• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

ভাৰতৰ জেমছ বণ্ডক পুনৰ গধুৰ দায়িত্ব অৰ্পণ…

Nation NE by Nation NE
June 14, 2024
in ৰাষ্ট্ৰীয়
0 0
ভাৰতৰ জেমছ বণ্ডক পুনৰ গধুৰ দায়িত্ব অৰ্পণ…

অজিত দোভালৰ ফাইল ছবি।

Share on FacebookShare on TwitterWhatsApp

ভাৰতৰ জেমছ বণ্ডৰ কথা মনত আছেনে? নাম অজিত দোভাল। অজিত দোভালক পুনৰ ভাৰতৰ সুৰক্ষাৰ দায়িত্ব দিছে মোদী চৰকাৰে। অতি বুদ্ধিদীপ্ত অজিত দোভালে ফাদিল কৰিছিল সন্ত্ৰাসবাদীৰ ভাৰত আক্ৰমণৰ ব্লুপ্ৰিণ্ট।

অজিত দোভালৰ বিষয়ে জানো আহক

সন্ত্ৰাসবাদীৰ কুকৌশল মুহূৰ্ততে ধৰা পেলোৱা আৰু বুদ্ধিদীপ্তৰাৰে সকলো খবৰ লাভ কৰা আজি দোভালক ভাৰতৰ জেমছ বণ্ড ৰূপে জনা যায়। ১৯৮৮ জনত অজিত দোভালক প্ৰদান কৰা হৈছিল কীৰ্তি চক্ৰ। ভাৰতৰ আৰক্ষী সেৱাত কম বয়সতে পদক লাভ কৰা ব্যক্তিজনেই হৈছে অজিত দোভাল।

১৯৪৫ চনৰ ২০ জানুৱাৰীত উত্তৰাখণ্ডৰ পোৰি গৰৱালত জন্ম হৈছিল অজিত দোভালৰ। ১৯৭২চনত ইণ্টেলিজেন্স ব্যুৰত যোগদান কৰিছিল দোভালে। চোৰাংচোৱা বিভাগত বেছিভাগ সময় দি দেশৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছিল এইগৰাকী ব্যক্তিয়ে।

১৯৬৮চনত IPS বিষয়া হিচাপে যোগদান কৰি আৰক্ষী বিভাগত সেৱা আগবঢ়াইছিল। ২০১৪ চনত ইৰাকৰ তিৰ্কিৰ এখন হাস্পতালত ৪৬গৰাকী ভাৰতীয় নাৰ্ছক বন্দী কৰি ৰাখিছিল সন্ত্ৰাসবাদীয়ে। সেই বৰ্ষৰে ২৫ জুনত অজিত দোভাল উপস্থিত হৈছিল ইৰাকত। বন্দী হৈ থকা সকলো নাৰ্ছক ৫ জুলাইত মুকলি কৰি আনিবলৈ সক্ষম হৈছিল অজিত দোভালে।

২০১৪ৰ ৩১ মে’ত ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতা হিচাপে অজিত দোভালক নিযুক্তি দিয়ে মোদী চৰকাৰে। ৩৭০, ছাৰ্জিকেল ষ্ট্ৰাইক, ডোকলামৰ ঘটনা, কূটনৈতিক সিদ্ধান্তকে ধৰি দেশৰ বহু গুৰুত্বপূৰ্ণ ঘটনা প্ৰবাহত প্ৰত্যক্ষভাৱে জৰিত দিছিল ভাৰতৰ এই জেমছ বণ্ড খ্যাত ব্যক্তিগৰাকী।

Tags: #AjitDoval

Related Posts

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

April 24, 2026
কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025