• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, February 5, 2026
21 °c
Guwahati
21 ° Fri
21 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দ্বিতীয় টেষ্টৰ পূৰ্বে ছাকিবৰ ডাঙৰ ঘোষণা; টেষ্ট, টি-২০ সন্দৰ্ভত ল’লে এই সিদ্ধান্ত

Nation NE by Nation NE
September 26, 2024
in Top News, ক্ৰীড়া
0 0
দ্বিতীয় টেষ্টৰ পূৰ্বে ছাকিবৰ ডাঙৰ ঘোষণা; টেষ্ট, টি-২০ সন্দৰ্ভত ল’লে এই সিদ্ধান্ত
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশৰ কিংবদন্তি অলৰাউণ্ডাৰ ছাকিব আল হাছানে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মিৰপুৰ টেষ্ট মেচখন হ’ব ছাকিবৰ কেৰিয়াৰৰ অন্তিমখন টেষ্ট মেচ।

উল্লেখ্য যে ২৭ ছেপ্টেম্বৰ অৰ্থাত কাইলৈৰ পৰা ভাৰত আৰু বাংলাদেশৰ মাজত টেষ্ট ছিৰিজৰ দ্বিতীয়খন মেচ অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে ছাকিবে অৱসৰৰ কথা ঘোষণা কৰি অনুৰাগীক আচৰিত কৰি তুলিছে।

টেষ্ট ক্ৰিকেটৰ উপৰি ছাকিবে টি-২০ আন্তঃৰাষ্ট্ৰীয়ৰ পৰাও নিজকে আঁতৰাই ৰখাৰ সিদ্ধান্ত লৈছে।

২০০৭ চনৰ পৰা টি-২০ বিশ্বকাপৰ প্ৰতিটো সংস্কৰণতে অংশগ্ৰহণ কৰি ২০২৪ চনৰ সংস্কৰণত প্ৰতিযোগিতাখনৰ সৰ্বকালৰ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হৈছিল ছাকিব। ভাৰতৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট খেলৰ পূৰ্বে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ছাকিবে টেষ্ট আৰু এদিনীয়া ফৰ্মেটৰ বাবেও নিজৰ পৰিকল্পনা প্ৰকাশ কৰে।

আগষ্ট মাহত শ্বেখ হাছিনাৰ শাসনত ৰাজনৈতিক অস্থিৰতাৰ পিছত ৩৭ বছৰীয়া ছাকিবে বাংলাদেশলৈ যোৱা নাই। অলৰাউণ্ডাৰগৰাকীয়ে নিশ্চিত কৰিছে যে তেওঁ বাংলাদেশৰ হৈ অন্তিমখন টেষ্ট মিৰপুৰত খেলাৰ সম্ভাৱনা আছে।

অৱশ্যে যদিহে নিৰাপত্তাৰ দিযটোৱে এই ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে তেন্তে কানপুৰত ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্টখনেই হ’ব তেওঁৰ বগা জাৰ্চি পিন্ধা অন্তিমখন টেষ্ট মেচ।

Tags: Bangladesh CricketShakib Al HasanTest Cricket

Related Posts

প্ৰতিশোধ সম্পূৰ্ণ! গাজাত ইজৰাইলৰ ব্যাপক আ*ক্ৰমণ, হামাছৰ দুজন শীৰ্ষ সেনাপতি নিহত
Top News

February 5, 2026
ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে  কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?
Top News

চীনৰ স্থান ল’ব ভাৰতে! শুল্ক হ্ৰাসৰ পিছতেই আমেৰিকাই দিলে আন এক ভাল খবৰ, পানীৰ দৰে ডলাৰ খৰচ কৰিব নেকি ট্ৰাম্পে?

February 5, 2026
আজিও শ্ৰীকৃষ্ণই বিচৰণ কৰে নেকি বৃন্দাবনত? জানক ৰহস্যময়ী জীৱন্ত নগৰীৰ এই সত্য

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 5, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 5, 2026
টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

ভাৰত-পাকিস্তান T20 Worldcup: ২৩০০ কোটিৰ লোকচান; ক্ষুব্ধ পাকিস্তানীয়ে ক’লে- ‘পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ’

February 4, 2026

শীৰ্ষ সংবাদ

প্ৰতিশোধ সম্পূৰ্ণ! গাজাত ইজৰাইলৰ ব্যাপক আ*ক্ৰমণ, হামাছৰ দুজন শীৰ্ষ সেনাপতি নিহত

চীনৰ স্থান ল’ব ভাৰতে! শুল্ক হ্ৰাসৰ পিছতেই আমেৰিকাই দিলে আন এক ভাল খবৰ, পানীৰ দৰে ডলাৰ খৰচ কৰিব নেকি ট্ৰাম্পে?

আজিও শ্ৰীকৃষ্ণই বিচৰণ কৰে নেকি বৃন্দাবনত? জানক ৰহস্যময়ী জীৱন্ত নগৰীৰ এই সত্য

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ভাৰত-পাকিস্তান T20 Worldcup: ২৩০০ কোটিৰ লোকচান; ক্ষুব্ধ পাকিস্তানীয়ে ক’লে- ‘পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ’

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025