• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
23 °c
Guwahati
22 ° Mon
21 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মণিপুৰত পুনৰ উত্থান জাতিগত হিংসা আৰু উত্তেজনা, ম্যানমাৰৰ সংযোগ কি?

Nation NE by Nation NE
September 16, 2024
in Top News, অসম, মণিপুৰ
0 0
মণিপুৰত পুনৰ উত্থান জাতিগত হিংসা আৰু উত্তেজনা, ম্যানমাৰৰ সংযোগ কি?

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মণিপুৰত মুলতঃ দুটা স্থানীয় জাতি সম্প্ৰদায়, মেইটেই আৰু কুকিৰ মাজত বাৰে বাৰে আন্তঃজাতিক সংঘৰ্ষ দেখা গৈছে। ৰাজ্যখনৰ তৃতীয় প্ৰধান সম্প্ৰদায় নাগাসকল এইবাৰ নিৰপেক্ষ হৈ আছে। এই হিংসাত্মক ঘটনাৰ ফলত মৃত্যু হৈছে শ শ লোকৰ আৰু কমেও ১,৭০০ ঘৰ আৰু ধৰ্মীয় স্থান জ্বলাই দিয়া হৈছে।

বিগত বৰ্ষত হিন্দু অধ্যুষিত মেইটিছ আৰু খ্ৰীষ্টান কুকিসকলৰ মাজত অৰ্থনৈতিক লাভালাভ, চৰকাৰী চাকৰি আৰু শিক্ষাৰ ক্ষেত্ৰত সংৰক্ষিত আসনক লৈ সময়ে সময়ে সংঘৰ্ষ হৈ আহিছে। একে সময়তে, কিছু সময়ৰ শান্তিৰ পিছতেই, জাতিগত হিংসাৰ পুনৰ এবাৰ উত্থান হৈছে।

সূত্ৰ অনুসৰি, সাম্প্ৰতিক কিছু পৰিঘটনাই মণিপুৰত হিংসাত্মক পৰিস্থিতি বৃদ্ধিৰ কাৰণ হৈ উঠিছে। অৱশ্যে, ৰাজ্যখনৰ এই পৰিস্থিত সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ যথেষ্ট সতৰ্ক হৈ উঠিছে।

দৰাচলতে, বিগত দুসপ্তাহত মণিপুৰত জাতিগত হিংসাৰ পুনৰুত্থানৰ তাৎক্ষণিক কাৰণ আছিল কিছু আনুষ্ঠানিক পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত। ৰাজ্যখনত অসম ৰাইফলছৰ কণ্টিজেণ্ট হ্ৰাস কৰি তাৰ ঠাইত চিআৰপিএফৰ একাংশ কণ্টিজেণ্ট স্থাপন কৰাৰ সিদ্ধান্ত ফলত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছিল।

মণিপুৰৰ পৰা অসম ৰাইফলছৰ দল হ্ৰাস কৰাৰ সিদ্ধান্তই ৰাজ্যখনৰ কুকি জনগোষ্ঠীৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। যিহেতু অৰ্ধসামৰিক বাহিনী অসম ৰাইফলছত যথেষ্ট সংখ্যক কুকি লোক আছে, চিআৰপিএফে তেওঁলোকৰ সৈতে কেনে ব্যৱহাৰ কৰিব সেই লৈ কুকি সম্প্ৰদায়ৰ লোক চিন্তিত হৈ পৰিছে।

মণিপুৰত তিনিদিনীয়া গুৰুত্বপূৰ্ণ বৈঠকৰ পিছত, ৰাজ্যখন লাহে লাহে শান্তিৰ দিশে আগবাঢ়িছে। তিনিদিনীয়া বৈঠকৰ পিছত, এটা বেটেলিয়ন সলনি কৰা হয়, যাৰ ফলত তাত থকা লোকসকলৰ আস্থা পুনৰুদ্ধাৰ হয়।

ইফালে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে মন্তব্য প্ৰকাশ কৰি কয় যে, মণিপুৰৰ হিংসাত ব্যবহৃত অস্ত্ৰসমূহ সামাজিক মাধ্যমত অতিৰঞ্জিত কৰা হৈছে। হিংসাৰ সময়ত ব্যৱহৃত অত্যাধুনিক অস্ত্ৰবোৰ সম্পূৰ্ণৰূপে বৰ্ণনা কৰা বা দেখুওৱা হোৱা নাই। আনকি ছ’চিয়েল মিডিয়াত দেখুওৱা বহুতো অস্ত্ৰ-শস্ত্ৰ আৰু হিংসাৰ ভিডিঅ’ চুবুৰীয়া ম্যানমাৰৰ, যিবোৰ মণিপুৰৰ বুলি দেখুওৱা হৈছে।

Tags: #Assam#ManipurKuki Tribe

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025