• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মাঙ্কি পক্সৰ বাবে ৰাজ্যসমূহলৈ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে পৰামৰ্শ

Nation NE by Nation NE
September 27, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
মাঙ্কি পক্সৰ বাবে ৰাজ্যসমূহলৈ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে পৰামৰ্শ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

কেৰালাত মাঙ্কি পক্সৰ দ্বিতীয়টো ৰোগী ধৰা পৰিছে। মাঙ্কি পক্সৰ উপস্থিতি ধৰা পৰা দেশৰ এইটো তৃতীয়টো ঘটনা। শেহতীয়া ধৰা পৰা ব্যক্তিজন কেৰালাৰ এৰ্নাকুলামৰ বাসিন্দা। কেৰালা স্বাস্থ্য বিভাগৰ সূত্ৰ অনুসৰি ব্যক্তিজনৰ অৱস্থা সুস্থিৰ আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ডুবাইৰ পৰা কেৰালালৈ উভতি অহাৰ পিছতে ব্যক্তিজনৰ দেহত মাঙ্কি পক্সৰ উপস্থিতি ধৰা পৰা বুলি জানিব পৰা গৈছে।

ইয়াৰ পূৰ্বে ডুবাইৰ পৰা কেৰালালৈ উভতি অহা আন এজন ব্যক্তি মাঙ্কি পক্সত আক্ৰান্ত হোৱা দেখা গৈছিল। ৩৮ বছৰীয়া যুৱকজন মালাপ্পুৰম জিলাত চিকিৎসাধীন হৈ আছে। একে সময়তে যোৱা ৯ ছেপ্টেম্বৰত দেশত প্ৰথমজন মাঙ্কি পক্স ৰোগী ধৰা পৰে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনাইছিল যে বিদেশৰ পৰা উভতি অহা এজন ব্যক্তিক মাঙ্কি পক্সৰ সন্দেহত ৮ ছেপ্টেম্বৰত আইছ’লেশ্যনত ৰখা হৈছিল।

কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে পৰামৰ্শ

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে মাঙ্কি পক্স নিয়ন্ত্ৰণৰ বাবে ৰাজ্যসমূহলৈ এক পৰামৰ্শ জাৰি কৰিছে। কেন্দ্রীয় চৰকাৰে কয় যে ৰাজ্যসমূহে মাঙ্কি পক্সৰ সংক্রমণ যাতে নহয় তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷

উল্লেখ্য যে, বিশ্ব স্বাস্থ্য সংস্থাই ১৪ আগষ্টত মাঙ্কি পক্সক বিশ্বজনীন জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰে। দুবছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে মাঙ্কি পক্স সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে।

Tags: AdvisoryKeralaMonkey Pox

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025