• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, June 8, 2025
30 °c
Guwahati
31 ° Mon
31 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ী-শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      আপোনাৰ দেওবাৰৰ দিনটো কেনে যাব? জানিবলৈ চাওক আজিৰ ৰাশিফল

      Nation NE by Nation NE
      September 22, 2024
      in Top News, অসম
      0 0
      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      প্ৰতিনিধিত্বমূলক চিত্ৰ

      Share on FacebookShare on TwitterWhatsApp

      মেষ- কৰ্মসংস্থাপন বৃদ্ধি পাব। আয়ৰ নতুন উৎস লাভ কৰিব পাৰে।  বিদ্যাৰ্থীসকলৰ সুনাম বৃদ্ধি পাব। শুভ নম্বৰ-১, শুভ ৰং- সোণালী

      বৃষ- আজিৰ আপোনাৰ শৰীৰত কিছু ক্লান্তি আৰু দুৰ্বলতা থাকিব পাৰে। ব্যৱসায়ত লাভবান হ’ব। কৰ্মস্থলীত শান্তি থাকিব।  শুভ নম্বৰ-৭, শুভ ৰং-সুমথিৰা

      মিথুন-আজিৰ দিনটো মিথুন ৰাশিৰ জাতক-জাতিকাৰ বাবে যথেষ্ট শুভ হ’ব। ব্যৱসায়ত সুনাম বৃদ্ধি পাব। বিদ্যাত মধ্যম। শুভ নম্বৰ-৮, শুভ ৰং-সুমথিৰা

      কৰ্কট-ব্যৱসায়ত সফলতা লাভ কৰিব। কামত সাৱধানতা অৱলম্বন কৰিব। দূৰ ভ্ৰমণৰ যোগ। স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব। শুভ নম্বৰ-৫, শুভ ৰং-মটিয়া

      সিংহ-ব্যৱসায়িক দিশত সুনাম বৃদ্ধি পাব। পৰিয়ালৰ লোকৰ সৈতে ভ্ৰমণৰ যোগ। ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব।  শুভ নম্বৰ-৩, শুভ ৰং-পাতল গুলপীয়া

      কন্যা-আজিৰ দিনটো আপোনাৰ আনন্দ-ফুৰ্তিৰে পৰিপূৰ্ণ হৈ থাকিব। ব্যৱসায়-বাণিজ্যত শুভ ফল লাভ কৰিব। বিনিয়োগৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল। শুভ নম্বৰ-২, শুভ ৰং-সেউজীয়া

      তুলা- আজিৰ দিনটোত তুলা ৰাশিৰ জাতক-জাতিকাসকলে আৰ্থিক দূৰৱস্থা অনুভৱ নকৰে৷ মনোবল বৃদ্ধি পাব। পদোন্নতি, প্ৰশংসা প্ৰাপ্তিৰ যোগ।  শুভ নম্বৰ-১, শুভ ৰং-বগা

      বৃশ্চিক-আজি দিনটো আপোনাৰ বাবে সৌভাগ্যশালী হ’ব। আপুনি বহুদিনৰে পৰা কোনো ধৰ্মীয় স্থানত বা তীৰ্থযাত্ৰাত যোৱাৰ কথা যদি ভাবি আছে, তেন্তে আজি এই যাত্ৰা আৰম্ভ কৰাৰ বাবে বৰ শুভ দিন। বিদ্যাত শুভ। শুভ নম্বৰ-৭, শুভ ৰং-নীলা

      ধনু- সাংস্কৃতিক দিশত আজিৰ দিনটো আপোনাৰ বাবে অতি উত্তম। মানসিকভাৱে উজ্জীৱিত হৈ থাকিব। কৰ্মক্ষেত্ৰত সম্পূৰ্ণ ইতিবাচক হৈ থাকিব। আৰ্থিক লাভৰ যোগ আছে ।শুভ নম্বৰ-৫, শুভ ৰং-ৰঙা

      মকৰ-আজি আপোনাক আৱেগ আৰু দুশ্চিন্তাই কিছু আগুৰি থাকিব পাৰে।  কৰ্ম সম্পৰ্কীয় সিদ্ধান্তবোৰ গোপনে ৰাখক।আইনী কাগজপত্ৰ, বিশেষকৈ মাটি, সম্পত্তি বা গাড়ীৰ কাগজপত্ৰক লৈ সাৱধানে ৰাখিব। জীৱনসংগীৰ পৰা সুখ লাভ। শুভ নম্বৰ-৪, শুভ ৰং-সুমথিৰা

      কুম্ভ-আজি আপোনাৰ দিনটো ইতিবাচক মনোভাৱ উপভোগ কৰিব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ আজিৰ দিনটো উপযুক্ত। দাম্পত্যত সুখ আৰু শান্তিৰ প্ৰবল সম্ভাৱনা। আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি হ’ব। শুভ নম্বৰ-৯, শুভ ৰং-হালধীয়া

      মীন-আজি আপুনি সুস্থ অনুভৱ কৰিব আৰু নিজৰ ভিতৰতে তজবজীয়া অনুভৱ কৰিব। আজি আপুনি নিজক সুস্থ, সবল অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত আলোচনা সন্তোষজনক হ’ব পাৰে। শুভ নম্বৰ-৬, শুভ ৰং-নীলা

      Tags: #AssamDaily HoroscopeToday Astrology

      Related Posts

      ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি
      Top News

      ব্যৱসায়ী-শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

      June 8, 2025
      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি

      June 7, 2025
      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      শীৰ্ষ সংবাদ

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist