• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, December 16, 2025
19 °c
Guwahati
18 ° Wed
19 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE by Nation NE
September 18, 2024
in Top News, অসম
0 0
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মেষ- আজি আপুনি নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক অন্যথা আপুনি মানসিক অশান্তিত ভুগিব পাৰে৷ আৰ্থিক সমস্যা হ্ৰাস হ’ব। শুভ নম্বৰ-২, শুভ ৰং-গুলপীয়া

বৃষ- যিদৰে সম্পূৰ্ণ সততাৰে আৰু দক্ষতাৰে কাম কৰিছে, তাৰ বাবে আপুনি সফলতাৰ মুখ দেখিব৷  শিক্ষাৰ্থীয়ে সফলতাৰ বাবে কষ্ট কৰক৷ চৰকাৰী কামত সফলতা লাভ কৰিব৷ শুভ নম্বৰ-১, শুভ ৰং-সুমথিৰা

মিথুন- নতুন কাম আৰম্ভ কৰাৰ উত্তম সময়৷ চৰকাৰী কামত সফল হ’ব আৰু পুৰস্কৃত হ’ব। স্বাস্থ্য ভালে থাকিব। শুভ নম্বৰ-৯, শুভ ৰং-সেউজীয়া

কৰ্কট- গ্ৰহৰ প্ৰভাৱত এটা শুভ দিন৷ সামাজিক কাম আৰু পৰোপকাৰি কামে আপোনাক আনন্দিত কৰি তুলিব৷ শুভ নম্বৰ-৩, শুভ ৰং-সোণালী

সিংহ- নতুন ব্যৱসায় আৰম্ভ হ’ব৷ ব্যৱসায়ী আৰু চাকৰিয়াল সকলৰ বাবে ভাল দিন৷ পদোন্নতিৰ যোগ৷ শুভ নম্বৰ-৭, শুভ ৰং-সেউজীয়া

তুলা- মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। প্ৰেম-প্ৰীতিত শুভ। বিদ্যাৰ্থীৰ সমস্যা দূৰ হ’ব। ব্যৱসায়ত শুভ। শুভ নম্বৰ-৪, শুভ ৰং-ৰঙা

বৃশ্চিক- গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত পৰিব৷ শৰীৰ ভালে থাকিব, ধনৰ দিশত লাভজনক সময় আৰু সামাজিক জীৱনৰ বাধা আঁতৰিব৷ কামত সকলোৰে সহযোগীতা লাভ কৰিব তথা ভাল খবৰে আপোনাৰ আনন্দ বৃদ্ধি কৰিব৷ শুভ নম্বৰ-১, শুভ ৰং-হালধীয়া

ধনু- ধৰ্মীয় বিষয়ে আপোনাক আকৰ্ষিত কৰিব৷ ভাতৃ-ভগ্নীৰ সৈতে সম্পৰ্ক উন্নত হ’ব৷ বহুদিনৰ পুৰণি বন্ধুক লগ পাব পাৰে আৰু একেলগে সুন্দৰ সময় কটাব পাৰে৷ ক’বলৈ গ’লে প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ দিনটো শুভ৷ শুভ নম্বৰ-৮, শুভ ৰং-বগা

মকৰ- আপুনি শ্বেয়াৰ বজাৰত লগোৱা টকাই আপোনাক প্ৰচুৰ লাভ দিব৷ ধনৰ দিশত শুভ৷ পঢ়া-শুনা কৰাসকলৰ বাবে বৰ ভাল সময় নহয়, একে সময়তে শৰীৰৰো যত্ন লওঁক৷ শুভ নম্বৰ-২, শুভ ৰং-হালধীয়া আৰু নীলা

কুম্ভ- আজি আপোনাৰ মনত কিছু অস্থিৰতাই দেখা দিব। ৰাজনীতি আৰু বিদ্যাত শুভ। প্ৰেমৰ সমস্যা আঁতৰ হ’ব। শুভ নম্বৰ-৩, শুভ ৰং-বগা আৰু সুমথিৰা

মীন- আপোনাৰ স্বাস্থ্যই আজি আপোনাক পুৰ্ণ সমৰ্থন দিব। আইনী কামত সাৱধান হওক৷ চমু ৰাস্তাত ধন ঘটাৰ পথ নলৈ দীঘল আৰু বিশ্বাসী পথ বাছি লওক৷ অদৰকাৰী আলোচনাৰ পৰা নিজক আঁতৰাই ৰাখক৷ শুভ নম্বৰ-৬, শুভ ৰং-হালধীয়া

Tags: #AssamDaily HoroscopeToday Horoscope

Related Posts

ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

December 15, 2025
কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…
Top News

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 14, 2025

শীৰ্ষ সংবাদ

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025