• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
22 °c
Guwahati
24 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নলবাৰীত আনন্দৰ লহৰ; একলগে চাৰি কন্যাই স্থান লাভ কৰিলে অসম ক্ৰিকেট দলত

Nation NE by Nation NE
September 27, 2024
in Top News, অসম, ক্ৰীড়া
0 0
নলবাৰীত আনন্দৰ লহৰ; একলগে চাৰি কন্যাই স্থান লাভ কৰিলে অসম ক্ৰিকেট দলত
Share on FacebookShare on TwitterWhatsApp

দুচকুত সপোন আৰু গভীৰ আত্মবিশ্বাস থাকিলে সকলো সম্ভৱ। এই বাক্যশাৰীকেই প্ৰমাণ কৰি দেখুৱালে নলবাৰী জিলাৰ চাৰিগৰাকী কিশোৰীয়ে। ১৯ বছৰ অনূৰ্ধ্বৰ অসম মহিলা ক্ৰিকেট দলত নলবাৰীৰ চাৰিগৰাকী প্ৰতিভাৱান ক্ৰিকেটাৰে স্থান লাভ কৰিছে।

অসম ক্ৰিকেট দলত স্থান লাভ কৰা ক্ৰিকেটাৰ কেইগৰাকী হৈছে প্ৰাঙ্গনা বৈশ্য, জাগৃতি কলিতা, কাকু বৰ্মন আৰু জ্ঞানশ্ৰী বৰ্মন। প্ৰাঙ্গনা বৈশ্য আৰু জাগৃতি কলিতা চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী। আনহাতে কাকু বৰ্মন আৰু জ্ঞানশ্ৰী বৰ্মন দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী।

নলবাৰীৰ গৰ্ডন ক্ৰিকেট একাডেমীত প্ৰশিক্ষণ প্ৰাপ্ত চাৰিগৰাকী ছাত্ৰীয়ে ১৯ অনূৰ্ধ্বৰ অসম মহিলা ক্ৰিকেট দলটোত স্থান লাভৰ পিছতে উৎফুল্লিত হৈ পৰিছে ক্ৰিকেট একাডেমীখনৰ প্ৰশিক্ষকসকল।

উল্লেখযোগ্য যে নলবাৰীৰ পৰা অসম দলত স্থান লাভ কৰা খেলুৱৈ সকলক লৈ যথেষ্ট আশাবাদী প্ৰশিক্ষক মহেশ্বৰ হালৈ আৰু গৰ্ডন ক্ৰিকেট একাডেমী। অনাগত দিনত ভাৰতীয় দলত স্থান লাভৰ কামনা কৰে প্ৰশিক্ষক গৰাকীয়ে।

অহা ১ অক্টোবৰৰ পৰা নাগপুৰত হ’বলগীয়া ২০২৪-২৫ বৰ্ষৰ বি চি চি আই মহিলাৰ অনূৰ্ধ্ব-টি-২০ টুৰ্ণামেণ্টত অংশ ল’ব নলবাৰীৰ গৌৰৱ এই চাৰিগৰাকী কন্যাই। স্মৰ্তব্য যে, অসম ক্ৰিকেট সন্থাই এই প্ৰতিযোগিতাখনৰ প্ৰথম দুখন মেচৰ বাবে এই দলটো ঘোষণা কৰিছে।

Tags: #BCCIAssam Cricket AssociationNalbari

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025