• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, July 26, 2025
30 °c
Guwahati
28 ° Sun
27 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ

    বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

    ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

    কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

    নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

    নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      STF-ৰ অভিযানত আমিনগাঁৱত জব্দ প্ৰায় ৪ কোটি টকা মূল্যৰ ড্ৰাগছ; দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

      Nation NE by Nation NE
      September 20, 2024
      in Top News, অসম
      0 0
      STF-ৰ অভিযানত আমিনগাঁৱত জব্দ প্ৰায় ৪ কোটি টকা মূল্যৰ ড্ৰাগছ; দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
      Share on FacebookShare on TwitterWhatsApp

      ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে এইবাৰ কামৰূপৰ আমিনগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে। মিজোৰামৰ কেম্পাইৰ পৰা বৰপেটালৈ সৰবৰাহৰ সময়তে এই বৃহৎ পৰিমানৰ ড্ৰাগছখিনি জব্দ কৰে আৰক্ষীয়ে।

      এই নিচাজাতীয় সামগ্ৰীখিনিৰ লগতে আৰক্ষীয়ে দুজন ড্ৰাগছ সৰবৰাহকাৰী মফিজ উদ্দিন আৰু লালচান বাদছাক গ্ৰেপ্তাৰ কৰে।

      AS 28 AC 1042 নম্বৰৰ এখন ট্ৰাকৰে নিচাজাতীয় সামগ্ৰী কঢ়িয়াই নি থকা অৱস্থাত স্পেচিয়েল টাস্ক ফ’ৰ্চ (STF) ৰ অভিযানত এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি জব্দ কৰা বুলি জানিব পৰা গৈছে।

      কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত চলা এই অভিযানত জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৪ কোটি টকা বুলি জানিব দিয়ে অভিযানকাৰী আৰক্ষীৰ দলটোৱে।

      ট্ৰাকৰ হুডত লুকুৱাই আনিছিল এই বৃহৎ পৰিমানৰ ড্ৰাগছখিনি।

      Tags: AmingaonDrugsKamrup

      Related Posts

      হোম গাৰ্ড নিযুক্তি পৰীক্ষা দিবলৈ অহা যুৱতীক এম্বুলেন্সৰ ভিতৰত ধৰ্ষণ
      Top News

      July 26, 2025
      ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰে ভয়ংকৰ সংঘৰ্ষ উগ্ৰপন্থী সংগঠনৰ; তিনিজন মাওবাদীৰ মৃত্যু

      অতি শীঘ্ৰে টেষ্ট ক্ৰিকেটক বিদায় জনাব বুমৰাহে? প্ৰাক্তন ক্ৰিকেটাৰৰ চাঞ্চল্যকৰ মন্তব্য…
      Top News

      অতি শীঘ্ৰে টেষ্ট ক্ৰিকেটক বিদায় জনাব বুমৰাহে? প্ৰাক্তন ক্ৰিকেটাৰৰ চাঞ্চল্যকৰ মন্তব্য…

      July 26, 2025
      আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?
      Top News

      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

      July 26, 2025
      উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ
      Top News

      উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ

      July 25, 2025
      আন এক মাইলষ্টন! পন্টিং-কালিছৰ অভিলেখ ভংগ জো ৰুটৰ

      শীৰ্ষ সংবাদ

      হোম গাৰ্ড নিযুক্তি পৰীক্ষা দিবলৈ অহা যুৱতীক এম্বুলেন্সৰ ভিতৰত ধৰ্ষণ

      ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰে ভয়ংকৰ সংঘৰ্ষ উগ্ৰপন্থী সংগঠনৰ; তিনিজন মাওবাদীৰ মৃত্যু

      অতি শীঘ্ৰে টেষ্ট ক্ৰিকেটক বিদায় জনাব বুমৰাহে? প্ৰাক্তন ক্ৰিকেটাৰৰ চাঞ্চল্যকৰ মন্তব্য…

      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

      উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ

      আন এক মাইলষ্টন! পন্টিং-কালিছৰ অভিলেখ ভংগ জো ৰুটৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist