• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 2, 2026
23 °c
Guwahati
24 ° Mon
26 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিনেশ ফ’গাটৰ বিৰুদ্ধে ডাঙৰ পদক্ষেপ, NADA য়ে জাৰি কৰে জাননী

ভাৰতীয় মল্লযোদ্ধা বিনেশ ফ’গাটক ৰাষ্ট্ৰীয় ড'পিং প্ৰতিৰোধী সংস্থাই (এনএডিএ) জাননী জাৰি কৰিছে। বিনেশ বৰ্তমান হাৰিয়ানা বিধান সভা নিৰ্বাচন ২০২৪ ৰ বাবে প্ৰস্তুতিত ব্যস্ত হৈ আছে।

Nation NE by Nation NE
September 26, 2024
in Top News, ক্ৰীড়া
0 0
‘আলবিদা কুস্তি, ২০০১-২০২৪- চিৰদিনৰ বাবে তোমাৰ ওচৰত ঋণী, ক্ষমা বিচাৰিছো।’, এক্সত আৱেগভৰা পোষ্ট শ্বেয়াৰ কৰি মল্লযুঁজৰ পৰা অৱসৰ বিনেশ ফ’গাটৰ
Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় কিংবদন্তি মল্লযোদ্ধা বিনেশ ফ’গাটে কিছু সময়ৰ পৰা নিৰন্তৰ চৰ্চালৈ আহিছে। পেৰিছ অলিম্পিক ২০২৪ত,  ফ’গাটে মাত্ৰ ১০০ গ্ৰাম ওজনৰ বাবে ৫০ কিলোগ্ৰাম শাখাত পদক অৰ্জন কৰিব নোৱাৰিলে। ইয়াৰ পিছত, তেওঁ নিজৰ অৱসৰ ঘোষণা কৰে।

তাৰ পিছতেই তেওঁ সতীৰ্থ মল্লযোদ্ধা বজৰং পুনিয়াৰ সৈতে কংগ্ৰেছ দলত যোগদান কৰে। বিনেশে এইবাৰ জুলানা সমষ্টিৰ পৰা আগন্তুক হাৰিয়ানা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে। এই সময়তে, তেওঁৰ পক্ষে কিছু অসুবিধাও বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় ড’পিং প্ৰতিৰোধী সংস্থা (এনএডিএ)ৰ দ্বাৰা তেওঁক এক জাননী জাৰি কৰা হৈছে আৰু ১৪ দিনৰ ভিতৰত ইয়াৰ সঁহাৰি দিবলৈ কোৱা হৈছে।

ৰাষ্ট্ৰীয় এণ্টি-ড’পিং এজেন্সিয়ে (এনএডিএ)নিজৰ নিৰ্ধাৰিত স্থান প্ৰকাশ কৰাত ব্যৰ্থ হোৱাৰ বাবে মল্লযোদ্ধা বিনেশ ফ’গাটলৈ এক জাননী প্ৰেৰণ কৰে আৰু ১৪ দিনৰ ভিতৰত ইয়াৰ উত্তৰ বিচাৰে। যদি খেলুৱৈ এগৰাকীক ড’প পৰীক্ষাৰ বাবে নিৰ্ধাৰিত স্থান পোৱা নাযায়, তেনেহ’লে এনএডিএ-য়ে এই জাননী জাৰি কৰে। এনএডিএ-য়ে ইয়াক নিয়মৰ উলংঘন বুলি গণ্য কৰা হয়।

এনএডিএ ৰ পঞ্জীভুক্ত পৰীক্ষা পুল(আৰ.টি.পি.)ত পঞ্জীভুক্ত সকলো খেলুৱৈয়ে ড’প পৰীক্ষাৰ বাবে তেওঁলোকৰ উপলব্ধতা অৱগত কৰিব লাগে আৰু বিনেশ তেওঁলোকৰ মাজৰ এজন আছিল।

ড’পং পৰীক্ষা মানে হ’ল- নিচাযুক্ত দ্ৰব্যৰ প্ৰভাৱত থকাৰ স্থিতি, অৰ্থাৎ খেলুৱৈসকলৰ দ্বাৰা ঔষধ গ্ৰহণ কৰা, যিয়ে তেওঁলোকৰ শাৰীৰিক ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। এনে ঔষধ খেলুৱৈ এজনে সেৱন কৰিছে নে নাই জানিবলৈহে ড’পিং পৰীক্ষা কৰা হয়।

এনএডিএৰ দ্বাৰা জাৰী কৰা জাননীখনত, বিনেশক এই বিষয়ত চূড়ান্ত সিদ্ধান্ত লোৱাৰ পূৰ্বে স্পষ্টীকৰণ দিবলৈ কোৱা হৈছে। উল্লেখ্য যে, বিনেশক পৰীক্ষা কৰিবলৈ এজন ড’প নিয়ন্ত্ৰণ বিষয়া (ডিচিঅ’)  নিৰ্ধাৰিত স্থানলৈ প্ৰেৰণ কৰা হৈছিল, কিন্তু সেই স্থানত তেওঁ উপস্থিত নথকাৰ বাবে বিষয়াগৰাকীয়ে তেনে কৰিবলৈ অক্ষম হৈছিল।

এইক্ষেত্ৰত বিনেশে নিয়ম উলংঘনৰ কথা হয় স্বীকাৰ কৰিব লাগিব অন্যথা প্ৰমাণ দিব লাগিব যে, নিৰ্ধাৰিতস্থলীত তেওঁ প্ৰায় ৬০ মিনিটৰ বাবে উপস্থিত আছিল। অৱশ্যে, ইয়াত উল্লেখ কৰিব পাৰি যে থকা স্থানৰ সংশ্লিষ্ট বিফলতা ড’পিং-বিৰোধী নিয়ম উলংঘনৰ সমান নহয়। যদি এজন খেলুৱৈয়ে ১২ মাহত তিনিবাৰ স্থানৰ তথ্য সম্পৰ্কীয় নিয়ম উলংঘা কৰে, তেনেহ’লে কেৱল এনএডিএয়ে এথলীটজনৰ ওপৰত যিকোনো পদক্ষেপ ল’ব পাৰে।

Tags: Sportsvinesh phogatWrestler

Related Posts

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026
পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ
Top News

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

May 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 2, 2026
যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026

শীৰ্ষ সংবাদ

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025