• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

খহি পৰিল এটি ধ্ৰুৱতৰা, উদ্যোগপতি ৰতন টাটাৰ বিয়োগ

Nation NE by Nation NE
October 10, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
খহি পৰিল এটি ধ্ৰুৱতৰা, উদ্যোগপতি ৰতন টাটাৰ বিয়োগ
Share on FacebookShare on TwitterWhatsApp

শেষ নিশ্বাস ত্যাগ কৰিলে টাটা উদ্যোগৰ ডাইৰেক্টৰ ৰতন টাটাই।

১৯৩৭চনৰ ২৮ ডিচেম্বৰত জন্মগ্ৰহণ কৰিছিল ব্যৱসায়ী ৰতন টাটাই৷ ভাৰত সৰ্বোচ্চ উদ্যোগপতি ৰতন টাটা মানবীয় গুণেৰে পৰিপূৰ্ণ৷ ৰতন টাটাৰ বিয়োগত দেশজুৰি পৰিছে শোকৰ ছাঁ৷

অসমৰ সৰ্বোচ্চ সন্মান অসম বৈভৱৰে সন্মানিত টাটাই ৮৬ বছৰ বয়সত মুম্বাইৰ ব্ৰীজকেণ্ডি হস্পিতালত আজি শেষ নিশ্বাস ত্যাগ কৰে৷

দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো বহুকেইখন কেঞ্চাৰ হাস্পতাল স্থাপন কৰি মানৱতাৰ মহান নিদৰ্শন দাঙি ধৰিছিল উদ্যোগপতিজনে৷

২০০০ চনত ভাৰত চৰকাৰে তেওঁক তৃতীয় অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰা হৈছিল। ২০০৬ চনত টাটাই লাভ কৰিছিল মহাৰাষ্ট্ৰ ভূষণ সন্মান।

২০০৮ চনৰ ২৬ জানুৱাৰীত তেওঁক ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণেৰে বিভূষিত কৰা হৈছিল। তেওঁ নাছকম গ্ল’বেল লিডাৰশ্বিপ বঁটা-২০০৮ৰ প্ৰাপকসকলৰ ভিতৰত অন্যতম এজন আছিল।

২০০৮ চনৰ ১৪ ফেব্ৰুৱাৰীত মুম্বাইত এক অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰা হৈছিল। ৰতন টাটাই ২০০৭ চনত টাটা পৰিয়ালৰ পৰা পৰোপকাৰৰ বাবে কাৰ্নেগী বঁটা লাভ কৰিছিল। ২০২১ চনত অসম চৰকাৰৰ ফালৰ পৰা ৰতন টাটালৈ আগবঢ়োৱা হৈছিল অসম বৈভৱ পুৰস্কাৰ।

Tags: BusinesshumanityRatan Tata

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025