• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, July 26, 2025
30 °c
Guwahati
28 ° Sun
26 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ

    বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

    ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

    কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

    নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

    নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      আজি চিত্ৰগৃহত মুক্তি লাভ কৰিব বহু প্ৰত্যাশিত অসমীয়া ছবি “চিকাৰ”

      Nation NE by Nation NE
      September 20, 2024
      in Top News, বিনোদন
      0 0
      আজি চিত্ৰগৃহত মুক্তি লাভ কৰিব বহু প্ৰত্যাশিত অসমীয়া ছবি “চিকাৰ”
      Share on FacebookShare on TwitterWhatsApp
      অসমীয়া চিত্ৰপ্ৰেমী দৰ্শকৰ বাবে এক সুখবৰ। শ্ৰীৰঘূপতি, বিদুৰভাই,পিশাচৰ জনপ্ৰিয়তাৰ পিছত এইবাৰ আহি আছে জুবিন গাৰ্গৰ ‘চিকাৰ’।য’ত মূখ্য চৰিত্ৰত অবিনয় কৰিছে হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গে।
      বিগ ফিল্মছ মিডিয়া আৰু ডীক্ৰেটিভ ষ্টুডিঅ’ এল এল পি (ইণ্ডিয়া)ৰ বেনাৰত নিৰ্মাণ কৰা ছবি চিকাৰে ৰাজ্যৰ ছবিগৃহত ২০ ছেপ্টেম্বৰ অৰ্থাৎ আজি শুভমুক্তি লাভ কৰিব।যোৱা ২৬ আগষ্টত মহানগৰীৰ জ্যোতি চিত্ৰবনত ছবিখনৰ ট্ৰেইলাৰ আৰু এটি গীত মুক্তি কৰি দিয়া হয়।
      চিকাৰে অসমৰ চাহ উদ্যোগৰ অন্ধকাৰ দিশটো উন্মোচন কৰাৰ লগতে, অসমৰ চাহৰ জনপ্ৰিয়তা থকা স্বত্বেও উদ্যোগটোত কম মজুৰি, মহিলাৰ প্ৰতি অত্যাচাৰ আৰু শ্ৰমিকসকল অসহায়তাক কেন্দ্ৰ কৰি কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই ছবিখন। ছবিখনৰ কাহিনী চিত্ৰনাট্য আৰু পৰিচালনা দেবাংকৰ বৰগোঁহাইৰ। ছবিখনৰ প্ৰযোজনা কৰিছে চেম ভট্টাচাৰ্য আৰু মিত্ৰা ভট্টাচাৰ্যৰ।
      অসমৰ লগতে লণ্ডনত কৰা হৈছে এই ছবিখনৰ দৃশ্যগ্ৰহণ। ছবিখনৰ প্ৰায় ৭০ শতাংশ শ্বুটিঙেই কৰা হৈছিল লণ্ডনত। য’ত দৰ্শকে বিচাৰি পাব কিছু নতুনত্ব।ইফালে ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ হৈছে বিষ্ণুজ্যোতি সন্দিকৈ আৰু বেদান্তৰ। সংগীত কৰিছে জুবিন গাৰ্গে।
      আহিবলগীয়া এই নতুন অসমীয়া ছবিখনকলৈ এতিয়া আশাবাদী ছবিখনৰ প্ৰযোজক, পৰিচালকৰ লগতে ছবিখনৰ সমূহ কলা-কুশলী।
      ইফালে ছবিখনত অভিনয় কৰিছে জুবিন গাৰ্গ, আদিল হুছেইন, সিদ্ধাৰ্থ শৰ্মা, অন্তৰীক্ষ চহৰীয়া, ধ্যানী মোহন, যতীন খনিকৰ, সঞ্জীৱ বুঢ়াগোঁহাই, যতীন খনিকৰ, নীলা শইকীয়া, কৌশিক ভৰদ্বাজ, দেৱজিৎ দাস, সুবিল বাৰ্গ, কুশল কুমাৰ গগৈ, কৃষ্টি বৰা, লিপিকা বৰা, আদিতি গগৈ, শংখ প্ৰতীম, গুণীনৰ লগতে UK ৰ অভিনেতা পল অ’ নীল, ফ্ৰান্সৰ অভিনেতা মিৰকো কুইনী আৰু মুম্বাইৰ অভিনেতা প্ৰতীক দীক্ষিতে।
      Tags: Assamese CultureAssamese filmZubeen Garg

      Related Posts

      আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?
      Top News

      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

      July 26, 2025
      উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ
      Top News

      উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ

      July 25, 2025
      আন এক মাইলষ্টন! পন্টিং-কালিছৰ অভিলেখ ভংগ জো ৰুটৰ

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত
      Top News

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত

      July 25, 2025
      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ
      Top News

      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

      July 25, 2025
      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত
      Top News

      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

      July 25, 2025

      শীৰ্ষ সংবাদ

      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

      উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ

      আন এক মাইলষ্টন! পন্টিং-কালিছৰ অভিলেখ ভংগ জো ৰুটৰ

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত

      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist