• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, July 25, 2025
32 °c
Guwahati
29 ° Sat
28 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

    ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

    কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

    নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

    নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      খহি পৰিল এটি ধ্ৰুৱতৰা, উদ্যোগপতি ৰতন টাটাৰ বিয়োগ

      Nation NE by Nation NE
      October 10, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      খহি পৰিল এটি ধ্ৰুৱতৰা, উদ্যোগপতি ৰতন টাটাৰ বিয়োগ
      Share on FacebookShare on TwitterWhatsApp

      শেষ নিশ্বাস ত্যাগ কৰিলে টাটা উদ্যোগৰ ডাইৰেক্টৰ ৰতন টাটাই।

      ১৯৩৭চনৰ ২৮ ডিচেম্বৰত জন্মগ্ৰহণ কৰিছিল ব্যৱসায়ী ৰতন টাটাই৷ ভাৰত সৰ্বোচ্চ উদ্যোগপতি ৰতন টাটা মানবীয় গুণেৰে পৰিপূৰ্ণ৷ ৰতন টাটাৰ বিয়োগত দেশজুৰি পৰিছে শোকৰ ছাঁ৷

      অসমৰ সৰ্বোচ্চ সন্মান অসম বৈভৱৰে সন্মানিত টাটাই ৮৬ বছৰ বয়সত মুম্বাইৰ ব্ৰীজকেণ্ডি হস্পিতালত আজি শেষ নিশ্বাস ত্যাগ কৰে৷

      দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো বহুকেইখন কেঞ্চাৰ হাস্পতাল স্থাপন কৰি মানৱতাৰ মহান নিদৰ্শন দাঙি ধৰিছিল উদ্যোগপতিজনে৷

      ২০০০ চনত ভাৰত চৰকাৰে তেওঁক তৃতীয় অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰা হৈছিল। ২০০৬ চনত টাটাই লাভ কৰিছিল মহাৰাষ্ট্ৰ ভূষণ সন্মান।

      ২০০৮ চনৰ ২৬ জানুৱাৰীত তেওঁক ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণেৰে বিভূষিত কৰা হৈছিল। তেওঁ নাছকম গ্ল’বেল লিডাৰশ্বিপ বঁটা-২০০৮ৰ প্ৰাপকসকলৰ ভিতৰত অন্যতম এজন আছিল।

      ২০০৮ চনৰ ১৪ ফেব্ৰুৱাৰীত মুম্বাইত এক অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰা হৈছিল। ৰতন টাটাই ২০০৭ চনত টাটা পৰিয়ালৰ পৰা পৰোপকাৰৰ বাবে কাৰ্নেগী বঁটা লাভ কৰিছিল। ২০২১ চনত অসম চৰকাৰৰ ফালৰ পৰা ৰতন টাটালৈ আগবঢ়োৱা হৈছিল অসম বৈভৱ পুৰস্কাৰ।

      Tags: BusinesshumanityRatan Tata

      Related Posts

      আন এক মাইলষ্টন! পন্টিং-কালিছৰ অভিলেখ ভংগ জো ৰুটৰ
      Top News

      July 25, 2025
      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত
      Top News

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত

      July 25, 2025
      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ
      Top News

      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

      July 25, 2025
      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত
      Top News

      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

      July 25, 2025
      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক
      Top News

      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

      July 25, 2025
      বিদ্যালয়ৰ দেৱাল ভাঙি ভয়ংকৰ দুৰ্ঘটনা, ৪ শিশুৰ প্ৰাণহানি

      শীৰ্ষ সংবাদ

      আন এক মাইলষ্টন! পন্টিং-কালিছৰ অভিলেখ ভংগ জো ৰুটৰ

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত

      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

      RCBৰ এগৰাকী খেলুৱৈৰ বিৰুদ্ধে ২টাকৈ ভয়ংকৰ অভিযোগ, নাবালিকাৰ সৈতে অপকৰ্ম সংঘটিত…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist