• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
22 °c
Guwahati
24 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

টেষ্টত এটাৰ পিছত আন এটা অভিলেখ মেণ্ডিছৰ; ব্ৰেডমেনৰ অভিলেখ স্পৰ্শ কৰি ৰচিলে ইতিহাস

Nation NE by Nation NE
September 27, 2024
in Top News, ক্ৰীড়া
0 0
টেষ্টত এটাৰ পিছত আন এটা অভিলেখ মেণ্ডিছৰ; ব্ৰেডমেনৰ অভিলেখ স্পৰ্শ কৰি ৰচিলে ইতিহাস
Share on FacebookShare on TwitterWhatsApp

টেষ্ট ক্ৰিকেটত কামিন্দু মেণ্ডিছে আন এক ডাঙৰ কৃতিত্ব অৰ্জন কৰিছে। কামিন্দু মেণ্ডিছে টেষ্ট কেৰিয়াৰৰ পঞ্চম শতক অৰ্জন কৰাৰ লগতে টেষ্ট ক্ৰিকেটৰ ইতিহাসত আটাইতকৈ দ্ৰুততম ৫ টা শতক অৰ্জন কৰা এছিয়ান বেটছমেন হিচাপে পৰিগণিত হয়।

টেষ্ট ক্ৰিকেটত সৰ্বাধিক দ্ৰুততম ৫টা শতক অৰ্জন কৰা বিশ্বৰ তৃতীয়জন বেটছমেন হিচাপে পৰিগণিত হৈছে। টেষ্টত ইনিংছৰ ক্ষেত্ৰত সৰ্বাধিক দ্ৰুততম ৫টা শতক অৰ্জন কৰাৰ ক্ষেত্ৰত ডন ব্ৰেডমেনৰ অভিলেখ স্পৰ্শ কৰিবলৈ সফল হৈছে মেণ্ডিছে। মেণ্ডিছে নিজৰ ত্ৰয়োদশ টেষ্ট ইনিংছত পঞ্চমটো শতক সম্পূৰ্ণ কৰাৰ কৃতিত্ব অৰ্জন কৰিছে।

উল্লেখ্য যে, মহান ক্ৰিকেটাৰ ডন ব্ৰেডমেনেও ১৩টা ইনিংছ খেলি টেষ্ট কেৰিয়াৰৰ প্ৰথম পাঁচটা শতক সম্পূৰ্ণ কৰিছিল। টেষ্ট কেৰিয়াৰত জৰ্জ হেডলীয়েও ১৩টা ইনিংছত ৫টা শতক সম্পূৰ্ণ কৰিছিল।

অৱশ্যে ইনিংছৰ ক্ষেত্ৰত সৰ্বাধিক দ্ৰুতগতিত ৫টা শতক অৰ্জন কৰাৰ অভিলেখ আছে ৱেষ্ট ইণ্ডিজৰ এভাৰটন উইকছৰ নামত। তেওঁ টেষ্ট কেৰিয়াৰৰ প্ৰথম ১০টা ইনিংছতে পাঁচটা শতক অৰ্জন কৰিছিল। এই তালিকাৰ দ্বিতীয় স্থানত আছে হাৰ্বাৰ্ট ছাটক্লিফ। তেওঁ ১২টা ইনিংছতে কেৰিয়াৰৰ পঞ্চম শতক সম্পূৰ্ণ কৰিছিল। ১৯২৫ চনত হাৰ্বাৰ্ট ছাটক্লিফে এই কৃতিত্ব অৰ্জন কৰে।

ইনিংছ অনুসৰি দ্ৰুততম ৫টা শতক কৰা বেটাৰ

১০ ইনিংছ- এভাৰটন উইকছ (১৯৪৮)

১২ ইনিংছ- হাৰ্বাৰ্ট ছাটক্লিফ (১৯২৫)

১২ ইনিংছ- নীল হাৰ্ভি (১৯৫০)

১৩ ইনিংছ – ডন ব্ৰেডমেন (১৯৩০)

১৩ ইনিংছ – জৰ্জ হেডলী (১৯৩১)

১৩ ইনিংছ – কামিন্দু মেণ্ডিছ (২০২৪)

উল্লেখ্য যে, এতিয়ালৈকে টেষ্ট কেৰিয়াৰত কামিন্দু মেণ্ডিছে ৮খন টেষ্ট মেচত ৮০ৰো অধিক গড়ৰ সহায়ত ৫টা শতক আৰু ৪টা অৰ্ধশতক অৰ্জন কৰিছে। মেণ্ডিছৰ ফৰ্ম আৰু ধাৰাবাহিকতাই ক্ৰিকেট অনুৰাগীক আশ্বৰ্যকৰ কৰি তুলিছে।

ইয়াৰ উপৰি ২০০০ চনৰ পিছত টেষ্ট কেৰিয়াৰৰ প্ৰথম ৮খন টেষ্ট মেচত সৰ্বাধিক শতক অৰ্জন কৰা বেটছমেন হিচাপেও পৰিগণিত হৈছে মেণ্ডিছ।

Tags: Kamindu MendisSri LankaTest Cricket

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025