেবীৰ পূজা

প্ৰথম দিনা হ’ব শৈলপুত্ৰী দেবীৰ পূজা

দ্বিতীয় দিনা হ’ব মা ব্ৰহ্মচাৰিনী দেবীৰ পূজা

তৃতীয় দিনা মা চন্দ্ৰঘন্টা দেবীৰ পূজা

চতুৰ্থ দিনা কুমাণ্ডা দেবীৰ পূজা

পঞ্চম দিনা দেৱী স্কন্দমাতাৰ পূজা কৰা হ’ব

ষষ্ঠ দিনা দেৱী কাতিয়ানীক পূজা কৰা হ’ব

নৱৰাত্ৰিৰ সপ্তম দিনা উপাসনা কৰা হ’ব

অষ্টম দিনা মা সিদ্ধিদাত্ৰীক উপাসনা কৰা হয়

দেৱী মহাগৌৰীক নৱৰাত্ৰিৰ নৱম দিনত পূজা কৰা হ’ব

নৱৰাত্ৰিৰ দশম দিনা মা দুৰ্গাক বিসৰ্জন কৰা হয়

দোলাত হ’ব দেবীৰ আগমন

দেবী দুৰ্গাৰ আগমন আৰু প্ৰস্থানৰ বাহন নিৰ্ধাৰণ কৰা হয়। এইবাৰ মা দুৰ্গাৰ আগমন দোলাত হ’ব।

Tags: #AssamDurga DeviIndia

Related Posts

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ
Top News

March 12, 2026
যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026

শীৰ্ষ সংবাদ

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025