• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

তৃণমূল কংগ্ৰেছৰ সাংসদৰ মৃত্যু; শোক প্ৰকাশ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ

Nation NE by Nation NE
September 25, 2024
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
তৃণমূল কংগ্ৰেছৰ সাংসদৰ মৃত্যু; শোক প্ৰকাশ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ
Share on FacebookShare on TwitterWhatsApp

বুধবাৰে মৃত্যু হয় বছিৰহাট তৃণমূল কংগ্ৰেছৰ সাংসদ হাজী নুৰুল ইছলামৰ। তথ্য অনুসৰি নুৰুল ইছলাম দীৰ্ঘদিন ধৰি যকৃতৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। উত্তৰ ২৪ পৰগনা জিলাৰ নিজা বাসগৃহত বুধবাৰে মৃত্যু হয় তৃণমূলৰ সাংসদগৰাকীৰ।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ। প্ৰাক্তন সাংসদ নুছৰত জাহানৰ ঠাইত বছিৰহাটৰ পৰা তৃণমূল কংগ্ৰেছে তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল।

হাজী নুৰুল ইছলামৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মমতাই এক্সৰ জৰিয়তে লিখিছে যে আমাৰ বছিৰহাটৰ সাংসদ হাজী এছ কে নুৰুল ইছলামৰ মৃত্যুৰ কথা জানি দুঃখিত। তেওঁ আছিল মোৰ গুৰুত্বপূৰ্ণ সহযোগী। সুদূৰ সুন্দৰবন অঞ্চলৰ এজন নিষ্ঠাবান সমাজকৰ্মী হিচাপে তেওঁ পিছপৰা অঞ্চলৰ দৰিদ্ৰ জনসাধাৰণৰ উত্থানৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল। বছিৰহাটৰ ৰাইজে তেওঁৰ নেতৃত্বক স্মৰণ কৰিব। তেখেতৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু সহকৰ্মী সকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো।‘

উল্লেখ্য যে, ২০০৯ চনত প্ৰথমবাৰৰ বাবে বছিৰহাট লোকসভাৰ আসনৰ পৰা নিৰ্বাচিত হৈছিল নুৰুল ইছলাম। ২০১৬ চনত বাছিৰহাটৰ হৰুৱা বিধান সভা সমষ্টিৰ পৰা তৃণমূলৰ টিকটত বিধায়ক নিৰ্বাচিত হৈছিল। ২০২৪ চনত দলটোৱে পুনৰবাৰ তেওঁৰ ওপৰত আস্থা প্ৰকাশ কৰি বছিৰহাটৰ পৰা তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰে।

তেওঁৰ ওপৰত নেতৃত্বই দেখুওৱা আস্থাক নিৰাশ নকৰি দ্বিতীয়বাৰৰ বাবে এই আসনৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয়। তেওঁ বিজেপিৰ প্ৰাৰ্থী ৰেখা পাত্ৰক বৃহৎ ব্যৱধানত পৰাস্ত কৰিছিল।

ইফালে এই নেতাগৰাকীৰ মৃত্যুত তৃণমূলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়েও শোকপ্ৰকাশ কৰি দলে এজন প্ৰকৃত নেতাক হেৰুওৱা বুলি মন্তব্য কৰে।

Tags: Haji Nurul IslamMamata BanerjeePasses AwayTMC MP

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025