• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সুৰা নীতি গোচৰত গ্ৰেপ্তাৰ হোৱা অৰবিন্দ কেজৰিৱালক জামিন প্ৰদান

Nation NE by Nation NE
September 13, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
সুৰা নীতি গোচৰত গ্ৰেপ্তাৰ হোৱা অৰবিন্দ কেজৰিৱালক জামিন প্ৰদান
Share on FacebookShare on TwitterWhatsApp

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সুৰা নীতিৰ গোচৰত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰে জামিন। ন্যায়ধীশ সূৰ্য কান্ত আৰু ভূঞা দুয়োজনে পৃথক পৃথক ৰায় দিয়ে। যদিও দুয়োজন ন্যায়াধীশে এই জামিনত সন্মতি প্ৰদান কৰে, তথাপি চিবিআইৰ এই গ্ৰেপ্তাৰৰ ক্ষেত্ৰত দুয়োজন ন্যায়াধীশৰ মতামত আছিল বেলেগ। ন্যায়াধীশ সূৰ্য কান্তে কেজৰিৱালৰ এই গ্ৰেপ্তাৰক বৈধ বুলি কয় যদিও ন্যায়াধীশ ভূঞাই এই গ্ৰেপ্তাৰৰ সময়ত প্ৰশ্ন উত্থাপন কৰে।

উচ্চতম ন্যায়ালয়ে চিবিআই গোচৰত কেজৰিৱালক জামিন প্ৰদান কৰে। কেজৰিৱালক ১০ লাখ টকাৰ বণ্ডত জামিন দিয়া হৈছিল। কেজৰিৱালে উচ্চতম ন্যায়ালয়ত দুখন আবেদন দাখিল কৰিছিল।

প্ৰথমখন জামিন আবেদনৰ বিষয়ে আছিল আৰু দ্বিতীয়খন চিবিআইৰ দ্বাৰা কৰা গ্ৰেপ্তাৰ আৰু ৰিমাণ্ডৰ বিৰুদ্ধে আছিল।

ইডি গোচৰত অৰবিন্দ কেজৰিৱালক প্ৰদান কৰা অন্তৱৰ্তীকালীন জামিনৰ ওপৰত প্ৰযোজ্য চৰ্তাৱলী চিবিআই গোচৰতো প্ৰযোজ্য হৈ থাকিব। ইডি গোচৰত উচ্চতম ন্যায়লয়ে কেজৰিৱালক ১২ জুলাইত জামিন প্ৰদান কৰিছিল। কেজৰিৱালক চিবিআইয়ে ২৬ জুনত তিহাৰ কাৰাগাৰৰ পৰা ইডি গোচৰত অন্তৱৰ্তীকালীন জামিন পোৱাৰ পিছত গ্ৰেপ্তাৰ কৰিছিল।

Tags: #Arvind Kejriwal#CBI#Delhi

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025