• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, February 8, 2026
20 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ধুবুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱাই একেটা পৰিয়ালৰে চাৰিজনে

Nation NE by Nation NE
October 12, 2024
in Top News, অসম
0 0
ধুবুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱাই একেটা পৰিয়ালৰে চাৰিজনে
Share on FacebookShare on TwitterWhatsApp

এক ভয়ংকৰ পথ দূৰ্ঘটনাই জোকাৰি যাই ধুবুৰীবাসীক। আগমনী সোনাখুলি দ্বিতীয় খণ্ডৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দূৰ্ঘটনা।

এখন তীব্ৰ বেগী বাহনে মহতিয়াই একেটা পৰিয়ালৰে ৪টাকৈ শিশুক। পথ দুৰ্ঘটনাত নিহত হয় ৪ টাকৈ কণমানি শিশু। ইয়াৰে মাজত এটি দেৱশিশুও আছিল।

তীব্ৰবেগত অহা কিয়া ছোনেট বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই মহতিয়াই নিয়ে শিশুকেইটিক। নিহত শিশু ৪টা হৈছে- সোনাখুলী দ্বিতীয় খণ্ড গাঁৱৰ মৰিয়ম খাতুন (১০) জুবায়েৰ হুছেইন (৭), মেহেদী হাছান (৫)আৰু ৪০ দিনীয়া দেৱশিশু আবু ৰিহান (৪০ দিন)।

ৰাতিপুৱাই দেৱ শিশু টোক কোলাত লৈ তিনিওটা শিশু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থিয় হৈ আছিল।তীব্ৰ বেগত অহা কিয়া ছোনেট বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত কৰে পথ দুৰ্ঘটনা।

ঘটনাস্থলীত আগমনি আৰক্ষী আহি বাহনখন লৈ যায় আৰু নিহত শিশুকেইটাক আগমনী চিকিৎসালয়লৈ লৈ যোৱা হয়।

Tags: DhuburiDhuburi police stationRoad Accident

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 7, 2026
ঔষধৰ পৰা হীৰালৈকে, কি কি সামগ্ৰীত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই?

ট্ৰাম্পলৈ প্ৰত্যক্ষ বাৰ্তা প্ৰেৰণ ইৰাণৰ! বৰ্ধিত উত্তেজনাৰ মাজতে ইৰাণৰ বিপজ্জনক খোৰামশ্বহৰ-৪ বেলিষ্টিক মিছাইল নিয়োগ
Top News

ট্ৰাম্পলৈ প্ৰত্যক্ষ বাৰ্তা প্ৰেৰণ ইৰাণৰ! বৰ্ধিত উত্তেজনাৰ মাজতে ইৰাণৰ বিপজ্জনক খোৰামশ্বহৰ-৪ বেলিষ্টিক মিছাইল নিয়োগ

February 7, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 7, 2026
আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…
Top News

আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

February 6, 2026
এইবাৰ মহিলাই চলাব মটৰচাইকেল! প্ৰতিবাদৰ মাজতে প্ৰদান অধিকাৰ, সলনি হ’ল আইন…

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ঔষধৰ পৰা হীৰালৈকে, কি কি সামগ্ৰীত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই?

ট্ৰাম্পলৈ প্ৰত্যক্ষ বাৰ্তা প্ৰেৰণ ইৰাণৰ! বৰ্ধিত উত্তেজনাৰ মাজতে ইৰাণৰ বিপজ্জনক খোৰামশ্বহৰ-৪ বেলিষ্টিক মিছাইল নিয়োগ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

এইবাৰ মহিলাই চলাব মটৰচাইকেল! প্ৰতিবাদৰ মাজতে প্ৰদান অধিকাৰ, সলনি হ’ল আইন…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025