• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 7, 2025
29 °c
Guwahati
30 ° Sun
31 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      মঞ্জুক বিচাৰি কাৰ্তিক হায়ৰাণ, ক’লে- “কোনোবাই দেখিলে, মোক জনাওঁক”

      Nation NE by Nation NE
      October 7, 2024
      in Top News, বিনোদন
      0 0
      মঞ্জুক বিচাৰি কাৰ্তিক হায়ৰাণ, ক’লে- “কোনোবাই দেখিলে, মোক জনাওঁক”
      Share on FacebookShare on TwitterWhatsApp

      ছবিঘৰলৈ আহি আছে কাৰ্তিক আৰ্য়ন, বিদ্যা বালান অভিনীত “ভুল ভুলইয়া ৩”। ইফালে, কাৰ্তিক আৰ্য়নে মানুহৰ মাজত উত্তেজনা বৃদ্ধি কৰিবলৈ তেওঁৰ ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছে। এই পোষ্টটোত, তেওঁ মঞ্জুলিকাক কোনোৱে দেখিলে লগে লগে তেওঁক যোগাযোগ কৰাৰ কথা কৈছে।

      আৰম্ভণিৰ পৰাই ‘ভুল ভুলাইয়া ৩’ সম্পৰ্কে যথেষ্ট চৰ্চা চলি আহিছে, যাক চলচ্চিত্ৰখনৰ লগত জড়িত দলটোৱে দিনে নিশাই বৃদ্ধি কৰি আহিছে। শেহতীয়াকৈ, কাৰ্তিকে তেওঁৰ অফিচিয়েল ছ’চিয়েল মিডিয়া একাউণ্টত ছবিখনৰ বিষয়ে এটা পোষ্ট শ্বেয়াৰ কৰিছে। পোষ্টটোৰ জৰিয়তে, তেওঁ মঞ্জুলিকাক বিচাৰি উলিওৱাৰ কথা কৈছে, যদিও শিৰোনামটোত তেওঁ মৰমেৰে ‘মঞ্জুলিকা’ক ‘মঞ্জু’ বুলি অভিহিত কৰিছে।

      শেহতীয়াকৈ, কাৰ্তিকে মঞ্জুলিকাৰ এটা ভিডিঅ’ পোষ্ট কৰিছে, যাৰ শিৰোনামটোত তেওঁ লিখিছে, “মঞ্জু ইফালে সিফালে ঘূৰি ফুৰিছে, যদি কোনোবাই ইয়াক দেখে, মোক জনাওঁক”। ‘ভুল ভুলইয়া ৩”  দিপাৱলীত অৰ্থাৎ ১ নৱেম্বৰত মুক্তি পাব। ইয়াৰ বাবে, মানুহৰ মাজত উত্তেজনাও বাঢ়ি আহিছে কিয়নো ইয়াৰ অজয় দেৱগানৰ ‘সিংঘম এগেইন’ৰ সৈতে সংঘৰ্ষ হ’বলৈ গৈ আছে। ‘ভুল ভুলাইয়া ৩’ৰ টিজাৰ ২৭ ছেপ্টেম্বৰত মুকলি কৰা হৈছে, যিয়ে জনসাধাৰণৰ পৰা যথেষ্ট ভাল সঁহাৰি লাভ কৰিছে। বিদ্যা বালানে এইবাৰ এই ছবিখনত মঞ্জুলিকাৰ চৰিত্ৰ ৰূপায়ন কৰিছে।

      আনিস বাজমী আৰু ভূষণ কুমাৰৰ দ্বাৰা পৰিচালিত, ‘ভুল ভুলইয়া ৩’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে কাৰ্তিক আৰ্য়ন, বিদ্যা বালান, ত্ৰিপ্তি ডিমৰীয়ে। এই ভৌতিক-কৌতুক ছবিখনে এইবাৰ ভয় আৰু হাঁহিৰ সৈতে বহুতো নতুন বস্তু আনিছে। এই ছবিখনক লৈ দৰ্শকৰ মাজত যথেষ্ট উত্তেজনা বৃদ্ধি পাইছে। এই চলচ্চিত্ৰখনৰ প্ৰথম অংশটো ২০০৭ চনত আহিছিল, য’ত অক্ষয় কুমাৰ আৰু বিদ্যা বালানে অভিনয় কৰিছিল, আনহাতে ইয়াৰ দ্বিতীয় অংশটোৱে ২০২২ চনত মুক্তি লাভ কৰিছিল। দৰ্শকে এই ছবিখনৰ প্ৰতি ভাল সঁহাৰি দিছিল।

      ভাৰতীয় চলচ্চিত্ৰৰ ডাঙৰ ফ্ৰেঞ্চাইজি ‘ভুল ভুলিয়া’ এই বছৰ দিপাৱালীত ধামাকা কৰি দৰ্শকৰ মাজত ভয়ৰ খোৰাক যোগাবলৈ আহি আছে। চলচ্চিত্ৰখনৰ দ্বিতীয় ভাগৰ দৰে, ‘ৰুহ বাবা’য়ে সকলোকে বচাবলৈ চেষ্টা কৰিব, অৱশ্যে ‘ভুল ভুলইয়া ৩’ ছবিখন ইয়াৰ প্ৰথম আৰু দ্বিতীয় অংশতকৈ আৰু অধিক বিপদজনক হৈ উঠিব। এইটো আমি নহয় ‘ৰুহ বাবা’ অৰ্থাৎ কাৰ্তিক আৰ্য়নে নিজেই ছবিখনৰ টিজাৰত কৈছে।

      Tags: #BollywoodentertainmentfilmMovie

      Related Posts

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি
      Top News

      June 7, 2025
      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ
      Top News

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      June 7, 2025
      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…
      Top News

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      June 7, 2025

      শীৰ্ষ সংবাদ

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি

      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist