• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 15, 2025
29 °c
Guwahati
27 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    GOLDEN BOY নীৰজ চোপ্ৰাৰ বাবে ভাল খবৰ, ভাৰতীয় সেনাবাহিনীত নীৰজে চম্ভালিব এই দায়িত্ব…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    ২৪ ঘণ্টাত ১২ জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ মণিপুৰ আৰক্ষীৰ

    আজি আপোনাৰ ভাগ্যই কি কয়? জানো আহক দিনটোৰ ৰাশিফল…

    প্ৰেমে শেষ কৰিলে অভিনেতাৰ জীৱন, প্ৰকৃততে কি হৈছিল মৃগাংকৰ সৈতে, আৰক্ষীৰ তদন্তত ফাদিল নতুন তথ্য

    যুদ্ধবিৰতি ঘোষণাৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত হাইভ’ল্টেজ বৈঠক

    ভোটগণনাৰ মাজতেই ঠায়ে ঠায়ে অপ্ৰীতিকৰ ঘটনা…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      এক আজৱ ঘটনা!ল’ৰা সন্তান জন্ম দি লাভ কৰে কন্যা সন্তান

      Nation NE by Nation NE
      September 23, 2024
      in Top News, অসম
      0 0
      এক আজৱ ঘটনা!ল’ৰা সন্তান জন্ম দি লাভ কৰে কন্যা সন্তান
      Share on FacebookShare on TwitterWhatsApp

      বৰপেটাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বৰপেটা অসামৰিক চিকিৎসালয়ৰ বিৰুদ্ধে সদ্যোজাত সন্তান এটি সলনি কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে।

      উল্লেখ্য যে, ২২ ছেপ্তেম্বৰত এগৰাকী প্ৰসূতিয়ে বৰপেটা অসামৰিক চিকিৎসালয়ত এটি ল’ৰা সন্তানৰ জন্ম দিয়ে। পিছে জন্মৰ কিছুসময়ৰ পিছতেই অসুস্থ হৈ পৰে সন্তানটি। বৰপেটা অসামৰিক চিকিৎসালয়ৰ পৰা বৰপেটা ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰা হয় সন্তানটিক।

      কিন্তু চিকিৎসালয়ত ভৰ্তি কৰিবৰ বাবে বৰপেটা অসামৰিক চিকিৎসালয়ৰ এগৰাকী নাৰ্ছে প্ৰস্তুত কৰি দিয়ে নথি-পত্ৰ।সেই নথি-পত্ৰলৈ প্ৰসূতি গৰাকীৰ পৰিয়ালে শিশুটিক লৈ উপস্থিত হয় মেডিকেল কলেজত।

      কিন্তু ইয়াৰ পিছতেই পৰিয়ালৰ মাজত লাগে হৈ-চৈ। কিয়নো চিকিৎসালয়ৰ নথি-পত্ৰত ল’ৰাৰ পৰিবৰ্তে কন্যাসন্তান বুলিহে উল্লেখ আছিল।যাৰ বাবে অসুস্থ শিশুটিক মেডিকেল কলেজখনত ভৰ্তি নকৰায়। ফলত বিনা চিকিৎসাই শিশুটিৰ মৃত্যু হোৱাৰ অভিযোগ তোলে পৰিয়ালৰ লোকে।

      ইফালে ল’ৰা সন্তানটি সলনি কৰি অসুস্থ কন্যা সন্তান গতাই দিয়া বুলি বৰপেটা অসামৰিক চিকিৎসালয়ৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ লগতে কলগাছিয়া থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী পৰিয়ালটোৱে।

      আনহাতে প্ৰসূতি গৰাকীয়ে কন্যা সন্তানহে জন্ম দিছে বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়াৰ লগতে এইয়া সামান্য ভুল বুলিহে মন্তব্য কৰিছে চিকিৎসালয়খনৰ অধীক্ষকগৰাকীয়ে। সম্প্ৰতি এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

      Tags: #AssamBarpetaMedical College

      Related Posts

      ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা; এই কেইগৰাকী ক্ৰিকেটাৰে পালে স্থান
      Top News

      May 15, 2025
      যুদ্ধবিৰতিক লৈ ডাঙৰ ডাঙৰ দাবী কৰা ট্ৰাম্পৰ পাভলুটি; এইবাৰ ক’লে এনেদৰে…

      ব্যয়বহুল হ’ব আইফোন? Appleৰ চিইঅ’ টিম কুকক ক’লে ট্ৰাম্পে- ‘ভাৰতত বন্ধ কৰক উৎপাদন’
      Top News

      ব্যয়বহুল হ’ব আইফোন? Appleৰ চিইঅ’ টিম কুকক ক’লে ট্ৰাম্পে- ‘ভাৰতত বন্ধ কৰক উৎপাদন’

      May 15, 2025
      GOLDEN BOY নীৰজ চোপ্ৰাৰ বাবে ভাল খবৰ, ভাৰতীয় সেনাবাহিনীত নীৰজে চম্ভালিব এই দায়িত্ব…
      Top News

      GOLDEN BOY নীৰজ চোপ্ৰাৰ বাবে ভাল খবৰ, ভাৰতীয় সেনাবাহিনীত নীৰজে চম্ভালিব এই দায়িত্ব…

      May 15, 2025
      ২৭ বছৰত ৮৮টাকৈ চুৰি কৰি আৰক্ষীৰ জালত এগৰাকী অভিযন্তা

      বিপদ বাঢ়িছে পাকিস্তানৰ! বেলুচ নেতাৰ ডাঙৰ দাবী- ‘বেলুচিস্তান এতিয়া পাকিস্তানৰ অংশ নহয়’

      শীৰ্ষ সংবাদ

      ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা; এই কেইগৰাকী ক্ৰিকেটাৰে পালে স্থান

      যুদ্ধবিৰতিক লৈ ডাঙৰ ডাঙৰ দাবী কৰা ট্ৰাম্পৰ পাভলুটি; এইবাৰ ক’লে এনেদৰে…

      ব্যয়বহুল হ’ব আইফোন? Appleৰ চিইঅ’ টিম কুকক ক’লে ট্ৰাম্পে- ‘ভাৰতত বন্ধ কৰক উৎপাদন’

      GOLDEN BOY নীৰজ চোপ্ৰাৰ বাবে ভাল খবৰ, ভাৰতীয় সেনাবাহিনীত নীৰজে চম্ভালিব এই দায়িত্ব…

      ২৭ বছৰত ৮৮টাকৈ চুৰি কৰি আৰক্ষীৰ জালত এগৰাকী অভিযন্তা

      বিপদ বাঢ়িছে পাকিস্তানৰ! বেলুচ নেতাৰ ডাঙৰ দাবী- ‘বেলুচিস্তান এতিয়া পাকিস্তানৰ অংশ নহয়’

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist