• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, July 17, 2025
29 °c
Guwahati
30 ° Fri
30 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰি পলায়ন স্বামীৰ!

    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ব্যৱসায়ীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    ভূল চিকিৎসাত যুৱকৰ মৃ*ত্যু! কি হৈছিল নলবাৰীৰ এই চিকিৎসালয়ত?

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    ৰাহুল গান্ধীৰ অসম ভ্ৰমণে ৰাজ্যৰ ৰাজনীতিত কোনো প্ৰভাৱ নেপেলায় : হিমন্ত বিশ্ব শৰ্মা

    হাতী-মানুহৰ সংঘাত, ৭খনকৈ বাসগৃহত ধ্বংসলীলা…

    বৰমিচিঙত ভয়ংকৰ কাণ্ড, প্ৰয়োজনীয় নথিপত্ৰৰ লগতে কিতাপ-পত্ৰ নষ্ট…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      বিদ্যুৎ বিভাগৰ অদ্ভুদ কাণ্ড! শুনি আচৰিত হ’ব আপুনি

      Nation NE by Nation NE
      September 10, 2024
      in Top News, অসম
      0 0
      বিদ্যুৎ বিভাগৰ অদ্ভুদ কাণ্ড! শুনি আচৰিত হ’ব আপুনি

      প্ৰতিনিধিত্বমূলক চিত্ৰ

      Share on FacebookShare on TwitterWhatsApp

      স্মাৰ্ট মিটাৰকলৈ ৰাজ্যজুৰি জনতাৰ ক্ষোভৰ দাবানল জ্বলি থকাৰ সময়তেই বিলাসীপাৰা বিদ্যুৎ বিভাগে সংঘটিত কৰে এক নাভূত-নাশ্ৰুত ঘটনা। বিদ্যুৎ বিভাগে নাক-কাণ কাটিলে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ। পূৰ্বে ৫০০ টকাৰ বিল অহা BPL পৰিয়াললৈ বিলাসীপাৰা বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে প্ৰেৰণ কৰিলে ২৩,২৫৮  টকাৰ বিদ্যুৎ বিল।

      বিল দেখি হতভম্ব হয় দৰিদ্ৰ পৰিয়ালটো।বিলাসীপাৰাৰ লুটাপাৰা গাঁৱত সংঘটিত হৈছে এই আচৰিত ঘটনা।  গাঁৱখনৰ লঙ্কেশ্বৰ নাথ নামৰ অতি দৰিদ্ৰ পৰিয়ালৰ লগত শক্তি বিভাগে দেখুৱালে নিজৰ অবৈধ শক্তি।  বিভিন্ন সময়ত এনেধৰণৰ খাম-খেয়ালি লগা কাম কৰি বিতৰ্কত থকা বিলাসীপাৰা বৈদ্যুতিক উপ সংমণ্ডল। এইবাৰৰ এই বিভাগটোৰ অদ্ভুত ঘটনাক লেইলেই-ছেইছেই কৰিছে সচেতন মহলে।

      ইফালে অকণো লাজ-লজ্জা নথকা বিলাসীপাৰা বৈদ্যুতিক উপ সংমণ্ডলৰ গছত গৰু উঠা কাণ্ডকলৈ চৰম বিপদত পৰিছে দুৰ্ভোগীয়া পৰিয়ালটোৱে। লুটাপাৰা গাঁৱৰ নিৰুপায় লঙ্কেশ্বৰ নাথে বিদ্যুৎ বিভাগৰ ২৩,২৫৮ টকাৰ বিদ্যুৎ বিলৰ কাগজ হাতত লৈ কাৰ্যালয়ৰ ইফাল-সিফালে ঘূৰি ফুৰে। পিছে ইয়াৰ কোনো সমাধান বিচাৰি নাপায় দুৰ্ভগীয়া পৰিয়ালটোৱে। বিলাসীপাৰাৰ বৈদ্যুতিক উপ সংমণ্ডল কাৰ্যালয়ৰ এই কাণ্ডক চৰম নিন্দা জনাইছে বিলাসীপাৰাৰ বিভিন্ন দল-সংগঠন আৰু সৰ্ব সাধাৰণ ৰাইজে।

      Tags: #AssamElectricity BillSmart Meter

      Related Posts

      পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰি পলায়ন স্বামীৰ!
      Top News

      July 17, 2025
      সোণ কিনাৰ সুবৰ্ণ সুযোগ! জানক কিমান হৈছে সোণৰ মূল্য
      Top News

      সোণ কিনাৰ সুবৰ্ণ সুযোগ! জানক কিমান হৈছে সোণৰ মূল্য

      July 17, 2025
      আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি
      Top News

      আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

      July 17, 2025
      ছিৰিয়াত ইজৰাইলৰ ডাঙৰ বিমান আক্ৰমণ, তীব্ৰ গৰিহণা আমেৰিকাৰ
      Top News

      ছিৰিয়াত ইজৰাইলৰ ডাঙৰ বিমান আক্ৰমণ, তীব্ৰ গৰিহণা আমেৰিকাৰ

      July 17, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      ব্যৱসায়ীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

      July 17, 2025
      শ্ৰীলংকাৰ বিৰুদ্ধে খেলা টি-২০ শৃংখলাত ইতিহাস ৰচিলে বাংলাদেশ ক্ৰিকেট দলে
      Top News

      শ্ৰীলংকাৰ বিৰুদ্ধে খেলা টি-২০ শৃংখলাত ইতিহাস ৰচিলে বাংলাদেশ ক্ৰিকেট দলে

      July 16, 2025

      শীৰ্ষ সংবাদ

      পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰি পলায়ন স্বামীৰ!

      সোণ কিনাৰ সুবৰ্ণ সুযোগ! জানক কিমান হৈছে সোণৰ মূল্য

      আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

      ছিৰিয়াত ইজৰাইলৰ ডাঙৰ বিমান আক্ৰমণ, তীব্ৰ গৰিহণা আমেৰিকাৰ

      ব্যৱসায়ীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

      শ্ৰীলংকাৰ বিৰুদ্ধে খেলা টি-২০ শৃংখলাত ইতিহাস ৰচিলে বাংলাদেশ ক্ৰিকেট দলে

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist