• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, February 2, 2026
20 °c
Guwahati
21 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজি গান্ধী জয়ন্তী, দেশজুৰি জাতিৰ পিতাক স্মৰণ

Nation NE by Nation NE
October 2, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
আজি গান্ধী জয়ন্তী, দেশজুৰি জাতিৰ পিতাক স্মৰণ
Share on FacebookShare on TwitterWhatsApp

আজি ২ অক্টোবৰ। জাতিৰ পিতা-মহামানৱ মহাত্মা গান্ধীৰ জন্ম বাৰ্ষিকী। সেয়েহে এই দিনটোক গান্ধী জয়ন্তী হিচাপে জনা যায়।

মহাত্মা গান্ধীৰ জন্ম হৈছিল ১৮৬৯ চনৰ ২ অক্টোবৰত।তেওঁৰ প্ৰকৃত নাম আছিল মোহন দাস কৰম চান্দ গান্ধী।

এই পৱিত্ৰ দিনটোত মহামানৱ মহাত্মা গান্ধীৰ প্ৰতি সন্মান তথা শ্ৰদ্ধা জনাই সমগ্ৰ দেশজুৰি পালন কৰা হয় গান্ধী জয়ন্তী। মহাত্মা গান্ধীয়ে কৈছিল অহিংসাই পৰম ধৰ্ম। দেশক স্বাধীনতা দিয়াৰ অৰ্থে গান্ধীয়ে অহিংসাৰ পথ অৱলম্বন কৰিছিল।

সত্য আৰু অহিংসাৰ পূজাৰী জাতিৰ পিতাক তেওঁৰ এই জন্মদিনটোত দেশজুৰি সোঁৱৰণ কৰা হৈছে। ভাৰতৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বহু নেতাৰ ভিতৰত গান্ধী ভাৰতক স্বাধীনতাৰ সোৱাদ দিয়া নিজৰ মতাদৰ্শ, দৰ্শন, সংগ্ৰাম, দৃঢ়তাৰ বাবে অন্যতম বিশিষ্ট ব্যক্তি হিচাপে পৰিচিত।

গান্ধী জয়ন্তী উপলক্ষে দিল্লীৰ ৰাজঘাটত বাপুজীক শ্ৰদ্ধাঞ্জলি জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গান্ধী জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাই দিল্লীৰ ৰাজঘাটত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

সমগ্ৰ দেশৰ লগতে অসমতো ৰাজ্য চৰকাৰৰ উদ্যোগত এই পবিত্ৰ দিৱসটি পালন কৰা হয়। বিভিন্ন কাৰ্য্যসূচীৰে পালন কৰা হ’ব আজিৰ এই দিৱসটি। গুৱাহাটীৰ গান্ধী মণ্ডপত আয়োজন কৰা হৈছে বিশেষ কাৰ্যসূচীৰ। আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গান্ধী জয়ন্তী উপলক্ষে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত সন্মান জনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Tags: Father of NationMahatma GandhiNationalist

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

February 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 1, 2026
মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

January 31, 2026
“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025