• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মাত্ৰ ১০ দিনতে বেংকৰ নতুন শাখা মুকলি, প্ৰতাৰিত হাজাৰ হাজাৰ লোক

Nation NE by Nation NE
October 4, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
মাত্ৰ ১০ দিনতে বেংকৰ নতুন শাখা মুকলি, প্ৰতাৰিত হাজাৰ হাজাৰ লোক
Share on FacebookShare on TwitterWhatsApp

শেহতীয়া দিনবোৰত বেংক লেনদেনত জালিয়াতি, ভুৱা নথিপত্ৰৰ জৰিয়তে প্ৰৱঞ্চনা, আৰু অন্যান্য বিত্তীয় কেলেংকাৰীৰে জড়িচ বিভিন্নধৰণৰ ঘটনা পোহৰলৈ আহিছে। অৱশ্যে, ছত্তীশগড়ৰ এই শেহতীয়া ঘটনাক বৰ্তমানলৈকে নথিভুক্ত হোৱা আটাইতকৈ দুঃসাহসিক কাণ্ডবোৰৰ ভিতৰত এটা হিচাপে গণ্য কৰা হৈছে।

চিনেমা এখনৰ পোনপটীয়া এক ষড়যন্ত্ৰৰ দৰে, অপৰাধীসকলে অতি সতৰ্কতাৰে এক বৃহৎ বেঙ্কিং প্ৰৱঞ্চনাৰ পৰিকল্পনা কৰাৰ লগতে ইয়াক কাৰ্যকৰীয়ো কৰে। যাৰ ফলত ভাৰতীয় ষ্টেট বেংকৰ (এছবিআই) এটা ভুৱা শাখা সৃষ্টি হয়।

এই কেলেংকাৰীটোত অবৈধ নিযুক্তি, ভুৱা প্ৰশিক্ষণ অধিৱেশন, নিবনুৱা নিযুক্তি আৰু স্থানীয় গাওঁবাসীকে ধৰি সকলোকে প্ৰৱঞ্চনা কৰাৰ এক বিস্তৃত ছেটআপ অন্তৰ্ভুক্ত হৈ আছিল।

ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দূৰত্বত, সাকতি জিলাৰ ছাপোৰা নামৰ এখন গাঁৱত, দেশৰ সৰ্ববৃহৎ বেংক এছ.বি.আই.-ত বৈধ চাকৰি বুলি ৬ জন ব্যক্তিক নিয়োগ কৰা হৈছিল।

মাত্ৰ ১০ দিন পূৰ্বে মুকলি হোৱা শাখাটোত এটা প্ৰকৃত বেংকৰ দৰে সকলো উপাদানেই আছিল, যেনে- নতুন আচবাব, পেছাদাৰী কাগজপত্ৰ, আৰু কাৰ্যকৰী বেংক কাউণ্টাৰ।

চলিত কেলেংকাৰীৰ বিষয়ে অজ্ঞাত গাওঁবাসীয়ে একাউণ্ট খুলিবলৈ আৰু লেনদেন কৰিবলৈ এই বেংকলৈ যাবলৈ আৰম্ভ কৰে। নতুনকৈ নিয়োগ কৰা কৰ্মচাৰীসকলেও এটা প্ৰতিষ্ঠিত বেংকত চাকৰি সুৰক্ষিত কৰিব পাই অতিশয় আনন্দিত হয়।

ওচৰৰ দাব্ৰা শাখাৰ মেনেজাৰে সন্দেহ প্ৰকাশ কৰাৰ পিছত ২৭ ছেপ্টেম্বৰত আৰক্ষী আৰু এছবিআইৰ শীৰ্ষ বিষয়াসকলে বেংকত জেৰাৰ বাবে উপস্থিত নোহোৱা পৰ্যন্ত সকলোবোৰ স্বাভাৱিকেই দেখা গৈছিল। কিন্তু আৰক্ষী উপস্থিত হোৱাতহে আচল উৰহি গছৰ ওৰটো ওলায়। তাত আৰক্ষীয়ে এইটো আৱিষ্কাৰ কৰে যে, ছপোৰাৰ এই শাখাটো ভুৱা আৰু ইয়াত প্ৰদান কৰা নিযুক্তিবোৰো ভুৱা।

দাব্ৰা শাখাৰ মেনেজাৰে ছপোৰাত চলি থকা এই ভুৱা বেংকসম্পৰ্কে তেওঁৰ সন্দেহৰ বিষয়ে অৱগত কৰিছিল। অনুসন্ধানৰ পিছত, এইটো নিশ্চিত কৰা হৈছিল যে এই বেংকটো ভুৱা, আৰু ইয়াত কেইবাজনো কৰ্মচাৰীক নকল নথিপত্ৰৰ সৈতে নিযুক্তি দিয়া হৈছিল বুলি জ্যেষ্ঠ আৰক্ষী বিষয়া ৰাজেশ পেটেলে জানিবলৈ দিয়ে।

উল্লেখ্য যে, বৰ্তমানলৈকে এই কেলেংকাৰীটোত জড়িত ৪ গৰাকী লোকক চিনাক্ত কৰিছে। এই ভুৱা শাখাটোৱে সকলো নিযুক্তিপ্ৰাপ্ত লোকক প্ৰশিক্ষণো প্ৰদান কৰিছিল। অৱশ্যে, কেলেংকাৰীটোৰ আঁৰৰ মাষ্টাৰমাইণ্ডজনে নিবনুৱাসকলৰ পৰা অত্যাধিক মাচুল দাবী কৰিছিল, তাৰ বিনিময়ত তেওঁলোকক লাভজনক চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দিছিল।এই নিযুক্তিৰ বিনিময়ত নৱ-নিযুক্ত কৰ্মচাৰীসকলে নিজৰ পদ সুৰক্ষিত কৰিবলৈ ২ লাখৰ পৰা ৬ লাখ টকা পৰিশোধ কৰিছিল।

অজয় কুমাৰ আগৰৱালা নামৰ এজন স্থানীয় গাওঁবাসীয়ে ছপোৰাত এছ.বি.আই.-ত চাকৰিৰ বাবে আবেদন কৰিছিল। যেতিয়া তেওঁ আৱিষ্কাৰ কৰিলে যে এছ.বি.আই. শাখা এটা হঠাতে ৰাতিটোৰ ভিতৰতে স্থাপন হৈছে, তেতিয়া তেওঁৰ মনত এই বিষয়ক লৈ সন্দেহ ঘণীভূত হয়।

ইয়াৰ উপৰি এই বেংকৰ ছাইনবোৰ্ডতো কোনো শাখা কোড তালিকাভুক্ত কৰা হোৱা নাছিল। অজয়ৰ সন্দেহ আৰু তাৰ পিছত দাব্ৰা শাখাৰ মেনেজাৰক দিয়া প্ৰতিবেদনৰ ফলতেই এই কেলেংকাৰীটো পোহৰলৈ আহে।

Tags: BankFraudSBI

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025