• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
23 °c
Guwahati
25 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

টেষ্ট ক্ৰিকেটত বেন ডাকেটৰ ধুমুহা; নিমিষতে ভাঙিলে খোৱাজা আৰু ক্ৰ’লিৰ অভিলেখ

Nation NE by Nation NE
September 7, 2024
in Top News, ক্ৰীড়া
0 0
টেষ্ট ক্ৰিকেটত বেন ডাকেটৰ ধুমুহা; নিমিষতে ভাঙিলে খোৱাজা আৰু ক্ৰ’লিৰ অভিলেখ
Share on FacebookShare on TwitterWhatsApp

ইংলেণ্ড ক্ৰিকেট দলৰ অপেনিং বেটছমেন বেন ডাকেটৰ অব্যাহত আছে দৰ্শনীয় বেটিং। শুকুৰবাৰ অৰ্থাত ৬ ছেপ্টেম্বৰত তেওঁ নিজৰ দলৰ হৈ আন এক উৎকৃষ্ট ইনিংছ খেলে। ইয়াৰ লগে লগে তেওঁ নিজ দেশৰে জেক ক্ৰ’লি আৰু অষ্ট্ৰেলিয়াৰ অ’পেনাৰ উছমান খোৱাজাক অতিক্ৰম কৰি ২০২৩-২০২৫ চনৰ আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত তৃতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে।

শ্ৰীলংকাৰ সৈতে চলি থকা দ্বিতীয়খন টেষ্ট মেচৰ পূৰ্বে আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত সৰ্বাধিক ৰান সংগ্ৰহৰ ক্ষেত্ৰত ৫ম স্থানত আছিল ডাকেট। কিন্তু কালি ৮৬ ৰানৰ অৰ্ধশতকৰ ইনিংছ খেলি তৃতীয় স্থানত উপনীত হয়।

কেৱল এয়াই নহয় ডাকেটৰ দুৰ্দান্ত প্ৰদৰ্শনে এতিয়া ভাৰতৰ অপেনিং বেটছমেন যশস্বী জয়ছোৱালৰ বাবে সংকট নামি আহিছে। সম্প্ৰতি ভাৰতৰ এইগৰাকী বাঁওহতীয়া বেটছমেন ২০২৩-২০২৫ বৰ্ষৰ আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাত দ্বিতীয় স্থানত আছে।

জয়ছোৱালে ৯খন মেচৰ ১৬টা ইনিংছত ৬৮.৫৩ গড়ে ১০২৮ ৰান সংগ্ৰহ কৰে। আনহাতে ডাকেটে ২৯টা ইনিংছত ১০২১ ৰান সংগ্ৰহ কৰিছে। চলি থকা টেষ্ট মেচখনৰ দ্বিতীয় ইনিংছত যদি তেওঁ আৰু ৮ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় তেন্তে আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত সৰ্বাধিক ৰান সংগ্ৰহৰ ক্ষেত্ৰত জয়ছৱালক অতিক্ৰম কৰিব।

বৰ্তমান টেষ্ট চেম্পিয়নশ্বিপ ২০২৩-২০২৫ত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ আছে ইংলেণ্ড ক্ৰিকেট দলৰ অভিজ্ঞ বেটছমেন জ’ ৰুটৰ নামত। চলি থকা ছিজনত তেওঁ ১৬ খন মেচ খেলিছে। তেওঁ ২৮টা ইনিংছত ৫৫.৪৪ গড়ে ১৩৮৬ ৰান সংগ্ৰহ কৰিছে।

আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৩-২০২৫ত সৰ্বাধিক ৰান সংগ্ৰহ কৰা শীৰ্ষ ৫ জন বেটছমেন

১৩৮৬ – জ’ ৰুট

১০২৮ – যশস্বী জয়ছোৱাল

১০২১ – বেন ডাকেট

৯৮৪ – জেক ক্ৰ’লি

৯৪৩ – উছমান খোৱাজা

Tags: Ben DuckettTest CricketUsman KhawajaZak Crawley

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026
পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ
Top News

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

May 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 2, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025