• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
18 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিজয়া দশমীৰ দিনাই ভয়ংকৰ পথ দুৰ্ঘটনা; এটা পৰিয়ালৰে ৮ জন লোকৰ মৃত্যু

Nation NE by Nation NE
October 12, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
বিজয়া দশমীৰ দিনাই ভয়ংকৰ পথ দুৰ্ঘটনা; এটা পৰিয়ালৰে ৮ জন লোকৰ মৃত্যু
Share on FacebookShare on TwitterWhatsApp

বিজয়া দশমীৰ দিনাই সংঘটিত হৈছে এক শিহৰণকাৰী দুৰ্ঘটনা। হাৰিয়ানাৰ কৈথল জিলাত সংঘটিত দুৰ্ঘটনাটোত ৮ জন লোকৰ মৃত্যু হয়। মৃত লোকসকলৰ ভিতৰত আছে তিনিটি শিশু।

জানিব পৰা অনুসৰি এটা পৰিয়ালে এখন গাড়ীৰে পূজা আগবঢ়াবলৈ মন্দিৰলৈ গৈ আছিল। সেই সময়তে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা পুখুৰীত পৰি যায়। যাৰ ফলত দীগ গাঁৱত বাস কৰা লোকসকলৰ মৃত্যু হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ঘটনাস্থলত আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান চলায়। দুৰ্ঘটনাত পতিত হোৱা লোকসকলক ততাতয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। য’ত চিকিৎসকে সকলোকে মৃত বুলি ঘোষণা কৰে।

আৰক্ষীৰ তথ্য অনুসৰি এই পৰ্যন্ত মাত্ৰ ৭ জন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। ১৫ বছৰীয়া কিশোৰীগৰাকীৰ মৃতদেহৰ সন্ধান অব্যাহত আছে।

এই দুৰ্ঘটনাটোত গাড়ীখনৰ চালকজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে। চালকজনক চিকিৎসাৰ বাবে কুণ্ডলী চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। একেটা পৰিয়ালৰ ৯ জন লোকে এখন গাড়ীত উঠি গুহানা গাঁৱৰ গুৰু ৰবিদাস মন্দিৰত পূজা আগবঢ়াবলৈ আহিছিল।

Tags: HariyanaRoad AccidentVijaya Dashami

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025